Browsing Category

ট্ৰেণ্ডিং

ভাৰতবৰ্ষৰ ইতিহাসত সৰ্ববৃহৎ ইনিচিয়েল পাব্লিক অফাৰ

শতাব্দ বিশেষ প্ৰতিনিধি, ২৭ এপ্ৰিলঃ অৱশেষত দেশৰ বৃহত্তম বীমা প্ৰতিষ্ঠান ভাৰতীয় জীৱন বীমা নিগমৰ শ্বেয়াৰ বিক্ৰীৰ তাৰিখ আনুষ্ঠানিক ভাৱে ঘোষণা কৰা হৈছে। আজি অনুষ্ঠিত হোৱা এখন সংবাদমেলত এই বিষয়ে সবিশেষ তথ্য প্ৰকাশ কৰা হৈছে। অহা ৪ মে'ত ভাৰতীয়…

আং চান চ্যু কিক পাঁচ বছৰৰ কাৰাদণ্ড

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ এপ্ৰিল : ম্যানমাৰৰ প্রাক্তন শাসক আং চান চ্যু কিক দুর্নীতিৰ অভিযোগত আজি ২৭ এপ্ৰিলত পাঁচ বছৰৰ কাৰাদণ্ডৰ নির্দেশ দিছে সেই দেশৰ আদালতে। নোবেলজয়ী ৰাজনীতিকগৰাকীয়ে অৱশ্য তেওঁৰ বিৰুদ্ধে উঠা সমস্ত অভিযোগ অস্বীকাৰ কৰিছে।…

অশ্বিনী বৰুৱালৈ ‘কস্তুৰীৰ শ্ৰেষ্ঠ গল্প সংকলন’ৰ সন্মান, বঁটা প্ৰদান

গুৱাহাটী, ২৭ এপ্ৰিলঃ  গুৱাহাটী প্ৰেছ ক্লাবত কস্তুৰী প্ৰকাশন আৰু দত্ত প্ৰকাশনৰ উদ্যোগত এখনি গ্ৰন্থ উন্মোচনী আৰু সম্বৰ্ধনা সভা অলপতে অনুষ্ঠিত হয় ।  সভাত কস্তুৰী প্ৰকাশন আৰু দত্ত প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত প্ৰয়াত শৰৎ চন্দ্ৰ দত্ত আৰু কবি,…

নীৰৱতা ভাঙক প্ৰধান মন্ত্ৰী মহোদয়ঃ মুকলি চিঠিৰে আহ্বান ১০৮ প্ৰাক্তন শীৰ্ষ আমোলাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ এপ্ৰিল : ঘৃণাৰ ৰাজনীতিক লৈ উদ্বিগ্ন হৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীলৈ চিঠি লিখিলে দেশৰ ১০৮ জন প্রাক্তন আমোলাই। প্রধানমন্ত্রীলৈ লিখা মুকলি চিঠিত প্রাক্তন আমোলাসকলে দিল্লী, অসম, গুজৰাট, হৰিয়ানা, কর্ণাটক, মধ্যপ্রদেশ,…

আপোনাৰ এৰেহাই বচাব পাৰে কোনো ভোকাতুৰক

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ এপ্ৰিল : আজি 'ষ্টপ ফুড ৱেষ্ট ডে'। এই দিৱসৰ লক্ষ্য হ'ল খাদ্য বর্জ্যৰ পৰিসংখ্যা সলনি কৰি পেলোৱা। খাদ্য বর্জ্যৰ পৰিমাণ যাতে কমে, সেই লক্ষ্যৰেই এই বিশেষ দিনটো পালিত হয়। এই দিৱস হ'ল খাদ্য বর্জ্যৰ বিৰুদ্ধে যুদ্ধ দিয়া…

লখিমপুৰৰ ডেৰ শতাধিক মজলীয়া বিদ্যালয়ৰ ড্ৰপ শিক্ষকক মানৱীয়তাৰ খাতিৰত নিযুক্তিৰ আহ্বান

শতাব্দ প্ৰতিনিধি,লখিমপুৰ,২৭ এপ্ৰিল : ৰাজ্যৰ শিক্ষা বিভাগে ১৯৯১ চনত বিদ্যালয় প্ৰাদেশিকীকৰণ কৰিলে যদিও সেই সময়ত নিযুক্তিৰ পৰা বঞ্চিত হোৱা লখিমপুৰৰ ডেৰ শতাধিক শিক্ষক শিক্ষয়িত্ৰীয়ে এতিয়া মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষা মন্ত্ৰী ডাঃ…

শ্ৰীলংকালৈ আৰ্থিক সাহায্য প্ৰদানৰ সিদ্ধান্ত বিশ্ব বেঙ্কৰ

শতাব্দ বিশেষ প্ৰতিনিধি, ২৭ এপ্ৰিলঃ তীব্ৰ অৰ্থনৈতিক বিপৰ্যয়ৰ সন্মুখীন হোৱা দ্বীপৰাষ্ট্ৰ শ্ৰীলংকালৈ আৰ্থিক সাহায্য প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিশ্ব বেঙ্কে। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ পৰা জনোৱা মতে বিশ্ব বেঙ্কে দুটা কিস্তিত মুঠ…

মেঘালয়ত ১২১ কোটি টকাৰ ‘মিছন জিঞ্জাৰ’

শতাব্দ বিশেষ প্ৰতিনিধি, ২৭ এপ্ৰিলঃ হালধিৰ পাছত এইবাৰ মেঘালয় চৰকাৰে আদা খেতিৰ উন্নয়নৰ বাবে গ্ৰহণ কৰিছে 'মিছন জিঞ্জাৰ' নামৰ আন এখন অভিলাসী আঁচনি। উল্লেখযোগ্য যে, মেঘালয়ত কেইবাটাও স্থানীয় জাতৰ আদাৰ খেতি পূৰ্বৰে পৰাই ইয়াৰ অধিবাসীসকলে কৰি…

অসমৰ ইতিহাস -সংস্কৃতি আৰু জাতিগঠন প্ৰক্ৰিয়াৰ এক চমু অৱলোকন

পঙ্কজ বৰুৱা উত্তৰ-পূব ভাৰতৰ চাৰিওফালে পৰ্বত পাহাৰে আগুৰি থকা ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাক লৈ গঠিত ভূখণ্ডই হ’ল অসম । অসমত অতি প্ৰাচীন কালৰে পৰা মানুহৰ বসতি আছিল । এসময়ত এই ভূমিতে গঢ়লৈ উঠিছিল প্ৰাগজ্যোতিষপুৰ বা কামৰূপ ৰাজ্য । বৰ্তমান অসম…

ভাৰতৰ ইউপিআই (UPI) পেমেন্ট পদ্ধতি জনপ্ৰিয় হৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৭ এপ্ৰিল : ২০২০-২১বিত্তীয় বৰ্ষত ভাৰতত ইউপিআই (United Payment Interface-UPI) পেমেন্ট ছিষ্টেমত ১ত্ৰিলিয়ন ডলাৰতকৈ বেছি মুঠ  ৮৩লাখ কোটি টকাৰ লেনদেন সম্পন্ন হৈছে ।  ২০১৮চনত মাত্ৰ  ১.৯লাখ কোটি টকাৰ লেনদেন হোৱাৰ পাছত প্ৰতি…