Browsing Category
শিক্ষা
ৰেগিং প্ৰসংগ : ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ ব্যৰ্থতাক মুখ্যমন্ত্ৰীৰ তীব্ৰ সমালোচনা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ নৱেম্বৰ : ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ২৯ নৱেম্বৰ মঙলবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ ৰেগিঙৰ বিষয়টো চোৱা-চিতা কৰাত ‘ব্যৰ্থ’ হোৱাক লৈ তীব্ৰ সমালোচনা কৰিছে। মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে যে…
ৰেগিং গোচৰত অভিযুক্ত ১৮ ছাত্ৰক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা বহিষ্কাৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ নৱেম্বৰ : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই আনন্দ শৰ্মা ৰেগিং গোচৰত জড়িত থকাৰ অভিযোগত ১৮ জন ছাত্ৰক বহিষ্কাৰ কৰিছে। উল্লেখ্য যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এম কমৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰ আনন্দ শৰ্মাই ৰেগিঙৰ পৰা…
লখিমপুৰত আছুৰ সাধাৰণ সভা আৰম্ভ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ নৱেম্বৰঃ অসম আৰু অসমীয়াৰ অস্তিত্ব আৰু খিলঞ্জীয়াৰ প্ৰভূত্ব অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত তথা ছাত্ৰ শক্তিৰ সংগঠিত সংগ্ৰামৰ ধাৰা অব্যাহত ৰাখি আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে উত্তৰ লখিমপুৰত আৰম্ভ হৈছে সদৌ অসম ছাত্ৰ সন্থা…
উখল মাখল পৰিৱেশত কাইলৈৰ পৰা লখিমপুৰত আছুৰ সাধাৰণ সভা
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৮ নৱেম্বৰঃ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰনাথ শৰ্মাৰ দৰে মুষ্টিমেয় জাতীয়তাবাদী আৰু স্বাভিমানী ব্যক্তিৰ প্ৰত্যক্ষ নেতৃত্বত গুৱাহাটীৰ ঐতিহাসিক লতাশিল খেলপথাৰত জন্ম হৈছিল অসমৰ প্ৰথমটো ছাত্ৰ সংগঠন ‘অসম ছাত্ৰ…
দেশৰ গৰিষ্ঠসংখ্যক বিশ্ববিদ্যালয়ৰ অধ্যাপক-প্ৰতিনিধিৰ অংশগ্ৰহণেৰে দৰং মহাবিদ্যালয়ত দুদিনীয়াকৈ…
শতাব্দ প্ৰতিনিধি, তেজপুৰ , ১৭ নৱেম্বৰ : ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ দ্বাৰা মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ মান মূল্যায়ন কোষ (IQAC) আৰু অসম প্ৰাণীবিজ্ঞান সমিতিৰ সহযোগত অহা ১৮ আৰু ১৯ নৱেম্বৰ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে…
নাওবৈচাত পথ দুৰ্ঘটনাত ছাত্ৰ নেতা নিহত
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৭ নৱেম্বৰঃ লখিমপুৰ জিলাৰ নাওবৈচাত যোৱা নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷ এই দুৰ্ঘটনাত সদৌ অসম ছাত্ৰ সন্থাৰ নাওবৈচা আঞ্চলিকৰ সাধাৰণ সম্পাদক অনন্ত বৰা নিহত হয়৷ উল্লেখ্য যে অহা ১৯, ২০ আৰু ২১ নৱেম্বৰত সদৌ অসম…
চৰকাৰৰ বিৰুদ্ধে টিউটৰ শিক্ষকঃ শীঘ্ৰে আন্দোলনত নামিব
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৭ অক্টোবৰঃ লখিমপুৰ নগৰৰ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি উজনি অসমৰ টিউটৰ, কৰ্মচাৰীসকলৰ এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয়৷ এই সভাতে চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে এই টিউটৰ শিক্ষকসকলে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি অচিৰেই…
শিৱসাগৰ অষ্টম গ্ৰন্থ উৎসৱ আৰু দ্বিতীয় শিৱসাগৰ যুৱ মহোৎসৱৰ উদ্বোধনী অনুষ্ঠান
শিৱসাগৰ অষ্টম গ্ৰন্থ উৎসৱ আৰু দ্বিতীয় শিৱসাগৰ যুৱ মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানৰ দৃশ্যফটো: আব্দুল মতিন শিৱসাগৰ
দেশৰ বিভিন্ন আই আই টিত লখিমপুৰৰ ৰেভ উইলিয়াম ৱাৰ্ড শিক্ষানুষ্ঠানৰ সাতজনকৈ ছাত্ৰৰ স্থান লাভঃ সম্বৰ্ধনা
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২১ অক্টোবৰঃ লখিমপুৰৰ অন্যতম শিক্ষানুষ্ঠান ৰেভ উইলিয়াম ৱাৰ্ড ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা এইবাৰ সাতজনকৈ ছাত্ৰই দেশৰ আগশাৰীৰ বিভিন্ন আই আই টি শিক্ষানুষ্ঠানত নাম ভৰ্তিৰ বাবে স্থান লাভ কৰাত শিক্ষানুষ্ঠানখনৰ…
লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় সংহতি দিৱস পালন
উত্তৰ লখিমপুৰঃ ২০ অক্টোবৰঃ ১৯৬২ চনৰ চীনা আগ্ৰাসনৰ ঘটনাৰ উপলক্ষে ৰাষ্ট্ৰীয় সংহতি দিৱস আজি লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত পালন কৰা হয়। সেই উপলক্ষে মহাবিদ্যালয়খনৰ এন এছ এছ ইউনিটৰ দ্বাৰা এক অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানৰ উদ্বোধন কৰে…
