Browsing Category

উত্তৰ পূৰ্বাঞ্চল

নাগালেণ্ডৰ সুকীয়া পতাকা আৰু সংবিধানৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ সন্মত নহয়

শতাব্দ বিশেষ প্ৰতিনিধি, ২৭ এপ্ৰিলঃ কেন্দ্ৰীয় চৰকাৰ আৰু নাগালেণ্ডৰ উগ্ৰপন্থী সংগঠন সমূহৰ মধ্যস্থতাকাৰী এ কে মিশ্ৰই পুনৰ ন দি ঘোষণা কৰিছে যে, এন এছ চি এন(আই এম)এ দাবী কৰা অনুসৰি এখন সুকীয়া পতাকা আৰু সংবিধানৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ…

আগৰতলাৰ পৰা ঢাকা হৈ কলকাতালৈ বাছ সেৱা

শতাব্দ বিশেষ প্ৰতিনিধি, ২৭ এপ্ৰিলঃ ক'ভিড মহামাৰীৰ বাবে ২০২০ চনৰ মাৰ্চ মাহৰ পৰা সাময়িক ভাৱে স্থগিত ৰখা আগৰতলা - কলকাতা বাছ সেৱা দুবছৰৰ অন্তত বৃহস্পতিবাৰৰ পৰা পুনৰ আৰম্ভ হ'ব। আগৰতলাৰ কৃষ্ণনগৰত থকা ত্ৰিপুৰা ৰাজ্যিক পৰিৱহণ নিগমৰ আন্তৰ্জাতিক…

দেশৰ পৰিধি ভেদি ‘লাকাডং’ এতিয়া বিশ্বমুখী

ৰাণু বৰুৱা মেঘৰ দেশ মেঘালয়ৰ পশ্চিম জয়ন্তীয়া জিলাৰ এখন গাঁও 'লাকাডং' এতিয়া লাহে লাহে দেশখনৰ ৰান্ধনিশাল সমূহত এটা চিনাকী আৰু জনপ্ৰিয় নাম হৈ পৰিছে। এই গাঁওখনৰ নামৰ পৰাই উদ্ভৱ হোৱা 'লাকাডং' নামৰ হালধি বিধৰ চাহিদাই বৰ্তমান বজাৰত উৰ্ধমুখী…

দেশৰ সীমান্ত সুৰক্ষাত নিয়োজিত অভিলেখ সংখ্যক জোৱানৰ বদান্যতা

শতাব্দ প্ৰতিনিধি, লখিমপুৰ,২৫ এপ্ৰিল: ৰক্ত দান মহান দান। এই কথাকে সাৰোগত কৰি দেওবাৰে কিমিনত দেশ মাতৃৰ সেৱাত নিয়োজিত অভিলেখ সংখ্যক জোৱানে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ ৰক্ত দান কৰি বদান্যতাৰ পৰিচয় দঙি ধৰে। কিমিনৰ আই টি বি পি ত নিয়োজিত ১৯২…

কলকাতাত অসমৰ শিশুলৈ সাহিত্য সন্মান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৫ এপ্ৰিলঃ এছিয়ান প্ৰেছ বুকছৰ দ্বাৰা যোৱা ২৪ এপ্ৰিলত কলকাতাৰ ৰবীন্দ্ৰ তীৰ্থত আয়োজিত এক বৰ্ণিল অনুষ্ঠানত অসম সন্তান উদীয়মান শিশু সাহিত্যিক শ্ৰীহান সমহিত গগৈক তেওঁৰ গল্পৰ পুথি দ্য্ ৰবড গাৰ্ডেনৰ বাবে (The Robbed Garden)…

মেঘালয়ত পৰ্যটকৰ বাবে শীঘ্ৰেই বৈধ হ’ব জুৱাখেল

শতাব্দ বিশেষ প্ৰতিনিধি, ২৫ এপ্ৰিলঃ জুৱাখেলক আইনগত ভাৱে বৈধ ৰূপ দিবলৈ এইবাৰ সিদ্ধান্ত লৈছে মেঘালয় চৰকাৰে। ৰাজ্যখনৰ কৰ বিভাগৰ মন্ত্ৰী জেমছ পি কে চাংমাই এই কথা ঘোষণা কৰি কৈছে যে, প্ৰধানকৈ ৰাজহ সংগ্ৰহৰ উদ্দেশ্যে পৰ্যটক সকলৰ বাবে মেঘালয়ত…

ভাষা প্ৰেম, জাতি প্ৰেম: অসম আৰু ছিক্কিম

ধ্ৰুৱজ্যোতি শইকীয়া, অসম      কিছুদিন জীৱনে বিশ্ৰাম ললে । আচলতে বিশ্ৰাম জীৱনৰ এক প্ৰয়োজনো, যিমানে ব্যস্ততা নথাকক কিয়, জীৱনক সেউজীয়া কৰি ধৰি ৰাখিবলৈয়ে সাৰ পানী ৰূপত বিশ্ৰামৰ আৱশ্যক হৈ পৰে । মোৰ বেলা বিশ্ৰাম যেনিবা প্ৰেস্ক্ৰাইবড্ ৰূপত আহিল ।…

ঢোল বজাই নাচি বাগি বিহু মাৰিলে অৰুণাচলৰ মুখ্যমন্ত্ৰীয়ে

চিজুছা :২২এপ্ৰিল: অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ বিহু নৃত্যই কালি আপ্লুত কৰিলে অসমীয়া ৰাইজক। অৰুণাচলত কৰ্মৰত অসমৰ লোকসকলে যোৱা নিশা ইটানগৰস্থিত মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ চৰকাৰী বাসভৱনলৈ গৈছিল হুঁচৰি গাবলৈ । হুঁচৰি গাবলৈ যোৱা…

অসম-অৰুণাচলৰ সীমা বিবাদ অন্ত পৰাৰ দিশে

গুৱাহাটীৰ কইনাধৰাত অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু অৰুণাচলৰ মুখ্যমন্ত্রী পেমা খাণ্ডুৰ বৈঠক। অসম আৰু অৰুণাচলৰ মাজত ১২২ খন গাঁৱক লৈ বিবাদ। অৰুণাচলৰ দখলত অসমৰ প্ৰায় ৮,৩৯৫.২৫ হেক্টৰ ভূমি। শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২০ এপ্ৰিলঃ মেঘালয়ৰ…

অৰুণাচলত প্ৰবল ভূমিস্খলনত জীৱন্তে সমাধিস্থ শিশুসহ এটা পৰিয়ালৰ ৩ জন

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৯ এপ্ৰিল : এসপ্তাহৰো অধিক দিন ধৰি হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত অৰুণাচল প্ৰদেশৰ একাধিক প্ৰান্তত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা । প্ৰবল বৃষ্টিপাতৰ ফলত হোৱা ভূমিস্খলন আৰু বহু ঠাইত প্ৰকাণ্ড প্ৰকাণ্ড গছ উভালি পৰাৰ ফলত…