Browsing Category
শিক্ষা
তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ শিক্ষাৰ্থীৰ উদ্যোগত “সজাগতা” শীৰ্ষক…
শতাব্দ'ৰ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৩ ডিচেম্বৰ : তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ অধীনস্থ উন্নয়নৰ বাবে যোগাযোগৰ বিশেষ কাৰ্যসূচীৰ অধীনত আজি শুভম কুমাৰ, অৰ্জিতা কুমাৰী, নিহাৰিকা স্বৰ্গীয়াৰী আৰু শিৱলিকা পাত্রনবীশ নামৰ…
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ লখিমপুৰৰ প্ৰত্যক্ষদৰ্শী ছাত্ৰৰ বিস্ফোৰক ভাষ্য
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ১ ডিচেম্বৰঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ প্ৰত্যক্ষদৰ্শী লখিমপুৰৰ এজন ছাত্ৰই সম্প্ৰতি বিস্ফোৰক মন্তব্য আগবঢ়াইছে৷ আজি ছাত্ৰজনে লখিমপুৰত নিজমুখে তেওঁ দেখা ৰেগিং কাণ্ডৰ বিষয়ে সবিস্তাৰে বৰ্ণনা কৰে৷ নৰ্থ…
আৰক্ষী কৰ্মীৰ মাজত তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ৩০ নৱেম্বৰঃ আজি উত্তৰ লখিমপুৰত অসম আৰক্ষীৰ কৰ্মীসকলৰ বাবে এখন মুকলি তৰ্ক প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। তৰ্ক প্ৰতিযোগিতাখনিৰ আয়োজন লখিমপুৰ আৰক্ষী বিভাগে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সহযোগত মহাবিদ্যলয়খনৰ আলোচনা চক্ৰ…
শিক্ষকৰ হুংকাৰ– মুঠেও ব্যৱহাৰ নকৰে এপচ
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৩০ নৱেম্বৰঃ শোণিতপুৰ জিলাৰ সদৌ অসম প্ৰাথমিক টেট উৰ্ত্তীণ শিক্ষক সমাজৰ অধীনৰ বালিপৰা, গাভৰু, ঢেকীয়াজুলি আৰু নদুৱাৰ খণ্ডৰ শিক্ষক শিক্ষয়িত্ৰীসকলে আজি নিজ নিজ খণ্ডত স্মাৰক পত্ৰ প্ৰদান কাৰ্যসূচী পালন কৰি অসম চৰকাৰৰ…
অভিভাৱকক ‘অভিযোগ’ দিয়া বাবেই গৰ্ভৱতী শিক্ষয়িত্ৰীক ছাত্ৰৰ আক্ৰমণ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ নৱেম্বৰ : ডিব্ৰুগড় জিলাত এগৰাকী পাঁচমহীয়া গৰ্ভৱতী শিক্ষয়িত্ৰীক বিদ্যালয়খনত শৈক্ষিক প্ৰদৰ্শন আৰু আচৰণৰ শোচনীয় প্ৰদৰ্শন কৰা ছাত্ৰৰ বিষয়ে অভিভাৱকক অৱগত কৰাৰ পিছতে ছাত্ৰৰ এটা দলে অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে।…
তিনিচুকীয়াত বিদ্যালয় বৰ্হিভূত শিশুৰ তথ্য সংগ্ৰহৰ বাবে গুৰুত্বপূৰ্ণ সভা
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৯ নৱেম্বৰ : সমগ্ৰ শিক্ষা, তিনিচুকীয়াৰ উদ্যোগত বিদ্যালয় বৰ্হিভূত শিশুৰ তথ্য সংগ্ৰহৰ বাবে গঠিত জিলা পৰ্যায়ৰ সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভা আজি তিনিচুকীয়া জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হৈ যায় ৷…
কৰ্ম স্হানত অত্যধিক কামৰ বোজা আৰু বিভাগৰ কঠোৰ নিয়ম-নীতিয়ে আৰু কঢ়িয়াই নিনিয়ক শিক্ষকৰ অমূল্য…
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৯ নৱেম্বৰঃ দুৰ্ঘটনাত পতিত হৈ অকাল মৃত্যুক সাৱটি লোৱা বিশ্বনাথ জিলাৰ প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক তথা BRP দেৱজিত কাকতি' আৰু CRCC 'দেৱজিত শৰ্মা'ৰ সজস্থান প্ৰাপ্তিৰ শ্ৰদ্ধাঞ্জলি আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আজি…
অসম চিকিৎসা মহাবিদ্যালয়ত ৰেগিং : দুই স্নাতকোত্তৰ ছাত্ৰক নিলম্বিত
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ নৱেম্বৰ : ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত স্নাতকোত্তৰ অধ্যয়ন কৰি থকা দুগৰাকী চিকিৎসকক ৰেগিঙত লিপ্ত হোৱাৰ অভিযোগত ছমাহৰ বাবে শ্ৰেণীত অংশগ্ৰহণৰ পৰা নিলম্বিত কৰাৰ লগতে হোষ্টেলৰ পৰা বহিষ্কাৰ কৰা হৈছে বুলি ২৯…
ৰেগিং প্ৰসংগ : ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ ব্যৰ্থতাক মুখ্যমন্ত্ৰীৰ তীব্ৰ সমালোচনা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ নৱেম্বৰ : ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ২৯ নৱেম্বৰ মঙলবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ ৰেগিঙৰ বিষয়টো চোৱা-চিতা কৰাত ‘ব্যৰ্থ’ হোৱাক লৈ তীব্ৰ সমালোচনা কৰিছে। মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে যে…
ৰেগিং গোচৰত অভিযুক্ত ১৮ ছাত্ৰক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা বহিষ্কাৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ নৱেম্বৰ : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই আনন্দ শৰ্মা ৰেগিং গোচৰত জড়িত থকাৰ অভিযোগত ১৮ জন ছাত্ৰক বহিষ্কাৰ কৰিছে। উল্লেখ্য যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এম কমৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰ আনন্দ শৰ্মাই ৰেগিঙৰ পৰা…
