Browsing Category
ট্ৰেণ্ডিং
দৰঙত কেঞ্চাৰ হাস্পতাল স্থাপনে আশাৰ বতৰা কঢ়িয়ালে বহু সৰ্বস্বান্ত পৰিয়াললৈ
শতাব্দ প্ৰতিনিধি, মঙলদৈ ২৮ এপ্ৰিলঃ ৰাজ্যৰ অন্যান্য প্রান্তৰ লগতে দৰং জিলাতো ভয়াৱহ ৰূপ লৈছে কৰ্কট ৰোগে। এই ৰোগত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি হৈ বৰ্তমান ভয়াৱহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। বিগত দুই তিনি বছৰত জিলাখনত হেজাৰোধিক লোকৰ মৃত্যু…
গুণ্ডৰুক, চিংকি আৰু কিনেমা…
ধ্ৰুৱজ্যোতি শইকীয়া,অসম
"অভাৱেই আৱিস্কাৰৰ মূল", নহ'লে হয়তো কিছুমান বস্তুৰে সৈতে কোনোৱে কোনোকালেই গৱেষণা নকৰিলেহেঁতেন । নহয়নো কি? লাই পাত,সৰিয়হ শাক, মূলা পাত, মূলা আনহে নালাগে ছ'য়া মাহলৈনো কোনে ভাবিলে হয় সংৰক্ষণৰ কথা ? কোনেনো ভাবিব পাৰিছিল…
প্ৰধানমন্ত্ৰী মোদীৰ বছৰৰ প্ৰথমটো বিদেশ ভ্ৰমণ
শতাব্দ বিশেষ প্ৰতিনিধি, ২৮ এপ্ৰিলঃ তিনিদিনীয়া ব্যস্ত ভ্ৰমণসূচী লৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২ মে' তাৰিখে জাৰ্মানী, ডেনমাৰ্ক আৰু ফ্ৰান্সলৈ যাত্ৰা কৰিব। ২০২২ বৰ্ষত প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথম বিদেশ ভ্ৰমণ। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত…
দেশত অভিলেখ পৰিমাণৰ প্ৰত্যক্ষ কৰ সংগ্ৰহ
শতাব্দ বিশেষ প্ৰতিনিধি, ২৮ এপ্ৰিল: ২০২১-২২ বিত্তীয় বৰ্ষত সৰ্বকালৰ অভিলেখ ভঙ্গ কৰি প্ৰথমবাৰৰ বাবে দেশত মুঠ প্ৰত্যক্ষ কৰ ( আয়কৰ আৰু কৰ্প'ৰেট কৰ) সংগৃহীত হৈছে ১৪.০৯ লাখ কোটি টকা। কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদৰ অধ্যক্ষ জে বি মহাপাত্ৰই এক…
‘এক চুটকি’ ধূলিৰ মূল্য ৩ কোটি ৮৩ লাখ !
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ এপ্ৰিল : "এক চুটকি সিন্দূৰ কী কিমত তুম ক্যা জান' ৰমেশ বাবু; ঈশ্বৰ কা আশীৰ্বাদ হ'তা হ্যে এক চুটকি সিন্দূৰ, সুহাগন কে চাৰ কা তাজ..."। মনত আছে নিশ্চয় 'ঔম শান্তি ঔম' কথাছবিত দীপিকা পাডুকনৰ মুখৰ এই বিখ্যাত…
মেঘালয়ৰ ডিজিটেল প্ৰকল্পলৈ ৰাষ্ট্ৰসংঘৰ বঁটা
শতাব্দ বিশেষ প্ৰতিনিধি, ২৮ এপ্ৰিলঃ মেঘালয় চৰকাৰৰ এটা ডিজিটেল প্ৰকল্পই ৰাষ্ট্ৰসংঘৰ এটা সন্মানীয় বঁটাৰ বাবে নিৰ্বাচিত হৈছে। মেঘালয় চৰকাৰৰ পৰিকল্পনা বিভাগৰ তত্বাৱধান আৰু প্ৰচেষ্টাত Meghalaya Enterprise Architecture(MeghEA) প্ৰকল্পৰ অধীনত…
নিকয়া : দীৰ্ঘায়ুৰ ক্ষুদ্ৰ প্ৰদেশ
দাদুল দেৱকৃষ্ণ বৰুৱানিকয়া উপদ্বীপ (Nicoya Peninsula)। স্পেনিচ ভাষাত পেনিনচুলা ডি নিকয়া (Península de Nicoya)। পশ্চিম কোষ্টা ৰিকা (Costa Rica)ৰ প্ৰশান্ত মহাসাগৰীয় উপদ্বীপ। এই উপদ্বীপক দুটা ভাগত ভাগ কৰা হৈছে— উত্তৰত Guanacaste Province…
মঙলদৈত পলিথিনৰ তলত জীৱন কটোৱা বণিয়া দম্পতিলৈ বিভিন্নজনৰ সহায়ৰ হাত
শতাব্দ প্ৰতিনিধি, মঙলদৈ, ২৭ এপ্ৰিল : দৰং জিলাৰ মঙলদৈ নগৰত বৃদ্ধ বয়সত এহাল স্বামী-স্ত্ৰীয়ে অঘৰী জীৱন নিৰ্বাহ কৰি ৰাস্তাই-ঘাটে অবৰ্ণনীয় এক কদৰ্য পৰিবেশত দিন অতিবাহিত কৰা এক হৃদয়স্পৰ্শী ঘটনাই বিবেকবান ৰাইজৰ হৃদয় সেমেকাই তুলিছে । ঘটনাৰ বিষয়ে…
আন্তৰাষ্ট্ৰীয় গ্লোৱেল ডাইমন্ড এৱাৰ্ড প্ৰদান
শতাব্দ প্ৰতিনিধি তেজপুৰ,২৭এপ্ৰিলঃ এন্টি কৰাপশ্বন ফাউন্ডেশ্বন অব ইণ্ডিয়াৰ সভাপতি নৰেন্দ্ৰ আৰোৰাৰ সভাপতিত্বত হাৰিয়ানাৰ কাৰনালৰ ডাঃ মংগল সেন প্ৰেক্ষাগৃহ যোৱা ২৪এপ্ৰিলত দিনযোৰা কাৰ্যসূচীৰে ভাৰতৰ ৫২ গৰাকী লোকক আন্তৰাষ্ট্ৰীয় গ্লোৱেল ডাইমন্ড…
দক্ষিণৰ ছবিৰ দৰেই অসমীয়া ছবি চাবলৈ আহ্বান অভিনেত্ৰী প্ৰস্তুতিৰ
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৭ এপ্ৰিল : দেশৰ বলিউড খ্যাত মুম্বাই মহানগৰীত নিৰ্মাণ হোৱা হিন্দী চলচ্চিত্ৰক চেৰ পেলাই দক্ষিণৰ চলচ্চিত্ৰই বাজীমাৎ কৰাৰ সময়ত অসমীয়া চলচ্চিত্ৰও চোৱাৰ আহ্বানৰে তেজপুৰৰ দুখন মহাবিদ্যালয়ত আজি চলিল এখন নতুন…
