Browsing Category

ৰাজনীতি

তেজপুৰত বিজেপি চৰকাৰৰ বিৰুদ্ধে চিপিআই এম দলৰ মুকলি সভা

শতাব্দ প্ৰতিনিধি,তেজপুৰ,১৯অক্টোবৰ: য’দিহে দেশ তথা ৰাজ্যৰ শাসনৰ পৰা বিজেপিক ২০২৪আৰু ২০২৬ ত উৎখাত কৰা নহয় তেনেহলে দেশ আৰু ৰাজ্য ভয়ংকৰ বিপদৰ সন্মুখীন হ’ব৷ বিজেপি দলে চৰকাৰ গঠন কৰাৰ পাছতে নিত্য ব্যৱহাৰ্য সামগ্ৰী আইনখন বাতিল কৰা কাৰ্যই…

৮ নৱেম্বৰত দেউৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচনঃ ১০ নৱেম্বৰ গণনা

মনোনয়ন দিবলৈ অহা হাজাৰ হাজাৰ প্ৰাৰ্থীৰ সমৰ্থকৰ ভিৰত লখিমপুৰত তীব্ৰ যান-জঁট শতাব্দ প্ৰতিনিধি , লখিমপুৰ, ১৭ অক্টোবৰঃ ৰাজ্য চৰকাৰে দেউৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ পিছত লখিমপুৰ জিলাৰ মুঠ ৮টা সমষ্টিৰ ভিতৰত ৭ টা সমষ্টিৰ পৰা…

ম্যানমাৰত ছু কীক আৰু তিনি বছৰৰ কাৰাদণ্ড

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ ছেপ্টেম্বৰ : ম্যানমাৰৰ প্ৰাক্তন শাসক তথা গণতন্ত্ৰ সমৰ্থক আন্দোলনৰ নেত্ৰী আং ছান ছু কীক সেই দেশৰ আদালতে আৰু তিনি বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে। দুৰ্নীতিৰ পিছত এইবাৰ 'ৰাষ্ট্ৰীয় গোপনীয়তা ফাদিল কৰা' অপৰাধৰ বাবে…

পি এফ আইকে ধৰি একাধিক সংগঠনক নিষিদ্ধ ঘোষণা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ ছেপ্টেম্বৰ : মুছলমান উগ্ৰপন্থী সংগঠন পি এফ আইক ভাৰত চৰকাৰে নিষিদ্ধ কৰিছে। ইয়াৰ পিছত ইটোৰ পিছত সিটোকৈ চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে। পিএফআইৰ কাৰ্যালয়ৰ পৰা বোমা নিৰ্মাণৰ সূত্ৰৰ পৰা আৰম্ভ কৰি ভাৰতক ইছলামিক ৰাষ্ট্ৰলৈ…

জনজাতিকৰণ-স্বায়ত্তশাসন প্ৰদানৰ দাবীত লখিমপুৰত চুতীয়া ছাত্ৰ সন্থাই উলিওৱা প্ৰতিবাদী জোঁৰ সমদলত…

 শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৫ ছেপ্টেম্বৰঃ চুতীয়া জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণ কৰা আৰু স্বায়ত্তশাসন প্ৰদানৰ দাবীত আজি লখিমপুৰত সদৌ লখিমপুৰ জিলা চুতীয়া ছাত্ৰ সন্থাই উলিওৱা প্ৰতিবাদী জোঁৰ সমদলত আৰক্ষীয়ে বাধা প্ৰদান কৰে৷ সন্ধিয়া ৬ বজাত চুতীয়া…

ঘোষণাতে সীমাবদ্ধ নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়ঃ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত উত্তাল

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৩ ছেপ্টেম্বৰঃ উত্তৰ পাৰৰ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক দিশত উত্তৰণ ঘটোৱাৰ মানসেৰে নাৰায়ণপুৰৰ ঐতিহাসিক মাধৱদেৱ মহাবিদ্যালয়ক বিজেপি চৰকাৰে তিনিবছৰ পূৰ্বেই উন্নীত কৰিছিল বিশ্ববিদ্যালয়লৈ। কিন্তু দুৰ্ভাগ্যজনক ভাবে বৰ্তমান…

মাৰ্ঘেৰিটাৰ অবৈধ কয়লা খননত জড়িত শাসকীয় দলৰ নেতাঃ এ আই টি ইউ চি

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২১ ছেপ্টেম্বৰ : তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অবৈধ কয়লা খনিত দেওবাৰে কৰুণভাৱে মৃত্যুমুখত পৰা ৩জন নিৰীহ শ্ৰমিকৰ পৰিয়ালক ১কোটিকৈ ক্ষতিপূৰণ আৰু চৰকাৰী চাকৰি প্ৰদানৰ দাবী জনাইছে অ’ল ইণ্ডিয়া ট্ৰেড ইউনিয়ন…

জনজাতি কৰণৰ দাবীত লখিমপুৰত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২১ ছেপ্টেম্বৰঃ অসমৰ অন্যতম ভূমি পুত্ৰ চুতীয়াসকলক জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীৰ আধাৰত স্বায়ত্তশাসনৰ মৰ্য্যদা প্ৰদানৰ দাবীত আজি লখিমপুৰ জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত সদৌ লখিমপুৰ জিলাৰ চুতীয়া ছাত্ৰ সন্থাই…

ৰাজ্যত নিযুক্তিৰ চিণ্ডিকেট চলিছে: তেজপুৰত লুৰীণ জ্যোতি গগৈ

শতাব্দ প্ৰতিনিধি, তেজপুৰ,১৬ছেপ্টেম্বৰ: ৰাজ্যত নিযুক্তিৰ ক্ষেত্ৰত বৃহৎ কেলেংকাৰি হৈছে৷দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱাটো এক চৰকাৰী প্ৰহনশীলতাৰ বাহিৰে আন একো নহয়৷আজি তেজপুৰত এক সংবাদমেলত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে…

জনজাতিকৰণৰ পৰা বঞ্চিত ছয় জনগোষ্ঠী : প্ৰতিবাদত উত্তাল তিনিচুকীয়া

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৫ ছেপ্টেম্বৰ : কেন্দ্ৰীয় চৰকাৰে দেশৰ পাঁচখন ৰাজ্যৰ ১২ টা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ কথা ঘোষণা কৰাৰ পাছতে বঞ্চিত অসমৰ ছয় জনগোষ্ঠীৰ প্ৰতিবাদত আজি উত্তাল হৈ পৰে তিনিচুকীয়া ৷ আজি পুৱাৰ ভাগত সদৌ মৰাণ…