Browsing Category

শিক্ষা

ৰাষ্ট্ৰপতিৰ পুৰস্কাৰলৈ  ৰাজ্যৰ একমাত্ৰ শিক্ষক হিচাপে মিনাক্ষী গোস্বামীৰ নাম ঘোষণা

শতাব্দ প্ৰতিনিধি তেজপুৰ ,২৫আগষ্ট: ৰাজ্যৰ একমাত্ৰ শিক্ষক হিচাপে এইবাৰ ৰাষ্ট্ৰপতিৰ বঁটা লাভ কৰিব তেজপুৰৰ নিকটৱৰ্তী বিহগুৰিৰ চন্দ্ৰনাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা, ইংৰাজী বিষয়ৰ এগৰাকী শিক্ষয়িত্ৰী মিনাক্ষী গোস্বামীয়ে৷ উল্লেখযোগ্য…

নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষক বাধ্যতামূলক ছুটীঃ তদন্তৰ নিৰ্দেশ শিক্ষামন্ত্ৰীৰ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৫ আগষ্টঃ লখিমপুৰ জিলাৰ অগ্ৰণী অনুষ্ঠান নৰ্থ লখিমপুৰ (স্বায়ত্ত শাসিত) মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ বিমান চন্দ্ৰ চেতিয়া আৰু এগৰাকী অজ্ঞাত যুৱতীৰ মাজত ফেচবুকৰ মেচেঞ্জাৰ আৰু ৱাটচএপত যৌনগন্ধি বাৰ্তালাপ কৰাৰ কেতবোৰ স্কীন…

ৰাজ্যৰ বিভিন্ন সাহিত্য সভাৰ প্ৰতিনিধিৰ লগত শিক্ষা মন্ত্ৰীৰ বৈঠক

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২২ আগষ্টঃ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আজি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ অধ্যক্ষতাত আৰু অসম ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত ৰাজ্য খনৰ ৰাভা, কাৰ্বি, তিৱা, মিচিং, গাৰো, কচাৰী,…

তৃতীয়-চতুৰ্থ বৰ্গৰ ৩০ হাজাৰ পদত অৱতীৰ্ণ হ’ব ১৪ লাখৰো অধিক প্ৰাৰ্থী

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২০ আগষ্টঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে এবছৰৰ ভিতৰত এক লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি সময়মতে পালন কৰিবলৈ সক্ষম নহ'ল যদিও প্ৰতিশ্ৰুতি পূৰণৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। তাৰেই অংশ…

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত অনুষ্ঠিত তিনিদিনীয়া এছ আই পি অধিবেশন

উত্তৰ লখিমপুৰ, ২০ আগষ্টঃ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত নৱাগত স্নাতক ছাত্ৰ-ছাত্ৰীৰ বাবে তিনিদিনীয়া ছাত্ৰ প্ৰবেশ কাৰ্যসূচী (এছ. আই. পি.) অনুষ্ঠিত হৈ যায়। মহাবিদ্যালয়ৰ আভ্যন্তৰীণ গুণগত মান নিশ্চিতকৰণ কোষৰ উদ্যোগত যোৱা ১৬ আগষ্টৰ পৰা ১৮…

তিনিচুকীয়াত কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষক দুষ্কৃতিকাৰীৰ আক্ৰমণ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৮ আগষ্ট : তিনিচুকীয়া চহৰৰ নপুখুৰী অঞ্চলত আজি পুৱা দুষ্কৃতিকাৰীৰ আক্ৰমণৰ বলি হয় এজন শিক্ষাগুৰু ৷ নপুখুৰীস্থিত কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষ সুৰজিৎ সিঙক আজি পুৱা দুৰ্বৃত্তই গজাল থকা কাঠেৰে আক্ৰমণ কৰাৰ ঘটনাক…

চৰকাৰৰ শিক্ষাবিৰোধী নীতি:তেজপুৰত এ আই ডি এছ অ’ৰ প্ৰতিবাদ

শতাব্দ  প্ৰতিনিধি তেজপুৰ ,১৭আগষ্ট: ৰাজ্য চৰকাৰে ৰাজহুৱা খণ্ডৰ বিদ্যালয় সমূহত নৱম আৰু দশম শ্রেণীৰ ছাত্র-ছাত্রীৰ টিউচন মাছুল ৭০ টকাৰ পৰা ১২০ টকালৈ বৃদ্ধি কৰা , ৰাজহুৱা আদৰ্শ বিদ্যালয়ত ছাত্র ছাত্রীৰ মাহিলী মাছুল তিনিশ টকা কৰা আৰু পুজিঁৰ অভাৱৰ…

ভাৰতীয় শিশু কল্যাণ পৰিষদৰ তেজপুৰ শাখাৰ সোণালী জয়ন্তী

শতাব্দ প্ৰতিনিধি তেজপুৰ ১৭ আগষ্ট : ভাৰতীয় শিশু কল্যাণ পৰিষদৰ তেজপুৰ শাখাৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে এলানি বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । সেই অনুসৰি যোৱা ৭ আগষ্ট তাৰিখে বিখ্যাত দীপশিখা ফাউণ্ডেচনৰ সহযোগত এটি মহিলাৰ কৰ্কট ৰোগ চিনাক্তকৰণ আৰু…

শিক্ষামন্ত্ৰীৰ গৃহ সমষ্টিত শৈক্ষিক অঘটনৰ আশংকা : শিক্ষক দিৱসত ঘূৰাই দিব টেট উত্তীৰ্ণৰ প্ৰমাণপত্ৰ

শতাব্দ প্ৰতিনিধি, ধেমাজি, ১৭ আগষ্টঃ “ শিক্ষা বিভাগৰ বিশেষ টেট আছিল এক ক’লা অধ্যায় । আমি বিশেষ টেট উত্তীৰ্ণসকলে অহা ৫ ছেপ্টেম্বৰৰ শিক্ষক দিৱসত আমাৰ উত্তীৰ্ণৰ প্ৰমাণ পত্ৰ ঘূৰাই দিম ৷ শিক্ষা মন্ত্ৰীয়ে মানৱতাৰ দৃষ্টিৰে আমাৰ বিষয়টো অধ্যয়ন কৰা…

নতুন পাঠ্যক্ৰমেৰে আৰম্ভ হ’ব আছাম স্কুল অৱ জাৰ্নেলিজম

গুৱাহাটী, ১৭ আগষ্ট : ২০১১ বৰ্ষৰ পৰা ব্যৱহাৰিক সাংবাদিকতা পাঠ্যক্ৰমেৰে সহস্ৰাধিক শিক্ষার্থীক ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত নিয়োজিত হোৱাত সহায় কৰা আছাম স্কুল অৱ জাৰ্নেলিজম নতুন কাৰ্যসূচীৰে পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ সাজু হৈছে। প্ৰত্যাশা ফাউণ্ডেচনৰ…