জাহাজত ভুলবশতঃ উঠিল ভাৰতৰ কেৰ্কেটুৱা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ ছেপ্টেম্বৰ : তাক কোনেও দেখা নাছিল। আৰু সেয়ে জাহাজত উঠি বিদেশলৈ গ’ল এটা কেৰ্কেটুৱা! ভাৰতৰ পৰা যোৱা এই কেৰ্কেটুৱাটো জাহাজেৰে হাজাৰ হাজাৰ কিলোমিটাৰ যাত্ৰা কৰি স্কটলেণ্ড পালেগৈ। স্কটলেণ্ডৰ এবাৰডিনশ্বাৰৰ এখন…
