Browsing Category

সাহিত্য

অসম সত্ৰ মহাসভাৰ প্ৰাক্তন সভাপতি, বৰখাতপাৰ সত্ৰৰ সত্ৰাধিকাৰ তথা বিশিষ্ট সাহিত্যিক লীলাকান্ত মহন্তৰ…

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, শিৱসাগৰ, ২৭ ফেব্ৰুৱাৰীঃ শ্ৰীশ্ৰীবৰখাতপাৰ সত্ৰৰ সত্ৰাধিকাৰ, অসম সত্ৰ মহাসভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক, ধৰ্মপ্ৰাণ ব্যক্তি লীলাকান্ত মহন্ত (৯২) ৰ আজি পুৱতি নিশা ২.১৫ বজাত শিৱসাগৰ জিলাৰ কোঁৱৰপুৰৰ নিজা…

তেজপুৰ সাহিত্য চ’ৰাৰ ৫৩৫ সংখ্যক বৈঠকত দিলীপ কুমাৰ বৰাৰ কাব্য গ্ৰন্থ “জাহ্নৱী”…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৫ ফেব্ৰুৱাৰী: জীৱনৰ প্ৰৌড় বয়সতো মানসিক খাদ্যৰে সুস্বাস্থ্য গঢ়ি প্ৰশান্তিৰে জীৱন অতিবাহিত কৰিব বিচৰা তেজপুৰৰ একাংশ লেখক - সাহিত্যিকে ১৯৭৭ চনতে গঢ় দিয়া সাহিত্যৰ অনুষ্ঠান "তেজপুৰ সাহিত্য চ'ৰা" ৰ ৫৩৫ সংখ্যক বৈঠকৰ…

সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনত শিল্পী দলক অপমানঃ অভাউসা ৰ প্ৰতিক্ৰিয়া

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৪ফেব্ৰুৱাৰীঃ অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিবেশনৰ সাংস্কৃতিক অনুষ্ঠানত তেজপুৰৰ এদল সাংস্কৃতিক কৰ্মীক যোৱা দুই ফেব্ৰুৱাৰীত আয়োজক সমিতিৰ কৰ্মকৰ্তাই অনুষ্ঠান পৰিবেশন কৰি থকাৰ মাজতে বন্ধ কৰি দি অপমান কৰাৰ ঘটনাকলৈ…

অসম সাহিত্য সভাৰ ৭৬ সংখ্যক নাৰায়ণপুৰ অধিৱেশনৰ প্ৰতিনিধি সভাৰ গৃহীত প্ৰস্তাৱসমূহ

প্ৰস্তাৱ নং-১  আজিৰ প্ৰতিনিধি সভাই অসম সাহিত্য সভাৰ ২০২০-২৩ বৰ্ষৰ কাৰ্যকালৰ সময়ছোৱাত অসম, ভাৰতবৰ্ষ তথা বিশ্বৰ যিসকল বৰেণ্য লোক পৰলোকগামী হ’ল তেখেতসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেখেতসকলৰ আত্মাৰ সদ্‌গতি অৰ্থে পৰম পিতাৰ ওচৰত…

নাৰায়ণপুৰত সাহিত্য সভাৰ অধিৱেশন লোকাৰণ্য

নাৰায়ণপুৰ মণিকাঞ্চন ক্ষেত্ৰৰ পৰা শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২ ফেব্ৰুৱাৰীঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰখামতি পথাৰৰ মণিকাঞ্চন ক্ষেত্ৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ ষট্‌ সপ্ততিতম পূৰ্ণাংগ অধিবেশনৰ আজি তৃতীয় দিনা অধিবেশনস্থলী  লোকাৰণ্য…

নামঘৰ উদ্বোধনেৰে আৰম্ভ হ’ব নাৰায়ণপুৰত অসম সাহিত্য সভাৰ পূৰ্ণাঙ্গ অধিৱেশন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৩০ জানুৱাৰীঃ ৰাজ্যৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম পূৰ্ণাংগ নাৰায়ণপুৰ অধিৱেশনখন এইবাৰ লখিমপুৰ জিলাৰ বৰখামটি পথাৰত কাইলৈ মঙ্গলবাৰৰ পৰা অনুষ্ঠিত হ’ব৷ কাইলৈ পুৱা ৯  বজাত বৰখামটি পথাৰৰ…

টাইম-৮ৰ সাংবাদিক দাবু নাৰায়ণ কোঁৱৰলৈ পৰাগ ভূঞা সোঁৱৰণী যুৱ সাংবাদিকতা বঁটা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৩০ জানুৱাৰীঃ কাকপথাৰ আঞ্চলিক সাংস্কৃতিক সংঘৰ পৰাগ ভূঞা সোঁৱৰণী ক্ষেত্ৰত যোৱা ২৮ জানুৱাৰী তাৰিখৰ পৰা দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ অন্তৰ্ভুক্ত কাকপথাৰ প্ৰেছ ক্লাবৰ…