Browsing Category
ৰাজনীতি
গণিত-বিজ্ঞান ইংৰাজীত :আদৰণি ভৱেশ কলিতাৰ
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৭আগষ্ট: সাম্প্ৰতিক সময়ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰয়োজনৰ বাবেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কেৱল দুটা বিষয় গণিত আৰু বিজ্ঞানক ইংৰাজী মাধ্যম কৰিছে বুলি আজি তেজপুৰত মন্তব্য কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি…
দক্ষিণ এছিয়াৰ শান্তি সংকটত
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ আগষ্ট : দক্ষিণ এছিয়া পুনৰ সংকটত পৰিছে। টাইৱান সীমান্তত ক্ষেপণাস্ত্ৰ অনুশীলনৰ পিছত চীন চৰকাৰে পাকিস্তানলৈ সহায় আগবঢ়াইছে। জানিব পৰা মতে চীনা সেনাই পাকিস্তান সেনাক বেলুচিস্তান আৰু পাক দখলীকৃত কাশ্মীৰত এক অতি…
৫ আগষ্টত ৰাজভৱন ঘেৰাও কাৰ্য্যসূচী প্ৰদেশ কংগ্ৰেছৰ
শতাব্দ প্ৰতিনিধি গুৱাহাটী,২ আগষ্টঃ মূল্যবৃদ্ধি, নিৱনুৱা সমস্যা, বানপানীৰ সমস্যা আৰু জি এছ টিৰ বিৰুদ্ধে ৫ আগষ্টত প্ৰদেশ কংগ্ৰেছে ৰাজভৱন ঘেৰাও কাৰ্য্যসূচী ৰূপায়ন কৰিব। এই কাৰ্যসূচী সন্দৰ্ভত আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত নেতৃত্বৰ এক বৈঠক অনুষ্ঠিত…
নাটোত যোগদান কৰিব ভাৰতে !
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ জুলাই : আমেৰিকাই ভাৰতক নাটোৰ সৈতে সংযোগ কৰিব বিচাৰিছে ! জনা গৈছে যে এই সামৰিক মিত্ৰজোঁটে কেইদিনমানৰ ভিতৰতে কিছুমান নতুন দেশক নাটোৰ সৈতে প্ৰতিৰক্ষা অংশীদাৰিত্বৰ প্ৰস্তাৱ আগবঢ়াব। ভাৰত তাৰ ভিতৰত অন্যতম। এটা সংবাদ…
সাতদিনৰ বাবে ৰাজ্যসভাৰ পৰা নিলম্বন সাংসদ অজিৎ কুমাৰ ভূঞাক
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৮ জুলাইঃ এসপ্তাহৰ বাবে ৰাজ্যসভাৰ পৰা নিলম্বন কৰা হ'ল সাংসদ অজিৎ কুমাৰ ভূঞাক। অসম চুক্তিৰ ৬নং দফা আৰু বান সমস্যাৰ প্ৰসংগকলৈ আজি সদনত সৰৱ হৈ পৰে সাংসদ অজিৎ ভূঞাক। যাৰবাবে তেওঁক সদনৰ পৰা নিলম্বন কৰা হয়। তেওঁ কয় যে…
গাড্ডাৰি কৰা ছয় বিধায়কৰ নাম লৈ দিল্লীলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি
ৰাষ্ট্ৰপতি নিৰ্বাচনত দলক বিশ্বাসঘাতকতা কৰা ছয় বিধায়কৰ তালিকা দিব কংগ্ৰেছ হাইকামাণ্ডক। হাইকামাণ্ডৰ নিৰ্দেশ মৰ্মে ব্যৱস্থা গ্ৰহণ কৰা হ'ব সেই ছয় বিধায়কৰ বিৰুদ্ধে।
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৬ জুলাইঃ ৰাষ্ট্ৰপতি নিৰ্বাচনত কোনে কোনে কৰিলে ক্ৰছ…
কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি নিয়ৰ ডেকাৰ বিজেপিত যোগদান
শতাব্দ প্ৰতিনিধি, গুৱাহাটী, ১৬ জুলাইঃ গেৰুৱা হোৱাৰ দিশে কটনৰ ছাত্ৰ একতা সভা। সাধাৰণ সম্পাদকৰ পাছত এইবাৰ বিজেপিলৈ কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি নিয়ৰ ডেকা। আজি বিজেপিৰ গুৱাহাটীস্থ মুখ্য কাৰ্যালয়ত আয়োজন কৰা এক অনুষ্ঠানত কটন…
‘কা’ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য বিৰোধী দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী যশৱন্ত সিনহাৰ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৩ জুলাইঃ বিৰোধী দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী যশৱন্ত সিনহা যদি নিৰ্বাচিত হয় তেন্তে তেওঁ দেশত নাগৰিকত্ব সংশোধনী আইনখন যাতে কাৰ্যকৰী নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। বুধবাৰে গুৱাহাটীত প্ৰচাৰ চলাবলৈ আহি এই মন্তব্য কৰে…
ভাৰতসহ চাৰিখন দেশত ৰাষ্ট্ৰদূত বৰ্খাস্তৰ জাননী জেলেনস্কিৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ জুলাই : ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ জেলেনস্কিয়ে ৯ জুলাইত জাৰ্মানীত কিয়েভৰ ৰাষ্ট্ৰদূতৰ লগতে অন্যান্য শীৰ্ষ বিদেশী ৰাষ্ট্ৰদূতকো বৰ্খাস্ত কৰে। এই কথা ৰাষ্ট্ৰপতিৰ ৱেবছাইটত প্ৰকাশ পাইছে। এক জাননীযোগে তেওঁ…
