পেৰুত উদ্ধাৰ ৭৬টা কেঁচুৱাৰ কবৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৮ অক্টোবৰঃ প্ৰত্নতত্ত্ববিদসকল খনন কাৰ্যত এক ভয়ংকৰ অভিজ্ঞতাৰ সাক্ষী হৈছিল। কাৰণ দক্ষিণ আমেৰিকাৰ পেৰুত কেইবা ডজন শিশুৰ কংকাল উদ্ধাৰ কৰা হৈছে, যিবোৰক বলিদান দিয়া বুলি কোৱা হৈছিল। প্ৰত্নতাত্ত্বিকসকলে জনোৱা মতে, এই…

অৱশেষত উদ্ধাৰ পৰ্বতাৰোহী দ্বীপশিখাৰ শৱদেহ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৮ অক্টোবৰঃ অৱশেষত সন্ধান পোৱা গ'ল অসমৰ পৰ্বতাৰোহী দ্বীপশিখা হাজৰিকাৰ। অৱশ্যে এই সন্ধান জীৱন্ত অৱস্থাত পোৱা হোৱা নাই। গিৰিৰাজ হিমালয়ৰ তুষাৰ বক্ষত উদ্ধাৰ হৈছে দ্বীপশিখা হাজৰিকাৰ শৱদেহ। হিমালয়ক ভালপোৱা অসম…

লখিমপুৰ জিলা বিবাহ সংস্কাৰ সমিতিৰ সংবাদমেল

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৮  অক্টোবৰঃ লখিমপুৰ নগৰৰ ত্যাগক্ষেত্ৰত অহা ১৪ অক্টোবৰত এহেজাৰ দম্পতীয়ে একেলগে বহিব সামূহিক বিবাহত৷ ইতিমধ্যে এই দম্পতীসকলে বিবাহ সংস্কাৰ সমিতিৰ ওচৰত নিজৰ নাম পঞ্জীয়ন কৰিছে৷ এই কথা জানিবলৈ দিছে লখিমপুৰ জিলা বিবাহ…

তিনিচুকীয়াৰ ৰাজপথত বহিৰাগত বিজেপি পালিনেতাৰ গুণ্ডাগিৰি

শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ৭ অক্টোবৰঃ ক্ষমতাৰ ৰাগীত মতলীয়া শাসকীয় বিজেপি দলৰ একাংশ অনাঅসমীয়া পালিনেতাৰ গুণ্ডাগিৰিয়ে তিনিচুকীয়াত এতিয়া সকলো সীমা অতিক্ৰম কৰিছে ৷ পৰিস্থিতিয়ে এনে পৰ্যায় পাইছেগৈ যে সৰ্বসাধাৰণ লোকৰ কথা বাদেই, বহিৰাগত এই…

তেজপুৰত আৰক্ষীৰ বিৰুদ্ধে অভিযোগ

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,৭অক্টোবৰঃ তেজপুৰৰ মহাভৈৰৱ আৰক্ষী চকীৰ এটা তহলদাৰী দলে পাঁচ অক্টোবৰত এজন যুৱকক কাৰণবিহীন ভাবে বৰ্বৰোচিত ভাবে প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ দোলাবাৰীৰ এজন বন্ধুৰ নিমন্ত্ৰণ ক্ৰমে বিজয়া দশমীৰ দিনা বন্ধুজনৰ…

শোণিতপুৰৰ মইনাজুলিত বন্যহস্তীয়ে ভাঙিলে দুটা বাসগৃহ

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,৭অক্টোবৰঃ শোণিতপুৰ জিলাৰ সোণাই ৰূপাই অভয়াৰণ্যৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে যোৱা নিশা ৰঙাপৰাৰ দুই নম্বৰ মইনাজুলিৰ জোচেফ তপ্ন আৰু লৰেঞ্চ তপ্নৰ বাসগৃহ দুটা ভাঙি খাদ্যৰ সন্ধান চলায়৷ সেই সময়ত বাসগৃহতে থকা…

অৰুণাচলত তিনিচুকীয়া আৰক্ষীৰ অভিযান

শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ৭ অক্টোবৰঃ তিনিচুকীয়া আৰক্ষীয়ে অৰুণাচল প্ৰদেশৰ মহাদেৱপুৰ থানা এলেকাত অভিযান চলাই তিনিখন চুৰি মটৰ চাইকেল উদ্ধাৰ কৰাৰ লগতে বাইক চুৰিৰ অভিযোগত ৩ ব্যক্তিক আটক কৰে৷ ধৃত ব্যক্তিত্ৰয় ক্ৰমে তিনিচুকীয়াৰ…

মালয়েছিয়াত অনুষ্ঠিত ১৫সংখ্যক আন্তৰাষ্ট্ৰীয় যুৱ শান্তি মহোৎসৱত তৃষাণু আৰু হিমাংশুৰ অংশগ্ৰহণ

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,৭অক্টোবৰঃ লয়েছিয়াৰ কুৱালালামপুৰৰ ইন্টাৰনেচনেল য়ুথ চেন্টাৰত যোৱা ৩০ ছেপ্তেম্বৰত পৰা ২ অক্টোবৰলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যোৱা ১৫সংখ্যক আন্তৰাষ্ট্ৰীয় যুৱ শান্তি মহোৎসৱত অংশ লয় ৰাজ্যৰ দুই প্ৰতিভাশালী যুৱক…

তেজপুৰত মহিলাৰ ওপৰত দুৰ্বৃত্তৰ আক্ৰমণৰ ঘটনাকলৈ প্ৰতিক্ৰিয়া অব্যাহত

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,৭অক্টোবৰঃ কালি তেজপুৰ সদৰ আৰক্ষী থানা অন্তৰ্গত জাৰণিত একাংশ দুৰ্বৃত্তই ৰেখা ৰাণা নামৰ মহিলাৰ ওপৰত চলোৱা বৰ্বৰোচিত আক্ৰমণৰ ঘটনাৰ প্ৰতিক্ৰিয়া অব্যাহত আছে৷ অঞ্চলটোৰ অতি পুৰণা এটা পৰিয়ালৰ জীয়ৰী ৰাণাৰ ওপৰত আক্ৰমণকাৰীয়ে…