Browsing Category
ৰাজনীতি
ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ ওপৰত ভয়ংকৰ বিস্ফোৰণৰে আক্ৰমণ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ ছেপ্টেম্বৰ : ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ এতিয়াও চলি আছে আৰু যুদ্ধৰ মাজতে বহু ডাঙৰ ডাঙৰ দাবী কৰা হৈছে। কিন্তু ইয়াৰ মাজতে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে দাবী কৰিছে যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক…
বৃদ্ধি পাব পৌৰ এলেকাৰ সম্পত্তি কৰ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৭ ছেপ্টেম্বৰঃ ঋণত ডুব গৈ থকা অসম চৰকাৰে ৰাজহ সংগ্ৰহৰ বাবে এটাৰ পাছত আনটোকৈ কৰৰ বোজা জাপি দিছে সাধাৰণ জনতাৰ ওপৰত। মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰি ৰখাৰ সময়তে এইবাৰ অসম চৰকাৰে ৰাজ্যৰ পৌৰ নিগম আৰু পৌৰসভা…
চৰকাৰে বিদ্যালয় বন্ধ কৰি শিক্ষানুষ্ঠানসমূহ ধবংস কৰিব বিচাৰিছেঃ আপ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৭ ছেপ্টেম্বৰঃ ৰাজ্যৰ দৰিদ্ৰ আৰু সাধাৰণ শ্ৰেণীৰ লোকসকলৰ সন্তানৰ বাবে শিক্ষা ব্যৱস্থাক দুৰ্লভ কৰিবলৈ ৰাজ্যৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ চৰকাৰৰ দিনতে কচৰৎ আৰম্ভ কৰিছিল আৰু এতিয়া তেওঁ সেই ষড়যন্ত্ৰৰ সফল…
ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী লিজ ট্ৰাছ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ ছেপ্টেম্বৰ : ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে লিজ ট্ৰাছ। তেওঁ ভাৰতীয় মূলৰ প্ৰাক্তন বিত্তমন্ত্ৰী ঋষি সুনকক কঠোৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত পৰাস্ত কৰে। লিজ ট্ৰাছে লাভ কৰে ৮১৩২৬টা আৰু তেওঁৰ…
গুৱাহাটীত উপস্থিত সৰ্বানন্দ সোণোৱাল
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৪ ছেপ্টেম্বৰঃ বিজেপিৰ কেন্দ্ৰীয় সংসদীয় বোৰ্ড আৰু নিৰ্বাচন প্ৰৱন্ধন কৰ্ণধাৰ সমিতিৰ সদস্য নিৰ্বাচিত হোৱাৰ পাছত আজি প্ৰথমবাৰৰ বাবে অসমত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। বিয়লি গুৱাহাটীৰ বৰঝাৰস্থিত…
অসমত উগ্ৰপন্থী কাৰ্যকলাপ পূৰ্বতকৈ নিষ্ক্ৰিয়, জেহাদীক লৈ চিন্তিত এছ এছ বি
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৯ আগষ্ট : অসমত বিগত ২০২০ চনৰ পৰা বি টি এ ডি এলেকাত উগ্ৰপন্থী কাৰ্যকলাপ বন্ধ আছে আৰু এক শান্তিৰ বাতাবৰণ ঘূৰি আহিছে । কিন্ত জেহাদী সমস্যা অসমত নতুনকৈ আৰম্ভ হৈছে আৰু ইয়াৰ বাবে বিভিন্ন সুৰক্ষা বাহিনীৰ লগত এছ এছ বি…
পাৰমাণৱিক নিৰস্ত্ৰকৰণ চুক্তিত ৰাছিয়াৰ বাধাঃ পাৰমাণৱিক যুদ্ধৰ শংকা!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ আগষ্ট : আমি শান্তি বিচাৰোঁ, যুদ্ধ নহয়— মানুহে বহুদিনৰ পৰা এই কথা শুনি আহিছে। আমি এই সকলোবোৰ স্কুলৰ পাঠ্যপুথিত পঢ়ি পৰীক্ষাতো লিখোঁ। কিন্তু বিষয়টো যে বহু গভীৰ সেই কথা হয়তো বহুত পিছতহে বুজিব পাৰিব। যেতিয়া আমি…
সৰ্বসাধাৰণৰ ধৈৰ্যচ্যুতি ঘটিলেই উৎখাত হ’ব স্বেচ্ছাচাৰী শাসক
শতাব্দ প্ৰতিনিধি তেজপুৰ,২৭আগষ্ট: " বৰ্তমান কাঠ, কয়লা, চুপাৰী, ড্ৰাগছ আনকি পাচলিটো চিণ্ডিকেট চলিছে অসমত ৷ ৰাজনৈতিক নেতা, আৰক্ষীৰ সহযোগ অবিহনে চিণ্ডিকেট চলোটো সম্ভৱ নহয়৷ এই ক্ষেত্ৰত বহু কৰিবলগীয়া আছে৷ আশা কৰোঁ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত…
চীনৰ সহায়ত পাকিস্তানৰ নতুন পাৰমাণৱিক ক্ষেপণাস্ত্ৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ আগষ্ট : চৌদি আৰৱ আৰু চীনৰ পৰা লোৱা ঋণৰ বাবে পাকিস্তানৰ শ্বেহবাজ শ্বৰীফ চৰকাৰ দুলি থকাৰ সময়তে দেশখনে পৰ্দাৰ আঁৰত পাৰমাণৱিক অস্ত্ৰৰ বাবে যথেষ্ট ব্যয় কৰিছ। জনা গৈছে যে পাকিস্তানে 'বন্ধু' চীনক অনুসৰণ কৰি দ্বিতীয়টো…
দীৰ্ঘ মিত্ৰতাৰ অন্ত ! ৰাছিয়াৰ বিৰুদ্ধে ভাৰতৰ ভোট
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ আগষ্ট : শেহতীয়াকৈ পৰিস্থিতিলৈ চাই ৰাছিয়াৰ সৈতে ভাৰতৰ দীৰ্ঘদিনীয়া মিত্ৰতা শেষ হোৱাটো স্বাভাৱিক যেন লাগিছে। কাৰণ ৰাষ্ট্ৰসংঘত ভাৰতে ৰাছিয়াৰ বিৰুদ্ধে ভোট দিলে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ইউক্ৰেইন বিষয়ক লৈ ভাৰতে…
