Browsing Category
ট্ৰেণ্ডিং
আগৰতলাৰ পৰা ঢাকা হৈ কলকাতালৈ বাছ সেৱা
শতাব্দ বিশেষ প্ৰতিনিধি, ২৭ এপ্ৰিলঃ ক'ভিড মহামাৰীৰ বাবে ২০২০ চনৰ মাৰ্চ মাহৰ পৰা সাময়িক ভাৱে স্থগিত ৰখা আগৰতলা - কলকাতা বাছ সেৱা দুবছৰৰ অন্তত বৃহস্পতিবাৰৰ পৰা পুনৰ আৰম্ভ হ'ব। আগৰতলাৰ কৃষ্ণনগৰত থকা ত্ৰিপুৰা ৰাজ্যিক পৰিৱহণ নিগমৰ আন্তৰ্জাতিক…
৩০ এপ্রিলত বছৰৰ প্রথম সূর্যগ্রহণ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ এপ্ৰিলঃ মাজত আৰু মাত্র দুদিন। তাৰ পিছতেই বিশ্ববাসী সাক্ষী হ'ব বছৰৰ প্রথমটো সূর্যগ্রহণৰ। অহা ৩০ এপ্রিলত হ'ব সূৰ্য গ্ৰহণ। সূর্যগ্রহণ হয় তেতিয়া, যেতিয়া চন্দ্ৰ সূর্যৰ কাষেৰে যায় আৰু সূর্যৰ ৰশ্মি অৱৰুদ্ধ…
ল’মা লিণ্ডা : আমেৰিকান অমৰাৱতী !
দাদুল দেৱকৃষ্ণ বৰুৱা
স্পেনিচ শব্দ Loma Lindaৰ অৰ্থ হৈছে ধুনীয়া পাহাৰ বা beautiful hill। কেনিফ'ৰ্নিয়াৰ San Bernardino উপত্যকাৰ মাজত অৱস্থিত এই পাহাৰী নগৰী সুস্বাস্থ্য আৰু সদিচ্ছাৰ নগৰী হিচাপে বিখ্যাত। ইয়াতেই আছে Loma Linda University…
১মে’ত হাজাৰ হাজাৰ ভক্তৰে পুনৰ বৈকুণ্ঠপুৰীলৈ পৰিণত হ’ব তেজপুৰৰ খোলাকুটি
শতাব্দ প্ৰতিনিধি , তেজপুৰ, ২৬ এপ্ৰিলঃ বিশ্বশান্তিৰ বাবে আৰু সমাজৰ হিংসা, অসুয়া, অশান্তি দূৰ কৰি সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ অৰ্থে তেজপুৰৰ খোলাকুটি কছাৰীগাঁৱৰ মাহাত্মাৰে পৰিপূৰ্ণ চামগুৰি বুঢ়াডাঙৰীয়া থান পৰিচালনা সমিতিয়ে বিগত বছৰৰ দৰে এইবাৰো…
যোৰহাট কৰ্কট চিকিৎসালয় পৰিদৰ্শন স্বাস্থ্য মন্ত্ৰীৰ
শতাব্দ প্ৰতিনিধি, যোৰহাট, ২৬ এপ্ৰিল : অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় চৌহদত অসম চৰকাৰ আৰু টাটা ন্যাসৰ যৌথ উদ্যোগত নিৰ্মিত যোৰহাট কৰ্কট চিকিৎসালয়খন আজি বিয়লি পৰিদৰ্শন কৰে। অহা ২৮ এপ্ৰিলত ডিব্ৰুগড়ৰ…
সম্প্ৰীতিৰ মিলনভূমিত পৰিণত নলবাৰীৰ যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যালয়
শতাব্দ প্ৰতিনিধি, নলবাৰী, ২৬ এপ্ৰিলঃ অতীজৰে পৰা হিন্দু-মুছলমানৰ একতাৰ ডোলেৰে বান্ধ খাই থকা নলবাৰীত পুনৰবাৰ প্ৰতীয়মান হ'ল একতাৰ ছবিখন । মঙলবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যালয় পৰিণত হ'ল সম্প্ৰীতিৰ মিলনভূমিত। উল্লেখ্য, অসম…
প্ৰধানমন্ত্ৰীৰ আগমনঃ দুখন জিলাত চৰকাৰী বন্ধ ঘোষণা
অহা ২৮ এপ্ৰিল তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্বি আংলং আৰু ডিব্ৰুগড় জিলা ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত জিলা দুখনৰ অন্তৰ্গত এলেকাসমূহত চৰকাৰী বন্ধৰ দিন ঘোষণা কৰা হৈছে। সকলো কাৰ্যালয় আৰু শিক্ষানুষ্ঠান সমূহ সেইদিনা বন্ধ থাকিব বুলি চৰকাৰী…
তেজপুৰত নৱগঠিত পৌৰসভাৰ তৎপৰতা :উচ্ছেদ অভিযান
শতাব্দ প্ৰতিনিধি তেজপুৰ , ২৬ এপ্ৰিল : পথৰ দাঁতিত তথা পদপথত অব্যাহত থকা বেদখলৰ বিৰুদ্ধে আজি তেজপুৰ পৌৰসভা আৰু সদৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ে গ্ৰহণ কৰিলে উচ্ছেদ অভিযান । উল্লেখযোগ্য যে, তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ পৰা পথৰ দুয়োকাষে…
টেছলাই ভাৰতত বৈদ্যুতিক বাহন নিৰ্মাণ কৰিলে চৰকাৰৰ কোনো আপত্তি নাই
শতাব্দ বিশেষ প্ৰতিনিধি, ২৬ এপ্ৰিলঃ কেন্দ্ৰীয় পথ পৰিৱহণ আৰু ঘাইপথ দপ্তৰৰ মন্ত্ৰী নিতীন গাডকাৰীয়ে আজি টেছলা ইনকৰ্পোৰেশ্যনৰ মুখ্য কাৰ্যবাহী বিষয়া এল'ন মাস্কক পুনৰ আহ্বান জনাই কয় যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠানটোৱে যদি ভাৰতত তেওঁলোকৰ…
বাণ থিয়েটাৰত সদৌ অসম ভিত্তিত একাংক নাট প্ৰতিযোগিতাৰ আয়োজন
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৬ এপ্ৰিল: তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰে বিগত বছৰৰ দৰে এইবাৰো অহা ২০ জুনৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰিছে সদৌ অসম ভিত্তিত একাংক নাট প্ৰতিযোগিতাৰ । স্মৃতিসভা আৰু বিশেষ…
