Browsing Category
শিক্ষা
অসম ডন ব’স্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত কেৰিয়াৰ সজাগতা সভা
গুৱাহাটী,৩ ছেপ্টেম্বৰ : অসম ডনব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ উদ্যোগত আজি দিনৰ ১০ বজাত ধাৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন কেৰিয়াৰ সজাগতা সভা অনুষ্ঠিত হয় । ধাৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ…
তস্মৈ শ্ৰী গুৰুৱে নমঃ
দীপামণি হাজৰিকা বৰুৱা"দীপাই মাৰিলে টিপা
গড়গাঁও পালেগৈ শিপা"
মানুহজনে আনক হহুৱাই ভাল পায়।আমাৰ প্ৰত্যেককে তেখেতে কিবা নহয় কিবা এটা বেলেগ নাম দি মাতে। বিভিন্ন উপমা দি জোকায় ।পঢ়োৱাৰ মাজে মাজে নানান খুহুতীয়া কথাৰে আমাৰ মনবোৰ অহৰহ…
তেজপুৰৰ বিশিষ্ট ফৰাচী ভাষাতত্ববিদ, তেজপুৰ বিশ্ববিদ্যালয়ৰ বিদেশী ভাষা শিক্ষা বিভাগৰ ফৰাচী ভাষাৰ…
শতাব্দ প্ৰতিনিধি তেজপুৰ , ৩১ আগষ্ট : তেজপুৰ বিশ্ববিদ্যালয়ৰ বিদেশী ভাষা শিক্ষা বিভাগৰ ফৰাচী ভাষাৰ ভিজিটিং ফেল' তথা তেজপুৰৰ লগতে ৰাজ্যখনৰ বিশিষ্ট শিক্ষাবিদ, তেজপুৰ চহৰৰ ঈদগাহ ময়দান (চিত্ৰবন বাকৰি)ৰ সন্মুখ নিবাসী চাইফুদ্দিন আহমেদৰ কালি…
তেজপুৰৰ মেধাবী ছাত্ৰ ৰাহুলৰ সাফল্য
শতাব্দ প্ৰতিনিধি তেজপুৰ ,৩০আগষ্ট: তেজপুৰৰ এজন মেধাবী ছাত্ৰ ৰাহুল বৰাই ইংলেণ্ডৰ নিউকেষ্টল ইউনিভাৰ্চিটিত নামভৰ্তিৰ সুযোগ লাভ কৰিছে ৷ উল্লেখযোগ্য যে,তেজপুৰৰ বাৰহলীয়া নিৱাসী অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক লক্ষীধৰ বৰা আৰু সহ শিক্ষয়ত্ৰী মানসী বৰাৰ পুত্ৰ…
অসমীয়া মাধ্যমৰ বিদ্যালয়ক লৈ দেশপ্ৰাণ লক্ষ্মীধৰ শৰ্মাই প্ৰতিষ্ঠা কৰা তেজপুৰৰ তৰুণ অসম সংঘৰ স্থিতি
গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজীত শিকালে স্কুল এৰা বিদ্যাৰ্থীৰ সংখ্যা আৰু বাঢ়িব কিয়নো শিশুক জটিল কথা বোধগম্য কৰাবলৈ মাতৃভাষাৰ কোনো বিকল্প নাই
শতাব্দ প্ৰতিনিধি তেজপুৰ ২৯ আগষ্টঃ অসমৰ বিদ্যালয়সমূহত যদিহে তৃতীয় শ্ৰেণীৰ পৰা বিজ্ঞান আৰু অংকৰ…
শিক্ষামন্ত্ৰীৰ গৃহ জিলা ধেমাজিত বন্ধ হ’ল ২৩ খনকৈ মাধ্যমিক শিক্ষানুষ্ঠানঃ লখিমপুৰত বন্ধ হ’ল ১১খন
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৯ আগষ্টঃ ৰাজ্যত নতুনকৈ প্ৰাদেশীকীকৰণ হোৱা ১৯৭খন শিক্ষানুষ্ঠান বন্ধ কৰি চৰকাৰে নিকটৱৰ্তী বিদ্যালয়ত সংলগ্ন কৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা জনাইছে ভাৰতৰ ছাত্ৰ ফেডাৰেচন আৰু ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ অসম ৰাজ্যিক…
তেজপুৰত চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে এবিভিপিৰ প্ৰতিবাদ
শতাব্দ প্ৰতিনিধি তেজপুৰ ,২৬আগষ্ট: ৰাজ্য চৰকাৰে দেশৰ কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় শিক্ষানীতিক অৱমাননা কৰাৰ অভিযোগ উত্থাপন কৰিছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে৷ আজি তেজপুৰৰ আদালত চাৰিআলিত ৰাজ্য চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত…
চৰকাৰী খণ্ডৰ বিদ্যালয় বন্ধ কৰাৰ বিৰুদ্ধে তেজপুৰত প্ৰতিবাদ
শতাব্দ প্ৰতিনিধি তেজপুৰ ,২৬আগষ্ট: চৰকাৰী খণ্ডৰ বহু সংখ্যক বিদ্যালয় বন্ধ কৰি ৰাজহুৱা শিক্ষা ব্যৱস্থা ধ্বংস কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে আজি অল ইণ্ডিয়া ডি এছ অ'ৰ অসম ৰাজ্যিক কমিটীৰ আহ্বান মৰ্মে সংগঠনটোৰ শোণিতপুৰ জিলা কমিটিৰ উদ্যোগত তেজপুৰ আদালত…
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মাচুল বৃদ্ধিৰ প্ৰতিবাদত তিনিচুকীয়া মহাবিদ্যালয়ত ছাত্ৰ বিক্ষোভ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৬ আগষ্ট : ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰশাসনৰ মাচুল বৃদ্ধিৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ আহ্বান মৰ্মে আজি তিনিচুকীয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই ছাত্ৰ…
নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষক নিলম্বন ( আপ ডেটেড বাতৰি )
পূৰ্বৰ একাধিক অভিযোগ পৰিচালনা সমিতিয়ে গাপ দিয়া অভিযোগ উত্থাপন
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ আগষ্টঃ নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ বিমান চন্দ্ৰ চেতিয়া আৰু এগৰাকী অজ্ঞাত যুৱতীৰ মাজত চলা যৌনগন্ধী বাৰ্তালাপ তথা অশ্লীল ফটো ভাইৰেল হোৱা…
