Browsing Category

শিক্ষা

বিহালীৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ত নৱাগত আদৰণি সভা- তোৰণ মুকলি

বিশ্বনাথ চাৰিআলি, ২৬ ছেপ্টেম্বৰঃ  বিহালীৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ নবাগত আদৰণি সভাখন যোৱা ২৪ ছেপ্টেম্বৰত অনুষ্ঠিত হয়। সভাৰ আৰম্ভণিতে মহাবিদ্যালয়ৰ স্বৰ্গীয় চন্দ্ৰধৰ বৰুৱা সোঁৱৰণী তোৰণখন দাতা পৰিয়ালৰ হৈ তেখেতৰ…

ঘোষণাতে সীমাবদ্ধ নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়ঃ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত উত্তাল

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৩ ছেপ্টেম্বৰঃ উত্তৰ পাৰৰ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক দিশত উত্তৰণ ঘটোৱাৰ মানসেৰে নাৰায়ণপুৰৰ ঐতিহাসিক মাধৱদেৱ মহাবিদ্যালয়ক বিজেপি চৰকাৰে তিনিবছৰ পূৰ্বেই উন্নীত কৰিছিল বিশ্ববিদ্যালয়লৈ। কিন্তু দুৰ্ভাগ্যজনক ভাবে বৰ্তমান…

অসম গণিত শিক্ষায়তন,শোণিতপুৰ জিলা শাখাৰ প্ৰতিষ্ঠা দিৱস উদযাপন

শতাব্দ প্ৰতিনিধি, তেজপুৰ ১৯ছেপ্টেম্বৰঃ অসম গণিত শিক্ষায়তন, শোণিতপুৰ জিলা শাখাৰ প্ৰতিষ্ঠা দিৱস  তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যক্ষ ৰিমনি নেওগ বৰাৰ সভাপতিত্বত আজি অনুস্থিত হয়। তেজপুৰ চৰকাৰী উচ্চতৰ বহুমুখী মাধ্যমিক কন্যা…

চতিয়াৰ মেধাৱী ছাত্ৰী হিমাদ্ৰী বৰুৱালৈ তেজপুৰৰ “গংগোত্ৰী গোস্বামী সোঁৱৰণী বঁটা প্ৰদান

শতাব্দ প্ৰতিনিধি তেজপুৰ , ১০ ছেপ্টেম্বৰ : ২০১৫ চনৰ ১৬ ডিচেম্বৰত এক শোকাবহ পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটি লোৱা বহুমুখী প্ৰতিভাৰ মেধাৱী ছাত্ৰী তেজপুৰৰ গংগোত্ৰী গোস্বামীৰ সোঁৱৰণত আজি বিয়লি অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত চতিয়াৰ আৰ্থিক ভাবে পিছপৰা…

ৰাজ্যৰ ভিতৰতে ধেমাজি আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰ শ্ৰেষ্ঠ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১০ ছেপ্টেম্বৰঃ অসম চৰকাৰৰ বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ অধীনৰ অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ পৃষ্ঠপোষকতাত যোৱা ৭-৯ ছেপ্টেম্বৰত,(২০২২) গুৱাহাটী আই আই টিত অনুস্থিত আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰৰ…

অত্যাধুনিক হ’ব দেশৰ ১৪৫০০খন বিদ্যালয়

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৮ ছেপ্টেম্বৰ : কালি ৭ ছেপ্টেম্বৰ বুধবাৰে কেন্দ্ৰীয় কেবিনেটে ‘প্ৰধানমন্ত্ৰী স্কুল ফৰ ৰাইজিং ইণ্ডিয়া’ বা PMSRI প্ৰকল্পত অনুমোদন জনায়। এই আঁচনিৰ অধীনত সমগ্ৰ দেশৰ প্ৰায় ১৪,৫০০খন বিদ্যালয়ক পি এম-শ্ৰী বিদ্যালয় হিচাপে…

ৰাজ্যৰ ২২,৬০১ গৰ‍াকী শিক্ষাৰ্থীক আনন্দৰাম বৰুৱা বঁটা প্ৰদান

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৭ ছেপ্টেম্বৰঃ ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শত‍াংশ বা ততোধিক নম্বৰ লাভ কৰা ৰাজ্যৰ ২২,৬০১ গৰ‍াকী শিক্ষাৰ্থীক আজি আনুষ্ঠানিকভাৱে আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰ‍া হয়। উল্লেখ যে পূৰ্বতে এই বঁটাত কম্পিউটাৰ…

তিনিচুকীয়াৰ শিক্ষা বিভাগৰ উদ্যোগত পানীতোলাত কেন্দ্ৰীয়ভাৱে উদযাপন শিক্ষক দিৱস

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৫ ছেপ্টেম্বৰ : আজি তিনিচুকীয়া জিলা শিক্ষা বিভাগৰ উদ্যোগত ৬১ সংখ্যক শিক্ষক দিৱস কেন্দ্ৰীয়ভাৱে জিলাখনৰ পানীতোলা হিন্দী ইংলিছ হাইস্কুলত উদযাপন কৰা হয় ৷ শিক্ষক দিৱস উপলক্ষ্যে অনুষ্ঠিত সভাত পৌৰোহিত্য কৰে ছেবাৰ…

লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ সোণালী জয়ন্তী উদযাপন

উত্তৰ লখিমপুৰঃ ৪ আগষ্টঃ অসমৰ উত্তৰ পাৰৰ প্ৰথম উচ্চ শিক্ষাৰ বাণিজ্যিক প্ৰতিষ্ঠান লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ সোণালী জয়ন্তী বৰ্ষ আজি উত্তৰ লখিমপুৰত উদযাপন কৰা হয়। দিনজোৰা কাৰ্যসূচীৰে পালন হোৱা এই অনুষ্ঠানৰ আজি পুৱা…

৫ ছেপ্টেম্বৰত শিক্ষক দিৱস বৰ্জনৰ সিদ্ধান্ত

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ,৩ছেপ্টেম্বৰঃ আজি লখিমপুৰ জিলাৰ পহুমৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উচ্চতৰ মাধ্যমিক টিউটৰ শিক্ষক সন্থাৰ আহ্বান ক্ৰমে লখিমপুৰ জিলাৰ টিউটৰ সকলক লৈ এখন সভা অনুষ্ঠিত হয়।সভাত চিনিয়ৰ চেকেণ্ডৰী আৰু উচ্চ মাধ্যমিক আৰু…