Browsing Category

সাহিত্য

লখিমপুৰ মহাবিদ্যালয়ৰ  ৭০ বছৰীয়া চমু ইতিহাস উন্মোচন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ, ৩১ মাৰ্চঃ লখিমপুৰ জিলাৰ আগশাৰীৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নৰ্থ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্ত) ৰ গ্ৰন্থাগাৰ সহায়ক হজৰাম পাৱেগামৰ শেহতীয়া গ্ৰন্থ "নৰ্থ লখিমপুৰ কলেজৰ সত্তৰ বছৰীয়া চমু ইতিহাস" নামৰ গ্ৰন্থখন আজি…

হাতীলোংপৰীয়া শাখা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্নঃ গ্ৰন্থ উন্মোচন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,৩০ মাৰ্চঃ লক্ষীমপুৰ জিলা সাহিত্য সভাৰ অন্তৰ্গত অন্যতম সক্ৰিয় শাখা হাতীলোংপৰীয়া শাখা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অধিৱেশন আজি দিনজোৰা কাৰ্যসূচীৰে হাতীলোং উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয়। অধিৱেশনৰ মুকলি সভা উদ্বোধন কৰে…

তেজপুৰত কবিতা পুথি উন্মোচন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ২৭ মাৰ্চঃ আজি দিনৰ ১১বজাত অনুষ্ঠিত হোৱা এখন সভাত উন্মোচন কৰা হয় যুগে যুগে অৱতাৰ শীৰ্ষক এখন ব্যতিক্ৰমী কবিতা পুথি৷ তেজপুৰস্থিত শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ কাৰ্যালয়ত উন্মোচন কৰা হয়। কবিতাপুথিখন সত্ৰীয়া…

তেজপুৰত হাম্ৰো প্ৰজাশক্তিৰ উদ্যোগত সন্দৰ্ভত আলোচনা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ:২৭ মাৰ্চ:  ৰাজ্যত বসবাস কৰা নেপালী সম্প্ৰদায়ৰ লোকসকলৰ বিভিন্ন সমস্যাৰ আলোকপাত তথা বিশ্লেষণৰ কাৰণে আজি নেপালী দৈনিক কাকত হাম্ৰো প্ৰজাশক্তিৰ উদ্যোগত তেজপুৰত এখন সভা অনুষ্ঠিত কৰা হয়৷ তেজপুৰৰ বিশিষ্ট নেপালী…

“সমদল”ৰ পশ্চিম তেজপুৰ সাহিত্য উৎসৱ আৰু গ্ৰন্থমেলাৰ সামৰণি

আপোন ভাষাটোৰ প্ৰতি সকলো দায়ৱদ্ধ হ'ব লাগিব- জ্ঞান পূজাৰীমৃদুল কুমাৰ চহৰীয়াৰ কাব্যগ্ৰন্থকে ধৰি পাঁচখন গ্ৰন্থ উন্মোচন 

কলকাতাত নৰ্থ লখিমপুৰ কলেজৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় আলোচনা-সত্ৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৬ মাৰ্চঃ নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগ আৰু ছেইণ্ট প’লচ কেথেড্ৰেল মিছন কলেজৰ বাংলা বিভাগৰ যৌথ উদ্যোগত কলকাতাত ২৫ আৰু ২৬ মাৰ্চ তাৰিখে এক আন্তঃৰাষ্ট্ৰীয় আলোচনা-চক্ৰ অনুষ্ঠিত হৈ যায়৷ ‘ভাৰত উপ-মহাদেশৰ ভক্তি সাহিত্য’…

স্মৃতিগ্ৰন্থৰ বাবে লেখা আহ্বান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২৪ মাৰ্চঃ বিগত বৰ্ষবোৰৰ দৰে এইবাৰো লখিমপুৰ কেন্দ্ৰীয় বিহু সন্মিলনখন উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’ব৷ অহা ১৭, ১৮ আৰু ১৯ এপ্ৰিলত অনুষ্ঠিত হ’ব লগা এই বিহু সন্মিলন উপলক্ষে এখন…

ককা-আইতাই খুন্দনাত তামোল খুন্দি মুঢ়াত বহি ক’লে সাধু

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ১৯ মাৰ্চঃ প্ৰতিকূল বতৰৰ মাজতো শতাধিক শিশুৰ মুখৰ সাধুৰ লগতে ককা - আইতা কোৱা সজ কথা আৰু সাধুৰে আজি পুৱাৰ পৰা জীপাল হৈ পৰিল তেজপুৰ সাহিত্য সভা ভৱন। ২০ মাৰ্চ অৰ্থাৎ কাইলৈ বিশ্ব সাধুকথা দিৱসৰ লগত সংগতি ৰাখি আজি তেজপুৰ…