Browsing Category
ট্ৰেণ্ডিং
দুই বিশ্বযুদ্ধ আৰু দুই মহামাৰীৰ সাক্ষী ফৰাচী নান
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ এপ্ৰিলঃ এগৰাকী ফৰাচী সন্নাস্যী। নাম ছিষ্টাৰ আন্দ্রে (Sister Andre)। যোৱা ২৫ এপ্ৰিল সোমবাৰে তেওঁ বিশ্বৰ সকলোতকৈ বয়স্ক জীৱিত ব্যক্তিৰ খিতাপ পাইছে। নাম তুলিছে গিনিছ বুক অব ৱর্ল্ড ৰেকর্ডছত। বর্তমান তেওঁৰ বয়স ১১৮…
পৃথিৱীৰ প্রথমগৰাকী নাৰী ব্যৱসায়ীৰ সন্ধানত
দাদুল দেৱকৃষ্ণ বৰুৱাকৰ'না-পৰৱর্তী সময়ত অর্থনৈতিক ক্ষেত্ৰলৈ এক ব্যাপক পৰিৱর্তন আহিছে ব্যৱসায়ৰ ক্ষেত্রত। বিশেষকৈ নাৰীসকলৰ বৃহৎ এটা অংশ ব্যৱসায়ৰ প্ৰতি আগ্রহী হৈ উঠিছে। কিন্তু কেতিয়াৰ পৰা ব্যৱসায় ক্ষেত্ৰলৈ নাৰীৰ আগমন ঘটিছিল? ইতিহাসৰ…
পৃথিৱীৰ ফালে অহা গ্রহাণু ভাঙিব চীনা প্ৰযুক্তিয়ে
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ এপ্ৰিল : এক নতুন প্রযুক্তি লৈ কাম আৰম্ভ কৰিছে চীনৰ মহাকাশ বিজ্ঞানী আৰু গৱেষকে। তেওঁলোকে এনে এক ছফ্টৱেৰ তৈয়াৰ কৰিছে, যাৰ সহায়ত পৃথিৱীৰ ফালে ধীয়াই অহা যিকোনো গ্রহাণুক চিহ্নিত কৰিব পাৰিব। সংবাদ মাধ্যমক এই কথা…
শিক্ষাবিদ-বিশিষ্ট সাহিত্যিক দণ্ডেশ্বৰ শইকীয়াৰ দেহাৱসান
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৮ এপ্ৰিলঃ কেন্দ্ৰীয় চৰকাৰৰ মাধ্যমিক শিক্ষা পৰিষদৰ অৱসৰপ্ৰাপ্ত সঞ্চালক, বিশিষ্ট লেখক, প্ৰকাশক তথা অসমৰ চাহ খেতিৰ ইতিবৃত্তকে ধৰি বাগিছা বিষয়ত বহু উল্লেখযোগ্য গ্ৰন্থৰ প্ৰণেতা দণ্ডেশ্বৰ শইকীয়াৰ আজি বিয়লি…
লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত বহাগী উছৱত তোৰণৰ আধাৰশিলা
লখিমপুৰ, ২৮ এপ্ৰিলঃ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আজি দিনজোৰা কাৰ্যসূচীৰে বহাগী উছৱ অনুষ্ঠিত হৈ যায়। মহাবিদ্যালয়ৰ চুকুলীভৰীয়া চৌহদত সেই উদ্দেশ্যে আজি পুৱা আভ্যন্তৰীণ নিৰাপত্তা আৰু পৰিষ্কৰণ কোষৰ দ্বাৰা আয়োজিত এক চাফাই কাৰ্যসূচী উদ্বোধন কৰে…
ভাৰ্চুৱেল ব্যৱস্থাৰে গোলাঘাটৰ প্ৰস্তাৱিত কৰ্কট কেন্দ্ৰৰ আধাৰশিলা স্থাপন
শতাব্দ প্ৰতিনিধি, গোলাঘাট, ২৮ এপ্ৰিলঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডিব্ৰুগড়ৰ পৰা ভাৰ্চুৱেল ব্যৱস্থাৰে গোলাঘাটৰ প্ৰস্তাৱিত কৰ্কট কেন্দ্ৰটোৰ আধাৰশিলা স্থাপন কৰে । এই উপলক্ষে গোলাঘাটৰ বগৰীজেং পুলিচ প্লে-গ্ৰাউণ্ডত আয়োজিত অনুষ্ঠানত…
মৰ্মন্তুদঃ দেউতাকক লগ পাবলৈ পথ পাৰ হওতেই…
শতাব্দ প্ৰতিনিধি তামুলপুৰ, ২৮ এপ্ৰিলঃ তামুলপুৰ জিলাৰ নাগ্ৰীজুলিৰ টেবিতোলাত আজি আবেলি প্ৰায় ২-০০ বজাত সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত এগৰাকী ৮ বছৰীয়া কন্যা শিশু নিহত হয়। নিহত শিশুটি কমল পৰাজুলি আৰু চৰিতা পৰাজুলিৰ কন্যা প্ৰজ্ঞা পৰাজুলি বুলি…
লখিমপুৰ জিলাত দুই বিদ্যালয় চামিলকৰণ
নাৰায়ণপুৰ, ২৮ এপ্ৰিল: বিদ্যালয় চামিলকৰণ প্ৰক্ৰিয়াৰ অধীনত আজি লখিমপুৰ জিলাৰ তিনটিয়া আঁহতগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত পূৱ বহুপথাৰ প্ৰাথমিক বিদ্যালয়খন চামিল কৰা হয়। অসম চৰকাৰৰ শিক্ষা বিভাগৰ পত্ৰ নং ASE.25/2022/226 অধীনত আজি চামিলকৰণ…
