Browsing Category

ট্ৰেণ্ডিং

২ মে’ৰ পৰা তামুলপুৰত বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক অধিবেশন

শতাব্দ প্ৰতিনিধি, তামুলপুৰ , ২৬ এপ্ৰিল : অহা ২ ,৩ আৰু ৪ মে'ত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তামুলপুৰ জিলাৰ কচুবাৰীৰ শান্তিৰ পথাৰত (গৌজ'ন ফৌথাৰ) অনুষ্ঠিত হ’ব বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক অধিবেশন । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মেঘালয়, ত্ৰিপুৰা,…

মাজুলীৰ সত্ৰাধিকাৰক সামাজিক মাধ্যমত বিৰূপ মন্তব্য

শতাব্দ প্ৰতিনিধি,মাজুলী,২৬এপ্ৰিল: সামাজিক মাধ্যম ফেচবুকত অশুভনীয় বাক্য ব্যৱহাৰ কৰি মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ আৰু দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ দুজনাক অপমান কৰা কাৰ্য সহজ ভাবে লোৱা নাই মাজুলীবাসীয়ে। এই কাৰ্যৰ বিৰুদ্ধে জাঙুৰ খাই…

আৰ্জিত ধনৰ ৯৯ শতাংশই মানৱ কল্যাণৰ হকে দান দিব বিশ্বৰ অন্যতম ধনী ৱাৰেন বাফেটে

ৰাণু বৰুৱা যোৱা শুকুৰবাৰে এক সংবাদ শিৰোনামলৈ আহিছিল বিশ্বৰ এগৰাকী অন্যতম ধনাঢ্য ব্যক্তি ৱাৰেন বাফেটৰ নাম। বিশ্বৰ ধনী ব্যক্তিৰ তালিকাৰ পঞ্চম স্থানত থকা ৱাৰেন বাফেটক সেইদিনা ভাৰতৰ গৌতম আদানিয়ে স্থানচ্যুত কৰি তেওঁক ষষ্ঠ স্থানলৈ অৱনমিত…

আন্তঃ-ডায়েট শৈক্ষিক বিনিময় কাৰ্যসূচী

উত্তৰ লখিমপুৰ, ২৬ এপ্ৰিলঃ  জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান লখিমপুৰ আজাদলৈ তিনিচুকীয়া জিলাৰ পৰা জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ এটা দলে এক্সপজাৰ ভ্ৰমণৰ অংশ হিচাপে ২৫ এপ্ৰিল তাৰিখে লক্ষীমপুৰলৈ আহে । জ্যেষ্ঠ প্ৰবক্তা, প্ৰবক্তা,…

আৰক্ষী বিষয়াৰ বিৰুদ্ধে সংবাদমেল অনুষ্ঠিত কৰি ৰোষত কনিষ্টবল

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২৬ এপ্ৰিল: লখিমপুৰত আৰক্ষী বিষয়াৰ‌ বিৰুদ্ধে সংবাদমেল অনুষ্ঠিত কৰি উৰ্ধতন আৰক্ষীৰ ৰোষত পৰিল বিহপুৰীয়া থানাৰ কনিষ্টবল প্ৰেমধৰ নৰহ। আজি তেওঁক ৰিজাৰ্ভ ক্লজ কৰা হয়। উল্লেখ্য যে সোমবাৰে বিহপুৰীয়া থানাৰ ভাৰপ্ৰাপ্ত…

“এটা ষ্টেছন, এটা সামগ্ৰী” – ভাৰতীয় ৰেলৱেৰ নতুন শ্ল’গান

ৰাণু বৰুৱা "এটা ষ্টেছন, এটা সামগ্ৰী" - ভাৰতীয় ৰেলৱেৰ এতিয়া এটা নতুন শ্ল'গান। অভিনৱ এক ধাৰণাৰে ২০২২-২৩ বৰ্ষৰ বিত্তীয় বাজেটত এনে এটা প্ৰস্তাৱৰ আধাৰতেই ভাৰতীয় ৰেলৱেই ইতিমধ্যে আঁচনিখন প্ৰৱৰ্তনৰ সূচনা কৰিছে। এই আঁচনিখনৰ প্ৰধান উদ্দেশ্য…

লখিমপুৰত ডাঃ হেমন্ত কুমাৰ দত্তৰ স্মাৰক গ্ৰন্থ ” অনুকাশ” উন্মোচন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,২৬ এপ্ৰিলঃ লখিমপুৰৰ এগৰাকী জনপ্ৰিয় তথা দায়বদ্ধ চিকিৎসক প্ৰয়াত ডাঃ হেমন্ত কুমাৰ দত্তৰ স্মৃতিত আজি তেঁওৰ জন্মদিনতে 'অনুকাশ' The reflection of light নামৰ স্মাৰক গ্ৰন্থখনি উন্মোচন কৰা হয়। উত্তৰ লখিমপুৰৰ খেলমাটিৰ…

বাক স্বাধীনতাৰ স্বাৰ্থৰ বাবেই টুইটাৰক ব্যক্তিগতকৰণঃ এল’ন মাস্ক

শতাব্দ বিশেষ প্ৰতিনিধি, ২৬ এপ্ৰিলঃ বহু প্ৰতীক্ষিত জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত বিশ্বৰ শীৰ্ষস্থানীয় ধনী ব্যক্তি এল'ন মাস্কে টুইটাৰ ক্ৰয় কৰিলে। সামাজিক মাধ্যমৰ জনপ্ৰিয় মাইক্ৰ'ব্লগিং চাইট 'টুইটাৰ'ৰ এশ শতাংশ অংশীদাৰিত্ব ক্ৰয়ৰ প্ৰস্তাৱ…

বিশ্ব মেধাস্বত্ব সম্পদ দিৱস ( ২৬ এপ্ৰিল)

মুক্তামণি ভূমিফুকন বিশ্ব মেধাস্বত্ব সম্পদ দিৱস World Intellectual Property Day (আই পি) প্ৰতিবছৰে ২৬ এপ্ৰিল'ত বৌদ্ধিক সম্পদৰ মহত্ব আৰূ উদ্দেশ্যক জাগ্ৰত কৰিবৰ বাবে উদযাপন কৰা হয়। বিশ্ব মেধাস্বত্ব সম্পদ দিৱস নতুন উদ্ভাৱন আৰু সৃজনশীলতাক…

নিজক কেনেকৈ সলনি কৰিব পাৰি

মুকুন্দ মুৰাৰী চেতিয়াআপোনাৰ নিজৰ জীৱনক আনৰ জীৱনৰ সৈতে তুলনা নকৰিব। মানুহক তেওঁলোকৰ নিজৰ জীৱনৰ ওপৰত অসন্তুষ্ট অনুভৱ কৰা এটা অংশ হ'ল তেওঁলোকে তেওঁলোকৰ চাৰিওফালৰ লোকসকলৰ জীৱনৰ সৈতে কৰা তুলনা। জীৱনটোত নিজক আমি কেনেকৈ পৰিবৰ্তন কৰিব পাৰিম ?…