তেজপুৰত ভূমিকেন্দ্ৰীক সংঘাতৰ পৰিণতি
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৬অক্টোবৰঃ আজি তেজপুৰৰ বৰঘাট আৰক্ষী চকী অন্তৰ্গত জাৰণিত দিনৰ প্ৰায় ১২বজাত অঞ্চলটোৰ ৰেখা ৰাণা নামৰ মহিলা গৰাকীক মহিৰুদ্দিন , মজিবুৰ, চদৰ আলী, নিজাম আলী আৰু চৰিফুদ্দিন নামৰ লোককেইজনৰ নেতৃত্বত একাংশ লোকে আক্ৰমণ কৰে৷…
