Browsing Category
সাহিত্য
৩১ জানুৱাৰীৰ পৰা নাৰায়ণপুৰত অসম সাহিত্য সভাৰ অধিৱেশন
শতাব্দ, ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ ২৯ জানুৱাৰী : ৰাজ্যৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিবেশনখন অহা মঙলবাৰৰ পৰা পাঁচ দিনীয়াকৈ নাৰায়ণপুৰৰ বৰখামটি পথাৰত অনুষ্ঠিত হ'ব। অধিবেশনক লৈ এতিয়া নাৰায়ণপুৰত এক উখল- মাখল পৰিবেশৰ…
অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম নাৰায়ণপুৰ অধিৱেশনৰ আদৰণী সমিতিলৈ এক আহ্বান
মাননীয় সম্পাদক মহোদয়,অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম নাৰায়ণপুৰ অধিৱেশনৰ আদৰণী সমিতিলৈ এক আহ্বান জনাব বিছাৰিছো । অধিৱেশনস্থলীৰ সমূহ কাৰ্য্যসূচী Youtube, Facebook আদি বিভিন্ন মাধ্যমৰৰ যোগেদি পোনপটীয়াকৈ সম্প্ৰচাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিলে…
কটন বিশ্ববিদ্যালয়ত আলোচনা সত্ৰ সম্পন্ন
গুৱাহাটী, ২৭ জানুৱাৰী : লিপিৰ বৈজ্ঞানিক অধ্যয়ন আমাৰ স্বাভিমানৰ বিষয় ৷ প্ৰাচীন শিলালিপি, তাম্ৰলিপি, মূৰ্তি, সাঁচিপাত, আদিৰ ভিত্তিত কেনেদৰে অসমীয়া লিপি ক্ৰম বিৱৰ্তনৰ মূৰকত আজিৰ আকৃতি লৈছে সেই সন্দৰ্ভত বিশ্লেষণৰ বৰ প্ৰয়োজন হৈ পৰিছে ৷ আজি অসম…
অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনস্থলীত বিধায়ক-আদৰণী সমিতিৰ সভাপতি অমিয় কুমাৰ ভূঞাৰ বিৰুদ্ধে এন এছ…
ঃ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৭ জানুৱাৰীঃ অহা ৩১ জানুৱাৰীৰ পৰা নাৰায়ণপুৰত অনুষ্ঠিত হ’ব অসম সাহিত্য সভাৰ ৭৬ সংখ্যক অধিৱেশন৷ তদুপলক্ষে নাৰায়ণপুৰৰ চৌদিশে এতিয়া উখল মাখল পৰিৱেশৰ সূচনা হোৱাৰ সময়তে আজি বিয়লি অধিৱেশনৰ মুখ্য তোৰণৰ সন্মুখত…
তেজপুৰত নীলমণি ফুকনৰ কবিতাৰে সিক্ত হ’ল শতবৰ্ষ গৰকা অসমীয়া ক্লাব
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২৪ জানুৱাৰী : "সূৰ্য্য হেনো নামি আহে এই নদীয়েদি, ক'লৈ যাৱ হেৰ' উন্মাদিনী, ওলমি থকা গোলাপী জামুৰ লগ্ন, কেনে আছোঁ মোক নুসুধিবা, মুঠি মুঠিকৈ কাটি তোৰ ঢেঁকীয়াৰ আঙুলি, ব্ৰহ্মপুত্ৰত সূৰ্য্যাস্ত - আদি কাব্য ঋষি…
অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ প্ৰস্তুতি তুংগত
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ, ২৪ জানুৱাৰীঃ অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম পূৰ্ণাংগ নাৰায়ণপুৰ অধিৱেশনখনলৈ মাজত মাথোঁ আৰু ৬টা দিন বাকী আছে৷ ইতিমধ্যে সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ সকলো প্ৰস্তুতি তুংগত উঠিছে৷ লখিমপুৰ জিলাৰ ঐতিহ্যমণ্ডিত…
আন্তৰ্জাতিক সাহিত্য উৎসৱলৈ আমন্ত্ৰণ তেজপুৰৰ কবি – লেখিকা নাজু হাতীকাকতি বৰুৱাক
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২২ জানুৱাৰীঃ দীৰ্ঘকাল ধৰি নিৰৱে সাহিত্য চৰ্চা কৰি অহা তেজপুৰৰ পাৰ্বতী নগৰ নিৱাসী আলোকচিত্ৰ শিল্পী ৰাজিৱ বৰুৱাৰ সহধৰ্মিনী নাজু হাতীকাকতি বৰুৱা অহা ৫ ফেব্ৰুৱাৰীৰ পৰা ৭ "দক্ষিণ এছিয়া সাংস্কৃতিক আৰু সাহিত্য অনুষ্ঠান THE…
পাঠশালাত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় জ্যোতি দিৱস
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৩ জানুৱাৰীঃ অসম সাহিত্য সভাই অহা ১৭ জানুৱাৰীত পাঠশালা শাখা সাহিত্য সভা (শতদল)ৰ সহযোগত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৭৩ সংখ্যক মৃত্যু দিৱসটি কেন্দ্ৰীয়ভাৱে 'জ্যোতি দিৱস' হিচাপে পাঠশালাত উদযাপন কৰিব। দিনজোৰা…
লখিমপুৰৰ মিচিং যুৱতী মালতীৰ তাঁত শালত প্ৰাণ পাই উঠিছে অসম সাহিত্য সভাৰ বহু কাণ্ডাৰীয়ে
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ৬ জানুৱাৰীঃ অসমৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম পূৰ্ণাঙ্গ নাৰায়ণপুৰ অধিৱেশনখন এইবাৰ ৩১ জানুৱাৰীৰ পৰা ৪ ফ্ৰেব্ৰুৱাৰীলৈ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰখামটি পথাৰ ত অনুষ্ঠিত হ’ব৷ অধিৱেশনখন…
উত্তৰ পশ্চিম তেজপুৰ সাহিত্য সভাৰ অধিবেশন সম্পন্ন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৫জানুৱাৰী: উত্তৰ পশ্চিম তেজপুৰ সাহিত্য সভাৰ সপ্তম দ্বিবাৰ্ষিক অধিবেশনখন আজি অনুষ্ঠিত হৈ যায়৷স্হানীয় ডিপোটা হাবিয়াল থানৰ সভাগৃহত আজি দিনযোৰা কাৰ্যসূচীৰে এই অধিৱেশনখন অনুষ্ঠিত হয়৷ কাৰ্যসূচী অনুসৰি পুৱা পতাকা…
