Browsing Category
পলকতে
প্ৰধানমন্ত্ৰীৰ আগমনঃ দুখন জিলাত চৰকাৰী বন্ধ ঘোষণা
অহা ২৮ এপ্ৰিল তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্বি আংলং আৰু ডিব্ৰুগড় জিলা ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত জিলা দুখনৰ অন্তৰ্গত এলেকাসমূহত চৰকাৰী বন্ধৰ দিন ঘোষণা কৰা হৈছে। সকলো কাৰ্যালয় আৰু শিক্ষানুষ্ঠান সমূহ সেইদিনা বন্ধ থাকিব বুলি চৰকাৰী…
টেছলাই ভাৰতত বৈদ্যুতিক বাহন নিৰ্মাণ কৰিলে চৰকাৰৰ কোনো আপত্তি নাই
শতাব্দ বিশেষ প্ৰতিনিধি, ২৬ এপ্ৰিলঃ কেন্দ্ৰীয় পথ পৰিৱহণ আৰু ঘাইপথ দপ্তৰৰ মন্ত্ৰী নিতীন গাডকাৰীয়ে আজি টেছলা ইনকৰ্পোৰেশ্যনৰ মুখ্য কাৰ্যবাহী বিষয়া এল'ন মাস্কক পুনৰ আহ্বান জনাই কয় যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠানটোৱে যদি ভাৰতত তেওঁলোকৰ…
বাণ থিয়েটাৰত সদৌ অসম ভিত্তিত একাংক নাট প্ৰতিযোগিতাৰ আয়োজন
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৬ এপ্ৰিল: তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰে বিগত বছৰৰ দৰে এইবাৰো অহা ২০ জুনৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰিছে সদৌ অসম ভিত্তিত একাংক নাট প্ৰতিযোগিতাৰ । স্মৃতিসভা আৰু বিশেষ…
২ মে’ৰ পৰা তামুলপুৰত বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক অধিবেশন
শতাব্দ প্ৰতিনিধি, তামুলপুৰ , ২৬ এপ্ৰিল : অহা ২ ,৩ আৰু ৪ মে'ত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তামুলপুৰ জিলাৰ কচুবাৰীৰ শান্তিৰ পথাৰত (গৌজ'ন ফৌথাৰ) অনুষ্ঠিত হ’ব বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক অধিবেশন । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মেঘালয়, ত্ৰিপুৰা,…
মাজুলীৰ সত্ৰাধিকাৰক সামাজিক মাধ্যমত বিৰূপ মন্তব্য
শতাব্দ প্ৰতিনিধি,মাজুলী,২৬এপ্ৰিল: সামাজিক মাধ্যম ফেচবুকত অশুভনীয় বাক্য ব্যৱহাৰ কৰি মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ আৰু দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ দুজনাক অপমান কৰা কাৰ্য সহজ ভাবে লোৱা নাই মাজুলীবাসীয়ে। এই কাৰ্যৰ বিৰুদ্ধে জাঙুৰ খাই…
আন্তঃ-ডায়েট শৈক্ষিক বিনিময় কাৰ্যসূচী
উত্তৰ লখিমপুৰ, ২৬ এপ্ৰিলঃ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান লখিমপুৰ আজাদলৈ তিনিচুকীয়া জিলাৰ পৰা জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ এটা দলে এক্সপজাৰ ভ্ৰমণৰ অংশ হিচাপে ২৫ এপ্ৰিল তাৰিখে লক্ষীমপুৰলৈ আহে । জ্যেষ্ঠ প্ৰবক্তা, প্ৰবক্তা,…
আৰক্ষী বিষয়াৰ বিৰুদ্ধে সংবাদমেল অনুষ্ঠিত কৰি ৰোষত কনিষ্টবল
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২৬ এপ্ৰিল: লখিমপুৰত আৰক্ষী বিষয়াৰ বিৰুদ্ধে সংবাদমেল অনুষ্ঠিত কৰি উৰ্ধতন আৰক্ষীৰ ৰোষত পৰিল বিহপুৰীয়া থানাৰ কনিষ্টবল প্ৰেমধৰ নৰহ। আজি তেওঁক ৰিজাৰ্ভ ক্লজ কৰা হয়। উল্লেখ্য যে সোমবাৰে বিহপুৰীয়া থানাৰ ভাৰপ্ৰাপ্ত…
লখিমপুৰত ডাঃ হেমন্ত কুমাৰ দত্তৰ স্মাৰক গ্ৰন্থ ” অনুকাশ” উন্মোচন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,২৬ এপ্ৰিলঃ লখিমপুৰৰ এগৰাকী জনপ্ৰিয় তথা দায়বদ্ধ চিকিৎসক প্ৰয়াত ডাঃ হেমন্ত কুমাৰ দত্তৰ স্মৃতিত আজি তেঁওৰ জন্মদিনতে 'অনুকাশ' The reflection of light নামৰ স্মাৰক গ্ৰন্থখনি উন্মোচন কৰা হয়। উত্তৰ লখিমপুৰৰ খেলমাটিৰ…
ধেমাজিত কংগ্ৰেছত খহনীয়া আৰম্ভ
শতাব্দ প্ৰতিনিধি, ধেমাজি, ২৫ এপ্ৰিলঃ দেশৰ ৰাজনীতিত স্বকীয় গৰিমা আৰু মহিমাৰে উজ্জীৱিত হৈ থকা “ভাৰতীয় জাতীয় কংগ্ৰেছ দল” এতিয়া বেলি মাৰ যোৱাৰ দিশে গতি কৰিছে । সদ্যসমাপ্ত দুটাকৈ পৌৰ নিৰ্বাচনত শোচনীয় পৰাজয় হোৱাৰ পাছত দলটোৰ প্ৰতি আস্থা…
ডিজিপি কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ হোৱা যুৱক কেইজনক এৰি দিবলৈ আৰক্ষীক নিৰ্দেশ…
ডিজিপি কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ হোৱা যুৱক কেইজনক এৰি দিবলৈ আৰক্ষীক নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰক্ষী কনিষ্টবলৰ পৰীক্ষাৰ ফলাফল প্ৰদানৰ বাবে ডিজিপি কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ…
