Browsing Category
পলকতে
৩০এপ্ৰিল আৰু ১মেত গহপুৰত সদৌ অসম সূত সন্মিলনৰ ৰাজ্যিক অধিৱেশন
শতাব্দ প্ৰতিবেদক গহপুৰ ,২৮ এপ্ৰিল: সদৌ অসম সূত সন্মিলনৰ ৫৩ সংখ্যক ত্ৰি- বাৰ্ষিক অধিবেশন অহা ৩০ এপ্ৰিল আৰু ১ মেত গহপুৰত অনুষ্ঠিত হব। সূত জাতিৰ উন্নয়ন আৰু বিকাশৰ হকে ১৯১০ চনৰ পৰাই সদৌ অসম সূত সন্মিলনে সেৱা আগবঢ়াই আহিছে। এই বৃহৎ অনুষ্ঠানটিৰ ৫৩…
মূল্যবৃদ্ধিৰ বিৰুদ্ধে দিছপুৰত আম আদমী পাৰ্টীৰ বিক্ষোভ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৮ এপ্ৰিলঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ সময়তে আজি আম আদমী পাৰ্টী চমুকৈ আপে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। পেট্ৰল-ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ প্ৰতিবাদত আপে আজি…
খানাপাৰাত আৰম্ভ সপ্তাহজোৰা উত্তৰ-পূব মহোৎসৱ
আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ড’নাৰ মন্ত্ৰ্যালয় আৰু এন ই চিৰ উদ্যোগত উত্তৰ-পূব মহোৎসৱৰ আয়োজন। খানাপাৰত মহোৎসৱৰ শুভাৰম্ভ কৰিলে অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। মহোৎসৱৰ উদ্বোধনী উপলক্ষে হাফ মাৰাথন, চাইক্ল’থন আৰু…
দক্ষিণৰ ছবিৰ দৰেই অসমীয়া ছবি চাবলৈ আহ্বান অভিনেত্ৰী প্ৰস্তুতিৰ
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৭ এপ্ৰিল : দেশৰ বলিউড খ্যাত মুম্বাই মহানগৰীত নিৰ্মাণ হোৱা হিন্দী চলচ্চিত্ৰক চেৰ পেলাই দক্ষিণৰ চলচ্চিত্ৰই বাজীমাৎ কৰাৰ সময়ত অসমীয়া চলচ্চিত্ৰও চোৱাৰ আহ্বানৰে তেজপুৰৰ দুখন মহাবিদ্যালয়ত আজি চলিল এখন নতুন…
মে’ত কুৰি হাজাৰ শিক্ষক নিযুক্তিৰ প্ৰস্তুতি চৰকাৰৰ
শতাব্দ প্ৰতিনিধি, ধেমাজি, ২৭ এপ্ৰিল : আগন্তুক মে’ মাহত ৰাজ্যখনৰ বিশ হাজাৰ নিবনুৱা যুৱক-যুৱতীক শিক্ষকৰ চাকৰিত নিযুক্তি দিয়া হ’ব । - এই ঘোষণা ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ । মংগলবাৰে ধেমাজি প্ৰকল্প সঞ্চালকৰ সভাকক্ষত অনুষ্ঠিত District…
লখিমপুৰৰ ডেৰ শতাধিক মজলীয়া বিদ্যালয়ৰ ড্ৰপ শিক্ষকক মানৱীয়তাৰ খাতিৰত নিযুক্তিৰ আহ্বান
শতাব্দ প্ৰতিনিধি,লখিমপুৰ,২৭ এপ্ৰিল : ৰাজ্যৰ শিক্ষা বিভাগে ১৯৯১ চনত বিদ্যালয় প্ৰাদেশিকীকৰণ কৰিলে যদিও সেই সময়ত নিযুক্তিৰ পৰা বঞ্চিত হোৱা লখিমপুৰৰ ডেৰ শতাধিক শিক্ষক শিক্ষয়িত্ৰীয়ে এতিয়া মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষা মন্ত্ৰী ডাঃ…
শ্ৰীলংকালৈ আৰ্থিক সাহায্য প্ৰদানৰ সিদ্ধান্ত বিশ্ব বেঙ্কৰ
শতাব্দ বিশেষ প্ৰতিনিধি, ২৭ এপ্ৰিলঃ তীব্ৰ অৰ্থনৈতিক বিপৰ্যয়ৰ সন্মুখীন হোৱা দ্বীপৰাষ্ট্ৰ শ্ৰীলংকালৈ আৰ্থিক সাহায্য প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিশ্ব বেঙ্কে। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ পৰা জনোৱা মতে বিশ্ব বেঙ্কে দুটা কিস্তিত মুঠ…
১মে’ত হাজাৰ হাজাৰ ভক্তৰে পুনৰ বৈকুণ্ঠপুৰীলৈ পৰিণত হ’ব তেজপুৰৰ খোলাকুটি
শতাব্দ প্ৰতিনিধি , তেজপুৰ, ২৬ এপ্ৰিলঃ বিশ্বশান্তিৰ বাবে আৰু সমাজৰ হিংসা, অসুয়া, অশান্তি দূৰ কৰি সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ অৰ্থে তেজপুৰৰ খোলাকুটি কছাৰীগাঁৱৰ মাহাত্মাৰে পৰিপূৰ্ণ চামগুৰি বুঢ়াডাঙৰীয়া থান পৰিচালনা সমিতিয়ে বিগত বছৰৰ দৰে এইবাৰো…
যোৰহাট কৰ্কট চিকিৎসালয় পৰিদৰ্শন স্বাস্থ্য মন্ত্ৰীৰ
শতাব্দ প্ৰতিনিধি, যোৰহাট, ২৬ এপ্ৰিল : অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় চৌহদত অসম চৰকাৰ আৰু টাটা ন্যাসৰ যৌথ উদ্যোগত নিৰ্মিত যোৰহাট কৰ্কট চিকিৎসালয়খন আজি বিয়লি পৰিদৰ্শন কৰে। অহা ২৮ এপ্ৰিলত ডিব্ৰুগড়ৰ…
সম্প্ৰীতিৰ মিলনভূমিত পৰিণত নলবাৰীৰ যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যালয়
শতাব্দ প্ৰতিনিধি, নলবাৰী, ২৬ এপ্ৰিলঃ অতীজৰে পৰা হিন্দু-মুছলমানৰ একতাৰ ডোলেৰে বান্ধ খাই থকা নলবাৰীত পুনৰবাৰ প্ৰতীয়মান হ'ল একতাৰ ছবিখন । মঙলবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যালয় পৰিণত হ'ল সম্প্ৰীতিৰ মিলনভূমিত। উল্লেখ্য, অসম…
