Browsing Category

ট্ৰেণ্ডিং

ভাৰ্চুৱেলি যোৰহাট কৰ্কট কেন্দ্ৰৰ উদ্বোধন

শতাব্দ প্ৰতিনিধি, যোৰহাট, ২৮ এপ্ৰিল : ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি যোৰহাট চিকিৎসা মহাবিদ্যালয় ও চিকিৎসালয় চৌহদত অসম চৰকাৰ আৰু টাটা ন্যাসৰ যৌথ উদ্যোগত নিৰ্মিত যোৰহাট কৰ্কট চিকিৎসালয়খন ডিব্ৰুগড়ৰ কেন্দ্ৰীয় উদ্বোধনী অনুষ্ঠানৰ পৰা…

তেজপুৰ কেঞ্চাৰ কেন্দ্ৰ উদ্বোধন

শতাব্দ জিলা প্ৰতিনিধি তেজপুৰ , ২৮এপ্ৰিলঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডিব্ৰুগড়ৰ পৰা ডিব্ৰুগড় কেঞ্চাৰ চেন্টাৰৰ লগতে তেজপুৰ কেঞ্চাৰ চেন্টাৰ ভাৰ্ছুৱেলী মুকলি কৰাৰ লগে লগে তেজপুৰ কেঞ্চাৰ চেন্টাৰত উপস্থিত থকা ৰাজ্য চৰকাৰৰ জলসিঞ্চন, নগৰ…

দৰং কৰ্কট চিকিৎসালয় ভাৰ্চুৱেলি উদ্বোধন প্ৰধানমন্ত্ৰীৰ

শতাব্দ প্ৰতিনিধি, মংগলদৈ ২৮ এপ্ৰিলঃ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিব্ৰুগড়ৰ পৰা অসমত একেলগে ৭ খন কৰ্কট চিকিৎসালয়ৰ শুভ উদ্বোধন কৰে। ইয়াৰ ভিতৰত মঙ্গলদৈস্থিত দৰঙ কৰ্কট চিকিৎসালয় অন্যতম। প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেলি উদ্বোধন কৰা দৰঙ কৰ্কট…

ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত নলবাৰীৰ জয়শ্ৰী বৰ্মনৰ

শতাব্দ প্ৰতিনিধি, নলবাৰী, ২৮ এপ্ৰিলঃ আটাইতকৈ সৰু শৰাই আৰু জাপি প্ৰস্তুত কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভুক্ত কৰি নলবাৰী জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে জিলাখনৰ এগৰাকী ছাত্ৰীয়ে। নলবাৰী জিলাৰ নপ্তিপাৰাৰ এই ছাত্ৰী গৰাকী হৈছে জয়শ্ৰী…

নৱবৰ্ষ আৰু সংকল্প

ড° বুলজিৎ বুঢ়াগোহাঁই মাননীয় সম্পাদক মহোদয়, "শতাব্দ" বাতৰি কাকতৰ সমূহ কৰ্ম-কৰ্তা আৰু পঢ়ুৱৈলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছো ৷ লগতে আজি (০১।০১।২০২৩) "শতাব্দ" ই এবছৰীয়া হোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছো। আশাকৰো, অসম আৰু অসমীয়াৰ…