অৰুণাচলত নিয়োজিত M777 হাউৱিটজাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ ছেপ্টেম্বৰ: আমেৰিকাৰ পৰা আমদানি কৰা হাউইজাৰ অৰুণাচলত মোতায়েন কৰা হৈছে। প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত চীনা বাহিনীক প্ৰতিহত কৰাৰ বাবে এই বিশেষ পদক্ষেপ। মেজৰ জেনেৰেল এম এছ বেইনছে কয় যে এম ৭৭৭ আল্ট্ৰা লাইট হাউইটজাৰে…

চিৰনিদ্ৰাৰ দেশলৈ ব্ৰিটেইনৰ ৰাণী দ্বিতীয় এলিজাবেথ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ ছেপ্টেম্বৰ: ব্ৰিটেইনৰ ৰাণী দ্বিতীয় এলিজাবেথৰ পৰলোকপ্ৰাপ্তি। ৮ ছেপ্টেম্বৰ বৃহস্পতিবাৰে পুৱাৰে পৰা তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল। পৰিয়ালৰ সদস্যসকলে তেওঁক স্কটলেণ্ডলৈ লৈ গৈছিল। তাতেই ৯৭ বছৰ বয়সত শেষ নিশ্বাস…

দুটা এন্টিব’ডিয়ে প্ৰতিৰোধ কৰিব সকলো কভিড

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ ছেপ্টেম্বৰঃ এতিয়া কৰ’নাক লৈ আতংক বহু পৰিমাণে হ্ৰাস পাইছে। বহুতে ভাবে যে পুনৰ কভিডৰ সংক্ৰমণ চৰম হোৱাৰ আশংকা অতি কম। বিশেষকৈ অদূৰ ভৱিষ্যতে কোনো বিপদ নাই বুলি তেওঁলোকে ভাবে। অৱশ্যে ইয়াৰ মাজতে কৰ’নাক লৈ বহু নতুন…

নতুন ক্ষেপণাস্ত্ৰ পৰীক্ষাত ভাৰতৰ সফলতা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ ছেপ্টেম্বৰঃ ভাৰতে পুনৰ এক নতুন ক্ষেপণাস্ত্ৰ পৰীক্ষাত সফলতা অৰ্জন কৰিছে। প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা আৰু ভাৰতীয় সেনাই ৮ ছেপ্টেম্বৰ বৃহস্পতিবাৰে ৬টা ফ্লাইট পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছে। উৰিষ্যাৰ…

শোণিতপুৰৰ খনামুখত হেৰইন সহ দুজনক গ্ৰেপ্তাৰ

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ, ৬ ছেপ্টেম্বৰঃ শোণিতপুৰ আৰক্ষীয়ে আজি জিলাখনৰ খানামুখ অঞ্চলৰ কেকোকলি নেপালী গাঁৱত চলোৱা এক অভিযানত হেৰ’ইন সহ দুজন লোকক গ্ৰেপ্তাৰ কৰিছে৷ উল্লেখযোগ্য যে, আৰক্ষীয়ে গোপন সূত্ৰৰ তথ্যৰ আধাৰত চলোৱা এই অভিযানত মান্নাচ…

কন্যা সন্তানৰ বিপৰীতে পুত্ৰ সন্তান বুলি দাবী

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,৬ছেপ্টেম্বৰঃ তেজপুৰৰ পৰোৱাস্হিত  মাতৃ আৰু শিশু স্বাস্থ্য চিকিৎসালয়ত যোৱা নিশা এটি নৱজাতকক লৈ এক হুলস্থূলীয়া পৰিস্হিতিৰ উদ্ভৱ হয়৷ উল্লেখযোগ্য যে, যোৱা নিশা প্ৰায় ৮-৪০বজাত ভোজখোৱা চাপৰিৰ চাহাবুদ্দিন আহমেদ নামৰ…

এন এইচ পি চিত তৃতীয় দিনাও স্তব্ধ কাম-কাজ

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ৬ ছেপ্টেম্বৰঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত সৃষ্টি হোৱা সংকট আজিও আঁতৰা নাই৷ আজি তৃতীয় দিনাও নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম-কাজ একপ্ৰকাৰে স্তব্ধ হৈ আছে৷ যোৱা দেওবাৰৰ পৰা বৃহৎ নদীবান্ধ প্ৰকল্পটোৰ…

পিৰামিড নিৰ্মাণৰ ৰহস্য উদ্ঘাটন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ ছেপ্টেম্বৰ: এয়া এক চিৰন্তন ৰহস্য, যেতিয়া প্ৰযুক্তিবিদ্যা একেবাৰেই আগবাঢ়িব পৰা নাছিল, তেতিয়াই পিৰামিডৰ দৰে নিৰ্মাণৰ আশ্চৰ্যবোৰ কেনেকৈ সৃষ্টি হ’ল? আধুনিক যুগত বহু প্ৰশ্ন উত্থাপন কৰি আহিছে বিভিন্নজনে। কিন্তু…

প্ৰীতি পেটেলৰ পিছত চুয়েলা ব্ৰেভাৰমেন!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ ছেপ্টেম্বৰ : ভাৰতীয় মূলৰ প্ৰীতি পেটেলে ব্ৰিটিছ গৃহ সচিবৰ পদৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছে। তেওঁৰ ঠাইত ভাৰতীয় মূলৰ আন এগৰাকীয়ে ল’ব পাৰে এই দায়িত্ব। তেওঁ হৈছে চুয়েলা ব্ৰেভাৰমেন। সংবাদ সংস্থা…

সূৰ্যৰ পৰা ওলাই আহিল অগ্নিগোলক

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ ছেপ্টেম্বৰ : যোৱা ৪ আগষ্টত পৃথিৱীত G-2 ভূ-চুম্বকীয় ধুমুহাই আঘাত হানিছে আৰু সৰু সৰু G-1 ধুমুহাৰ সৃষ্টি হৈছে। আমেৰিকাৰ মহাকাশ সংস্থা নাছাই পৃথিৱী পৃষ্ঠৰ কেইবাটাও স্থানত অৰোৰা আৰু ৰেডিঅ’ ব্লেকআউট হোৱাৰ খবৰ…