তেজপুৰত ২খন গ্ৰন্থ উন্মোচন

শতাব্দ প্ৰতিনিধি, তেজপুৰ ৭ অক্টোবৰঃ তেজপুৰৰ সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কেন্দ্ৰীয় কাৰ্যালয়ত আজি তেজপুৰৰ বিশিষ্ট ব্যক্তি আৰু বিভিন্ন অনুষ্ঠানৰ বিষয়ববীয়াৰ উপস্থিতিত  উন্মোচিত হয় "প্ৰজ্ঞা ভাৰতী মৃণালী চেতিয়া অভিনন্দন গ্ৰন্থ"।উল্লেখ্য যে, সদৌ…

এতিয়াও সন্ধানহীন পৰ্বতাৰোহী দ্বীপশিখা হাজৰিকা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ অক্টোবৰঃ উত্তৰকাশীত ব্যাপক হিমস্খলনৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১৯জনলৈ বৃদ্ধি পাইছে। উক্ত ঘটনাৰ ৭০ ঘন্টা পাৰ হৈ যোৱাৰ পিছত এতিয়াও চলি আছে উদ্ধাৰ অভিযান। ৬ অক্টোবৰৰ নিশাৰ ভাগত আৰু তিনিটা মৃতদেহ উদ্ধাৰ…

গৰ্ভস্থ শিশুৰ হাওঁফাওঁ, মগজু, যকৃতত প্ৰদূষক কণা!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ অক্টোবৰঃ বায়ু প্ৰদূষণ বৃদ্ধি হোৱাৰ লগে লগে গৰ্ভস্থ শিশুৰ মগজুৰ বিকাশতো ইয়াৰ প্ৰভাৱ পৰে। হাওঁফাওঁ আৰু যকৃতৰ গুৰুতৰ ক্ষতি হয়। এখন গৱেষণা পত্ৰই চহৰ অঞ্চলৰ প্ৰদূষিত পৰিৱেশত ডাঙৰ-দীঘল হোৱা শিশুৰ ‘ভৱিষ্যৎ’ক লৈ…

এলচে বিয়ালিয়াটস্কিলৈ শান্তিৰ নোবেল বঁটা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ অক্টোবৰঃ বেলাৰুছৰ মানৱ অধিকাৰ কৰ্মী এলচে বিয়ালিয়াটস্কিয়ে লাভ কৰিছে শান্তিৰ নোবেল বঁটা। ৰাছিয়ান হিউমেন ৰাইটছ অৰ্গেনাইজেচন মেম’ৰিয়েল (ৰাছিয়াৰ মানৱ অধিকাৰ সংগঠন মেম’ৰিয়েল) আৰু ইউক্ৰেইনৰ হিউমেন ৰাইটছ…

বিশ্বত মন্দাৱস্থাৰ আশংকা বাঢ়িছে!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ অক্টোবৰঃ ভাৰতত টকাৰ মূল্য কমিছে। ৰিজাৰ্ভ বেংকেও সম্ভাৱ্য হাৰ বৃদ্ধি কৰ্তন কৰিছে। কিন্তু এই অৱস্থা কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বতে হৈছে। কিন্তু পৰিস্থিতি ভাল হোৱাতকৈ বেয়া হোৱাৰ সম্ভাৱনা বেছি। আই এম এফৰ পৰিচালন…

ভাৰতত চলিব চালকবিহীন মেট্ৰ’

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ অক্টোবৰঃ চালক অবিহনে মেট্ৰ’ চলিব? হয়, আপুনি ঠিকেই পঢ়িছে। এইবাৰ মেট্ৰ’ত ড্ৰাইভাৰৰ চিটত কোনো নবহাকৈ ছিগনেলিং ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি সম্পূৰ্ণ ৰে’ল চলিব। দেশত প্ৰথমবাৰৰ বাবে চেন্নাইত আৰম্ভ হ’বলৈ গৈ আছে এই সেৱা।…

৮ অক্টোম্বৰত কলিকতাত ফুলবাৰীৰ অভিনৱ থিয়েটাৰৰ নাটক “কড়োৱা চচ”

লখিমপুৰ, ৬ অক্টোবৰঃ লখিমপুৰ জিলাৰ ফুলবাৰীৰ ১নং মাজগাঁৱৰ অভিনৱ থিয়েটাৰ নাট্য গোষ্ঠীৰ হিন্দী নাটক “কড়োৱা চচ” অহা ৮ অক্টোম্বৰত কলিকতাৰ যোগেশ মাইম থিয়েটাৰ প্ৰেক্ষাগৃহত মঞ্চস্থ কৰা হ'ব৷ কলিকতাৰ থিয়েটাৰ চাইন নাট্য দলৰ দ্বাৰা আয়োজন কৰা এক…

মিছামাৰীত গাভৰু নৈৰ ভয়ংকৰ ৰূপ

শতাব্দ প্ৰতিনিধি তেজপুৰ, ৬অক্টোবৰঃ কালি বিয়লি শাৰদীয় দুৰ্গোৎসৱৰ বিজয়া দশমীৰ বিসৰ্জন পৰ্ব চলি থকাৰ সময়তে শোণিতপুৰৰ গাভৰু নৈৰ পাৰত এক আতংকময় পৰিস্থিতিৰ উদ্ভৱ হয়৷ বিয়লি দুৰ্গা প্ৰতিমা বিসৰ্জনৰ লগতে সমীপত দছেৰা উপলক্ষে ৰাৱন দাহৰ কাৰ্যসূচী…

লখিমপুৰত জল জীৱন আঁচনিৰ ঠিকাদৰৰ নাম তালিকা বিধায়কে অনুমোদনৰ বাবে মন্ত্ৰীলৈ প্ৰেৰণ কৰাক লৈ লখিমপুৰত…

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৬ অক্টোবৰঃ লখিমপুৰত জল জীৱন আঁচনিৰ কাম আৱন্টনৰ নামত শেহতীয়াকৈ সংঘটিত হৈছে এক বৃহৎ কেলেংকাৰি৷ শেহতীয়াকৈ বিধায়ক মানৱ ডেকাৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ উত্থাপিত অভিযোগ অনুসৰি বিধায়ক ডেকাই নিজৰ পচন্দৰ…

নীপকোৱে ডিক্ৰঙত এৰিলে ১২শ এম এম পানী

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৬ অক্টোবৰঃ শাৰদীয় দুৰ্গোৎসৱৰ মাজতে যোৱা ৪ ছেপ্টেম্বৰৰ পৰা লখিমপুৰ জিলাৰ লগতে ইয়াৰ দাঁতি কাষৰীয়া অৰুণাচল পাহাৰত হৈ থকা নেৰা নেপেৰা বৰষুণৰ ফলত লখিমপুৰ জিলাৰ বিভিন্ন নদ-নদীসমূহ ফেনে ফুটুকাৰে বাঢ়ি অহাত ঠায়ে ঠায়ে…