Browsing Category

ৰাজনীতি

যুৱক নিযুক্তিৰ কামত জড়িত পিএলএ কেডাৰ আটক

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ নৱেম্বৰ : মুখ্য কাৰ্যালয় ২১ ছেক্টৰৰ অসম ৰাইফলছৰ শ্ৰীকোনা বেটেলিয়নে মুখ্য কাৰ্যালয়ৰ মহাপৰিদৰ্শক অসম ৰাইফলছ (পূব)ৰ তত্বাৱধানত আৰু মণিপুৰৰ কমাণ্ডোৰ সৈতে যৌথ অভিযানত অসম আৰু মণিপুৰৰ সীমান্তৱৰ্তী অঞ্চলৰ যুৱক-যুৱতীক…

লখিমপুৰ জিলা বি জে পিত তীব্ৰ সংঘাত: জিলা সভাপতিৰ বিৰুদ্ধে ৰাজ্যিক সভাপতি লৈ অভিযোগ প্ৰেৰণ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২৯ নৱেম্বৰঃ লখিমপুৰ জিলা বিজেপিত এতিয়া সংঘাত তীব্ৰতৰ হৈ উঠিছে। জিলা সভাপতি ফণীধৰ বৰুৱাৰ বিৰুদ্ধে একাংশ বিষয়ববীয়াই ৰাজ্যিক সভাপতিলৈ প্ৰেৰণ কৰা অভিযোগ পত্ৰই এই কথা স্পষ্ট কৰি তুলিছে। উল্লেখ্য যে লখিমপুৰ জিলা বিজেপিৰ…

আলফাৰ প্ৰতিবাদ দিৱসত পৰেশ অসমৰ বিবৃতি

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৮ নৱেম্বৰঃ ১৯৯০ চনৰ ২৮ নৱেম্বৰত কেন্দ্ৰীয় চৰকাৰে অসমত অপাৰেচন বজৰংগ আৰম্ভ কৰাৰ লগতে আলফাক নিষিদ্ধ ঘোষণা কৰাৰ প্ৰতিবাদত আলফাই প্ৰতিবছৰে ২৮ নৱেম্বৰত পালন কৰা প্ৰতিবাদ দিৱসত এইবাৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলফাৰ উচ্চতম…

মেঘালয়ৰ বনদস্যুৰ ওচৰত অসম চৰকাৰৰ আত্মসমৰ্পণ-লুৰীণৰ ক্ষোভ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৩ নৱেম্বৰ : অসম-মেঘালয় সীমান্তৰ শেহতীয়া ঘটনাৰ সন্দৰ্ভত আজি তিনিচুকীয়াত সৰৱ হৈ পৰে অসম জাতীয় পৰিষদৰ (অজাপ) সভাপতি লুৰীণজ্যোতি গগৈ৷ তেওঁ কয় যে অসম আৰু মেঘালয়ৰ সীমা সমস্যা সমাধান হোৱা বুলি ৰাজ্য চৰকাৰে কোৱা…

চৰকাৰী ভূমি বেদখল কৰি বিজেপিয়ে মাকুম মণ্ডলৰ কাৰ্য্যালয় স্থাপনৰ গুৰুতৰ অভিযোগ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৯ নৱেম্বৰ : চৰকাৰী ভূমি বেদখল কৰি বিজেপি দলে মাকুম মণ্ডলৰ কাৰ্য্যালয় স্থাপন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ আজি এক বিবৃতিত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ-সভাপতি মৌচুম বৰুৱাই কয় যে তিনিচুকীয়া জিলা প্ৰশাসনক বুঢ়া…

কমৰেড শিৱদাস ঘোষৰ জন্ম শতবাৰ্ষিকীৰ কাৰ্যসূচী : তেজপুৰত গণ সমাৱেশ

শতাব্দ প্ৰতিনিধি,তেজপুৰ,১নৱেম্বৰ: আজি তেজপুৰৰ তৰুণ অসম সংঘত এছ ইউ চি আই(কমিউনিষ্ট) দলৰ শোণিতপুৰ জিলা কমিটিৰ উদ্যোগত মাৰ্ক্সবাদী চিন্তানায়ক, দাৰ্শনিক, সৰ্বহাৰাৰ নেতা কমৰেড শিবদাস ঘোষৰ জন্ম শতবাৰ্ষিকী পালনৰ বছৰ জোৰা কাৰ্যসূচীৰ অংশ হিচাপে এখন…

গুজৰাটত আপৰ চৰকাৰ হ’লে মাহে ৩০ হাজাৰকৈ পাব সকলোৱে!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ অক্টোবৰ : লোকসভা নিৰ্বাচন আহি আছে আৰু তাৰ আগতে সকলোৱে গুজৰাট বিধানসভা নিৰ্বাচনৰ ফালে চকু দিছে। ভাৰতীয় জনতা পাৰ্টী গুজৰাটত ২৭ বছৰ ধৰি ক্ষমতাত আছে। আনহাতে অৰবিন্দ কেজৰিৱালে প্ৰথমবাৰৰ বাবে নিৰ্বাচনী যুদ্ধত অংশগ্ৰহণ…

ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰিকল্পনা নাইঃ ঘোষণা কৰিলে ৰাষ্ট্ৰপতি পুটিনে

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ অক্টোবৰ : ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে কয় যে ইউক্ৰেইন যুদ্ধত পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাথাকিব। মস্কোত আন্তঃৰাষ্ট্ৰীয় কূটনীতি বিশেষজ্ঞসকলৰ এখন বৈঠকত তেওঁ কয়— "ইউক্ৰেইন যুদ্ধত পাৰমাণৱিক…

বিলাতৰ গাদীত আমাৰ দেশৰ ‘ঋষি’

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ অক্টোবৰ : মচনদৰ একেবাৰে দুৱাৰমুখতে আছে ঋষি সুনক। কাৰণ প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছন, যাৰ সৈতে তেওঁ কঠিন যুঁজ কৰিব লাগিলেহেঁতেন, তেওঁ মনোনয়ন দাখিল কৰা নাই। হঠাৎ এক আনুষ্ঠানিক বিবৃতিত তেওঁ কয় যে তেওঁ ব্ৰিটিছ…

ইটালীয়ে পালে প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২২ অক্টোবৰ : ইটালীত এক নতুন যুগৰ সূচনা হৈছে। এইবাৰ দেশখনে এগৰাকী মহিলা প্ৰধানমন্ত্ৰী পাইছে। ইটালীৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে জৰ্জিয়া মেলোনীয়ে। কেৱল সেয়াই নহয়, মেলোনীয়ে সেই দেশত আন এক…