Browsing Category
ৰাজনীতি
গণৰাজ্য দিৱসত কূটাঘাতৰ আশংকা
শিৱসাগৰত যান-বাহন পৰীক্ষা কৰিছে আৰক্ষীয়েফটো:-আব্দুল মতিন শিৱসাগৰ
নাওবৈচাৰ যুৱনেতা জিণ্টু হাজৰিকাক অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক নিয়োগ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ ২৪ জানুৱাৰীঃ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক হিচাপে নাওবৈচাৰ যুৱনেতা জিন্টু হাজৰিকাক নিযুক্তি দিয়া হৈছে। নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে ২২ জানুৱাৰীত এক বিবৃতিত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ…
জি-২০ সন্মিলনৰ লগত সংগতি ৰাখি তিনিচুকীয়াত বিভিন্ন কাৰ্যসূচীৰ আয়োজন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৩ জানুৱাৰী : 'বসুধৈৱ কুটুম্বকম' অৰ্থাৎ এখন পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যতক আদৰ্শ হিচাপে লৈ ভাৰতবৰ্ষই এইবাৰ জি-২০ সন্মিলনৰ অধ্যক্ষতা কৰিছে ৷ এই জি-২০ সন্মিলনৰ অংশস্বৰূপে অসমৰ গুৱাহাটী আৰু ডিব্ৰুগড়ত…
বেদখলকাৰীৰ বিৰুদ্ধে অধিক কঠোৰ হবলৈ আহ্বান হিন্দু যুৱ-ছাত্ৰৰ
লক্ষীমপুৰ, ১৩ জানুৱাৰী : ৰাজ্য চৰকাৰক বেদখলকৃত ভূমিত চলোৱা উচ্ছেদ অভিযান অব্যাহত ৰখাৰ লগতে এই বেদখলকাৰী সকলৰ বিৰুদ্ধে অধিক কঠোৰ হবলৈ আহ্বান জনাইছে হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমে। আজি বাতৰি কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিৰ জৰিয়তে পৰিষদৰ…
তেজপুৰ জয়মতী পথাৰত চিপিআই(এম)ৰ জনসভাঃ চাৰি জিলাৰ মৰ্যাদা কৰ্তনৰ বিৰোধিতা
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৫ জানুৱাৰীঃ ২০২৬ ত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে দেশৰ লোকসভাত সিদ্ধান্ত গ্ৰহন কৰাৰ পিছত ২০০১ৰ লোক পিয়লৰ আধাৰত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে চৰকাৰে গ্ৰহন কৰা সিদ্ধান্ত আৰু ৰাজ্যচৰকাৰে ৰাজ্যৰ চাৰিখন জিলা বিলুপ্তিকৰণৰ…
দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নৱ নিৰ্বাচিত সদস্যৰ শপত গ্ৰহণ অনুষ্ঠান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২৭ ডিচেম্বৰ: আজি দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নৱ নিৰ্বাচিত সদস্য সকলৰ শপত গ্ৰহণ অনুষ্ঠানটি লক্ষীমপুৰৰ নাৰায়ণপুৰত অনুষ্ঠিত হৈ যায়। দুটা স্থানত এই শপত গ্ৰহণ অনুষ্ঠিত হয়। প্ৰথমে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ…
ভাৰত-চীনৰ সেনা সংঘৰ্ষঃ পৰ্যটকৰ বাবে বন্ধ কৰা হৈছে অৰুণাচলৰ কেতবোৰ অঞ্চলৰ ভ্ৰমণ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৪ ডিচেম্বৰঃ অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ ভাৰত-চীন সীমান্তৰ বুমলা পাছ এলেকা সম্প্ৰতি পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হৈছে । ইয়াৰ লগতে ইয়াংষ্টে অঞ্চলৰ চুমী গীয়েছেৰ জলপ্ৰপাতৰ দৰ্শন কৰিবলৈ যোৱা পথো পৰ্যটকৰ বাবে বন্ধ…
ভাৰত বহুত্ববাদী আৰু সহনশীল! ৰাষ্ট্ৰসংঘই নিৰ্দ্বিধাই স্বীকাৰ কৰিলে
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ ডিচেম্বৰ : ভাৰতে সদায় নিজৰ মন্ত্ৰত বিশ্বাস কৰি আহিছে। আনক আক্ৰমণ নকৰা, সাম্ৰাজ্যবাদত বিশ্বাস নকৰা, আন ঠাইত আধিপত্য বিস্তাৰ নকৰা। ভাৰতৰ মনোভাৱ ইতিহাসৰ আদিম কালৰ পৰাই অত্যাধুনিক হৈ আহিছে। ৰাষ্ট্ৰসংঘই যেন সেই কথা…
ফেচবুকত পষ্ট দি চাকৰি হেৰুৱালে আম আদমী পাৰ্টিৰ লখিমপুৰ জিলা সমন্বয়কে
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, লখিমপুৰ, ১ ডিচেম্বৰ : ফেচবুকত পষ্ট দি চাকৰি হেৰুৱালে আম আদমী পার্টিৰ লখিমপুৰ জিলা সমন্বয়ক স্বপ্না বৰুৱাই। নর্থ লখিমপুৰ প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত এই কথা ঘোষণা কৰিছে লখিমপুৰ চিনাতলীয়া মুকবধিৰ বিদ্যালয়ৰ সহ…
কোচৰাজবংশীৰ জনজাতিকৰণৰ দাবীত নতুন দিল্লীত ধৰ্ণা
শতাব্দ প্ৰতিনিধি,তেজপুৰ,৩০নৱেম্বৰঃ ৰাজ্যৰ কোচ-ৰাজবংশীসকলক শীঘ্ৰেই জনজাতিকৰণ প্ৰদানৰ দাবীত আজি নতুন দিল্লীৰ যন্তৰ মন্তৰত দিনৰ ১১বজাৰ পৰা দুপৰীয়া এক বজালৈকে এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে একাধিক সংগঠনে৷ উল্লেখযোগ্য যে,সদৌ অসম কোচ ৰাজবংশী…
