Browsing Category
পলকতে
ক’ভিড-১৯ ৰ সংক্ৰমণ বৃদ্ধিত উদ্বিগ্ন কেন্দ্ৰ
শতাব্দ বিশেষ প্ৰতিনিধি, ২৫ এপ্ৰিলঃ দেশখনৰ বিভিন্ন ৰাজ্যত ক'ভিড-১৯ৰ সংক্ৰমণ পুনৰ বৃদ্ধি পোৱাত কেন্দ্ৰীয় চৰকাৰ চিন্তিত হৈ পৰিছে। সোমবাৰৰ পুৱা ৮ বজাৰ তথ্য অনুযায়ী ভাৰতত নতুনকৈ ২,৫৪১ জন লোক ক'ভিডত আক্ৰান্ত হৈছে। ২৪ ঘণ্টাত মৃত্যু হৈছে ৩০ জন…
আপ-এ খোপনি পুতিল গুৱাহাটীত
গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত আম আদমী পাৰ্টীয়ে ৬০ খন আসনৰ ভিতৰত ৩৮ খনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। ঘোষিত ফলাফলত আপ-এ এখন আসন লাভ কৰাৰ লগতে ২৪ খন আসনত দ্বিতীয় স্থানত থাকে। নিৰ্বাচনটোত আপ এ সামগ্ৰিকভাবে ১৫ শতাংশ ভোট লাভ কৰে।
সোণাক্ষী সিনহাই হেৰুৱাব পিতৃৰ উত্তৰাধিকাৰ
বলিউডৰ মোহময়ী অভিনেত্রী সোনাক্ষী সিনহাৰ নাম জনপ্ৰিয়তাৰ তালিকাত হয়তো সদায়ে আছে আৰু থাকিব।সোনাক্ষীৰ দৰে ভাৰ্চেটাইল অভিনেত্রী বলিউড জগতত খুব কমই পোৱা যায়। কেৱল অভিনয় দক্ষতাৰপৰাই নহয় , নিজৰ ৰূপ লাৱণ্যৰ কৰিশ্মাৰেও দৰ্শকক মুগ্ধ কৰিব পৰাৰ…
আজি নাৰায়ণপুৰত বিহু সন্মিলন
নাৰায়ণপুৰ, ২৪ এপ্ৰিলঃ বাৰবৈষ্ণৱৰ জন্মস্থান নাৰায়ণপুৰৰ জালভৰীয়াত আজিৰেপৰা আৰম্ভ হৈছে কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত আৰু বিশ্বজ্যেতি যুৱ সংঘৰ সহযোগত অনুষ্ঠিত হোৱা সন্মিলনখনত বৃহত্তৰ অসমীয়া জাতি…
মাৰ্ঘেৰিটাৰ কেতেটঙত সামূহিক উৎসৱ ২০২২ উদৰ্যাপন
শতাব্দ প্রতিবেদক, মাৰ্ঘেৰিটা ,২৩ এপ্রিলঃ সমগ্ৰ অসমতে প্ৰতিবছৰে সৰ্ব শিক্ষা অভিযান মিছনে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ মাজত অনুষ্ঠিত কৰি আহিছে এক সামূহিক উৎসৱ। স্থানীয় লোকসকলক যাতে বিদ্যালয়ৰ লগত জড়িত কৰাব পাৰি এই উদ্দেশ্যে আগত ৰাখিয়েই এই উৎসৱ…
চাহ জনজাতিৰ ভুৱা প্ৰমাণ পত্ৰধাৰীক সকীয়নি
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৩ এপ্ৰিলঃ চাহ জনগোষ্ঠীৰ ভুৱা প্ৰমাণপত্ৰৰে সংৰক্ষিত পদত অধিষ্ঠিত হোৱা লোকসকলক তীব্ৰ সকীয়নি প্ৰদান কৰিছে চাহ জনজাতি জাতীয় সন্মিলনীৰ লখিমপুৰ জিলা সমিতিয়ে । আজি এক বিবৃতিৰ জৰিয়তে এই কথা সকীয়াই দিছে সভাপতি সঞ্জিত…
গোলাঘাটত বিশ্ব গ্ৰন্থ দিৱস উদযাপন
শতাব্দ প্ৰতিনিধি, গোলাঘাট, ২৩ এপ্ৰিলঃ গোলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত আৰু গোলাঘাট জাতীয় বিদ্যালয়ৰ সহযোগত আজি বিশ্ব গ্ৰন্থ দিৱস উদযাপন কৰা হয়। এই উপলক্ষে গোলাঘাট জাতীয় বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত গোলাঘাট নগৰৰ বিভিন্ন…
তেজপুৰৰ ৰেষ্টুৰেণ্টৰ লিফ্টত শিশু-মহিলাক আৱদ্ধ কৰি মানসিক নিৰ্যাতন
শতাব্দ জিলা প্ৰতিনিধি তেজপুৰ,২৩এপ্ৰিল: আহাৰ গ্ৰহণ কৰিবলৈ অহা মহিলা-শিশুৱে অসুৰক্ষিত অনুভৱ কৰাৰ বিপৰীতে এই ক্ষেত্ৰত তেজপুৰৰ একাংশ ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষই সামান্যতম গুৰুত্ব নিদিয়ে । এই সন্দৰ্ভত ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰা সত্বেও আৰক্ষীয়ে…
নিটি আয়োগৰ উপাধ্যক্ষ পদৰ পৰা ৰাজীৱ কুমাৰে পদত্যাগ কৰাৰ পাছত খ্যাতনামা অৰ্থনীতিবিদ সুমন বেৰী
শতাব্দ বিশেষ প্ৰতিনিধি, ২৩ এপ্ৰিলঃ ভাৰতবৰ্ষৰ অৰ্থনৈতিক ৰূপৰেখা প্ৰস্তুতকৰ্তা শীৰ্ষ সংস্থা নিটি আয়োগৰ উপাধ্যক্ষ পদৰ পৰা ৰাজীৱ কুমাৰে পদত্যাগ কৰাৰ পাছত খ্যাতনামা অৰ্থনীতিবিদ সুমন বেৰীক এই পদত স্থলাভিষিক্ত কৰা হৈছে।
আন্তৰাষ্ট্ৰীয় সাহায্যৰ আশাত শ্ৰীলংকাৰ বিত্ত মন্ত্ৰী আলি চাব্ৰিৰ চফৰ
শতাব্দ বিশেষ প্ৰতিনিধি, ২৩ এপ্ৰিলঃ আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণৰত শ্ৰীলংকাৰ বিত্ত মন্ত্ৰী আলি চাব্ৰিয়ে আশা প্ৰকাশ কৰিছে যে অহা চাৰি মাহৰ ভিতৰত দেশখনে বিশ্ব বেংকৰ পৰা ৩০০ ৰ পৰা ৬০০ নিযুত ডলাৰৰ ধন সাহায্য হিচাপে লাভ কৰিব। ঔষধকে ধৰি অন্যান্য…
