Browsing Category
ৰাজনীতি
শ্ৰীলংকা এৰিলে চীনৰ বিতৰ্কিত ‘চোৰাংচোৱা জাহাজ’
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ আগষ্ট : অৱশেষত চীনৰ ‘চোৰাংচোৱা জাহাজ’ ‘ইউয়ান ৱাং ৫’-এ শ্ৰীলংকা এৰিলে। হামবাণ্টোটা বন্দৰ কৰ্তৃপক্ষই জনোৱা মতে, ছদিনৰ পাছত ২২ আগষ্টত জাহাজখনে লংগৰ তুলি লয়। সূত্ৰ অনুসৰি এই অত্যাধুনিক জাহাজখনৰ পৰৱৰ্তী গন্তব্যস্থান…
দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ কামৰূপ চি জে এম আদালতৰ চমন জাৰি
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৩ আগষ্টঃ দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চমন জাৰি কামৰূপ চি জে এম আদালতৰ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰা মানহানি গোচৰ সন্দৰ্ভত কামৰূপ চি জে এম আদালতে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ…
আন্দোলনৰ নামত চাকৰি প্ৰাৰ্থী সকলক পণবন্দী নকৰিব : মন্ত্ৰী হাজৰিকা
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৮ আগষ্টঃ মন্ত্ৰী তথা ৰাজ্য চৰকাৰৰ মুখপাত্ৰ পীযুষ হাজৰিকাই আজি জনতা ভৱনৰ নিজ কাৰ্যালয়ৰ সভাকক্ষত ৰাজ্য চৰকাৰৰ অনাগত তৃতীয় আৰু চতুৰ্থবৰ্গৰ পদৰ নিযুক্তি সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰে। মন্ত্ৰী গৰাকীয়ে সংবাদ মেলত…
যুদ্ধৰ বাবে চীনৰ প্ৰস্তুতি! বাহিনী বৃদ্ধিৰ বাবে সৈন্য নিয়োগ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৮ আগষ্ট : চীনৰ সেনাত অধিক সৈনিক নিযুক্তিৰ বাবে নিজৰ নিযুক্তিৰ বয়স বৃদ্ধি কৰাৰ বাবে প্ৰস্তুতি চলাইছে বুলি জানিব পৰা গৈছে। চলিত মাহৰ পৰা আৰম্ভ হৈছে চীনা সেনাত নিযুক্তি প্ৰক্ৰিয়া। যিসকল যুৱকে আধুনিক যুদ্ধৰ লগত জড়িত…
বিজেপিৰ কেন্দ্ৰীয় সংসদীয় সমিতিত অন্তৰ্ভুক্ত সৰ্বানন্দ সোণোৱাল
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৭ আগষ্টঃ নতুনকৈ গঠন কৰা হৈছে বিজেপিৰ কেন্দ্ৰীয় সংসদীয় সমিতি। দলৰ সৰ্বোচ্চ সিদ্ধান্ত গ্ৰহণকাৰী সংস্থা হিচাপে বিবেচিত সংসদীয় সমিতিত স্থান লাভ কৰিছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্ত্তমানৰ কেন্দ্ৰীয় মন্ত্রী…
আমেৰিকা-ৰাছিয়াৰ পাৰমাণৱিক যুদ্ধৰ আশংকা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৭ আগষ্ট : পৃথিৱীৰ আকাশত ক্ৰমান্বয়ে ঘনীভূত হৈছে যুদ্ধৰ ডাৱৰ। যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত অবিৰত যুদ্ধ চলি আছে। ইফালে চীনে টাইৱানক আক্ৰমণ কৰিব পাৰে বুলি আশংকা বাঢ়িছে। যিয়ে পাৰমাণৱিক যুদ্ধৰ…
ভাৰতৰ নিষেধাজ্ঞাক অৱমাননা : চীনৰ ‘চোৰাংচোৱা জাহাজ’ ডক কৰিবলৈ অনুমতি শ্ৰীলংকাৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ আগষ্ট : ভাৰতৰ আপত্তিক আওকাণ কৰি শ্ৰীলংকাই চীনৰ বিতৰ্কিত গৱেষণা জাহাজখন বন্দৰত লংগৰ পেলাবলৈ অনুমতি দিছে। এই সন্দৰ্ভত নতুন দিল্লীয়ে উদ্বেগ প্ৰকাশ কৰিছে। জাহাজখনৰ পৰা চীনে চোৰাংচোৱাগিৰি কৰিব পাৰে বুলি চিন্তিত…
পুনৰ ‘কা’ বিৰোধী আন্দোলনৰ হুংকাৰ নিৰ্লজ্জৰ উৎকৃষ্ট উদাহৰণ: হিন্দু যুৱ-ছাত্ৰ
উত্তৰ লখিমপুৰ, ১৩আগষ্ট: কেইজনমান নেতাই পুনৰ 'কা' বিৰোধী আন্দোলন কৰাৰ হুংকাৰ দিয়া কাৰ্য্য নিৰ্লজ্জৰ এক উৎকৃষ্ট উদাহৰণ বুলি মন্তব্য কৰিছে হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্য আৰু সাধাৰণ সম্পাদক মাধৱ দাসে । আজি এক…
খেল আৰম্ভ চীনৰ! কাশ্মীৰৰ উগ্ৰপন্থী সংগঠনক অস্ত্ৰ যোগান ধৰাৰ পৰা ম্যানমাৰ সীমান্তলৈকে চকু
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ আগষ্ট : ভাৰতৰ সীমান্তক লৈ চীনে আৰম্ভ কৰিছে এক নতুন খেল। এইবাৰ লাডাখ নহয়; ম্যানমাৰৰ সীমান্তত চকু ৰাখিছে বেইজিঙে। একে সময়তে কাশ্মীৰত অশান্তি বিয়পোৱাৰ পাকিস্তানৰ কুৎসিত পৰিকল্পনাৰ প্ৰত্যক্ষ অংশীদাৰ…
১৫ আগষ্টত আলফাৰ অসম বন্ধক কেন্দ্ৰ কৰি হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিক্ৰিয়া
উত্তৰ লখিমপুৰ,৯ আগষ্ট : মালিক চীনক সন্তুষ্ট কৰিবৰ বাবে গোলামৰূপী আলফাই এইবাৰ অসমত স্বাধীনতা দিৱস বৰ্জন তথা অসম বন্ধৰ আহ্বান দিছে।-- এই মন্তব্য হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমৰ। আজি এক বিবৃতিত এই মন্তব্য কৰি পৰিষদৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্য…
