Browsing Category
শিক্ষা
ইক’ ক্লাৱৰ সৌজন্যত লাইফ স্কীল এডুকেশ্বন প্ৰশিক্ষণ
নাৰায়ণপুৰ,১১ আগষ্ট : গুৰুৰ প্ৰতি থকা ভক্তিয়ে ছাত্ৰ- ছাত্ৰীক জীৱন বাটত আগবঢ়ি যোৱাত সহায় কৰে।জ্যেষ্ঠক সন্মান আৰু গুৰু ভক্তিত কেতিয়াও জাত পাত বিচাৰৰ প্ৰয়োজন নাই। পৰস্পৰৰ কথা চিন্তা কৰিলেহে সুন্দৰ সুগঠিত আৰু এটা পৰিমাৰ্জিত জীৱনৰ কল্পনা…
অমৃত মহোৎসৱৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ গৈ ৮ গৰাকী ছাত্ৰ-ছাত্ৰী ৰ’দত ঢলি পৰিল
শতাব্দ প্ৰতিনিধি, তেজপুৰ,১১ আগষ্টঃ বৰছলা বিধান সভা সমষ্টিৰ ১নং বচাশিমলু গাঁৱত অঘটন ৷ ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে দেশজুৰি অনুষ্ঠিত হোৱা আজাদী কা অমৃত মহোৎসৱৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ গৈ তিনিখন বিদ্যালয়ৰ ৮ গৰাকী ছাত্ৰ-ছাত্ৰী আজি…
তেজপুৰ বিশ্ববিদ্যায়লৈ নাকৰ এ+গ্ৰেড
শতাব্দ প্ৰতিনিধি তেজপুৰ,১০আগষ্ট: দেশৰ এক অগ্ৰণী উচ্চ শিক্ষাৰ অনুষ্ঠান তেজপুৰ বিশ্ববিদ্যালয়ক ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদে(নাক)এ+ গ্ৰেড প্ৰদান কৰিছে। ইয়াৰ ফলত বিশ্ববিদ্যালয়খনে দেশৰ শীৰ্ষ সাত শতাংশ উচ্চ শিক্ষানুষ্ঠানৰ ভিতৰত স্থান…
সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উত্তৰণৰ বাবে ন্যূনতম দহকোটি টকা অনুমোদনৰ দাবী ড° সমুজ্জ্বল কুমাৰ…
শতাব্দ প্ৰতিনিধি, মাজুলী,১০ আগষ্টঃ সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আজি মধ্য মাজুলী কমলাবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত মাজুলী মিলন সংঘ কমলাবাৰীত কৃতীমান ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে বিশেষ অভিনন্দন অনুষ্ঠিত হয়। অজিত…
গুৱাহাটীত বিদ্যালয়সমূহক পুৱাৰ প্ৰাৰ্থনা সভা শ্ৰেণী কোঠাত আয়োজন কৰাৰ নিৰ্দেশ
গুৱাহাটী,৯ আগষ্টঃ গুৱাহাটীৰ ছাত্ৰীবাৰীস্থিত নিকলছ হায়াৰ ছেকাণ্ডাৰী স্কুলৰ ১০ বছৰীয়া এগৰাকী ছাত্ৰীৰ মৃত্যুৰ পিছতে এতিয়া তৎপৰ হৈ পৰিছে শিক্ষা বিভাগ। এতিয়াৰে পৰা বিদ্যালয় সমূহক পুৱাৰ প্ৰাৰ্থনা সভা শ্ৰেণী কোঠাত আয়োজন কৰাৰ নিৰ্দেশ প্ৰদান…
ৰামায়ণৰ ‘কুইজ’ত জয়ী দুই মুছলমান ছাত্ৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৮ আগষ্ট : হিন্দু শাস্ত্ৰ ৰামায়ণক লৈ আয়োজন কৰা কুইজ প্ৰতিযোগিতাত দুজন মুছলমান ছাত্ৰই অংশগ্ৰহণ কৰিছিল। দুয়োগৰাকীয়ে প্ৰতিযোগিতাত জয়লাভো কৰে। এটা প্ৰকাশন প্ৰতিষ্ঠানে আয়োজন কৰিছিল এই প্ৰতিযোগিতা। য'ত ৰামায়ণ কাহিনীৰ…
গণিত-বিজ্ঞান ইংৰাজীত :আদৰণি ভৱেশ কলিতাৰ
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৭আগষ্ট: সাম্প্ৰতিক সময়ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰয়োজনৰ বাবেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কেৱল দুটা বিষয় গণিত আৰু বিজ্ঞানক ইংৰাজী মাধ্যম কৰিছে বুলি আজি তেজপুৰত মন্তব্য কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি…
বীৰ লাচিতৰ ৪০০ সংখ্যক জন্ম-জয়ন্তী উপলক্ষে লেখা আহ্বান তিনিচুকীয়া জিলা প্ৰশাসনৰ : ২০ আগষ্ট অন্তিম…
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩ আগষ্ট : বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তী উপলক্ষে অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ নিৰ্দেশনা অনুসৰি তিনিচুকীয়া জিলা প্ৰশাসনে বীৰগৰাকীৰ জীৱন আৰু বীৰত্বৰ সৈতে জড়িত বিষয়ৰ ওপৰত এটি লেখা নাগৰিক আৰু…
তেজপুৰত শিক্ষা কল্যাণ ন্যাসৰ অভিনন্দন ও সম্বৰ্দ্ধনা অনুষ্ঠান সম্পন্ন
শতাব্দ প্ৰতিনিধি তেজপুৰ , ২ আগষ্ট: তেজপুৰৰ পশ্চিম অঞ্চলৰ এক অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান শিক্ষা কল্যাণ ন্যাসে আজি ২০২২ৰ অভিনন্দন আৰু সম্বৰ্দ্ধনা অনুষ্ঠান দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে পশ্চিম বিহগুৰি অঞ্চলৰ গোপীনাথ বৰদলৈ মজলীয়া বিদ্যালয়ত…
তিনিচুকীয়াত ৪৩৯ কৃতবিদ্যক আছুৰ অভিনন্দন
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৯ জুলাই : তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই বিগত বৰ্ষসমূহৰ দৰেই আজি তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক কেন্দ্ৰত চলিত বৰ্ষৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী…
