Browsing Category

ট্ৰেণ্ডিং

ডিজিপি কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ হোৱা যুৱক কেইজনক এৰি দিবলৈ আৰক্ষীক নিৰ্দেশ…

ডিজিপি কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ হোৱা যুৱক কেইজনক এৰি দিবলৈ আৰক্ষীক নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাই। আৰক্ষী কনিষ্টবলৰ পৰীক্ষাৰ ফলাফল প্ৰদানৰ বাবে ডিজিপি কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ…

দেশৰ সীমান্ত সুৰক্ষাত নিয়োজিত অভিলেখ সংখ্যক জোৱানৰ বদান্যতা

শতাব্দ প্ৰতিনিধি, লখিমপুৰ,২৫ এপ্ৰিল: ৰক্ত দান মহান দান। এই কথাকে সাৰোগত কৰি দেওবাৰে কিমিনত দেশ মাতৃৰ সেৱাত নিয়োজিত অভিলেখ সংখ্যক জোৱানে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ ৰক্ত দান কৰি বদান্যতাৰ পৰিচয় দঙি ধৰে। কিমিনৰ আই টি বি পি ত নিয়োজিত ১৯২…

সামৰিক ব্যয়ৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ ভিতৰত তৃতীয় বৃহৎ দেশ

শতাব্দ বিশেষ প্ৰতিনিধি, ২৫ এপ্ৰিলঃ ষ্টকহ'ম ইণ্টাৰনেশ্যনেল পীচ ৰিছাৰ্চ ইন্সটিটিউটে আজি প্ৰকাশ কৰা এখন প্ৰতিবেদনত উল্লেখ কৰা মতে, ২০২১ চনৰ বৰ্ষটোত বিশ্বৰ দেশসমূহে ২,১১৩ বিলিয়ন আমেৰিকান ডলাৰ সামৰিক সাজ-সজ্জাত ব্যয় কৰিছে। যোৱা বছৰটোতকৈ ইয়াৰ…

কলকাতাত অসমৰ শিশুলৈ সাহিত্য সন্মান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৫ এপ্ৰিলঃ এছিয়ান প্ৰেছ বুকছৰ দ্বাৰা যোৱা ২৪ এপ্ৰিলত কলকাতাৰ ৰবীন্দ্ৰ তীৰ্থত আয়োজিত এক বৰ্ণিল অনুষ্ঠানত অসম সন্তান উদীয়মান শিশু সাহিত্যিক শ্ৰীহান সমহিত গগৈক তেওঁৰ গল্পৰ পুথি দ্য্ ৰবড গাৰ্ডেনৰ বাবে (The Robbed Garden)…

সকলোৰে বাবে পেঞ্চন সুবিধা কেন্দ্ৰীয় চৰকাৰৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৫ এপ্ৰিলঃ কেন্দ্ৰীয় চৰকাৰে দেশৰ সকলো শ্ৰেণীৰ নাগৰিকৰ বাবে কেইবাখনো বিশেষ আঁচনি প্ৰচলন কৰি আহিছে। আজি এনে এখন আঁচনিৰ কথা আপোনাক জনাব খুজিছো যি আপোনাৰ বাবে লৈ আহিব প্ৰতিমাহে ৫০০০ হেজাৰকৈ টকা। আটাইতকৈ উল্লেখনীয় কথাটো…

ক’ভিড-১৯ ৰ সংক্ৰমণ বৃদ্ধিত উদ্বিগ্ন কেন্দ্ৰ

শতাব্দ বিশেষ প্ৰতিনিধি, ২৫ এপ্ৰিলঃ দেশখনৰ বিভিন্ন ৰাজ্যত ক'ভিড-১৯ৰ সংক্ৰমণ পুনৰ বৃদ্ধি পোৱাত কেন্দ্ৰীয় চৰকাৰ চিন্তিত হৈ পৰিছে। সোমবাৰৰ পুৱা ৮ বজাৰ তথ্য অনুযায়ী ভাৰতত নতুনকৈ ২,৫৪১ জন লোক ক'ভিডত আক্ৰান্ত হৈছে। ২৪ ঘণ্টাত মৃত্যু হৈছে ৩০ জন…

মেঘালয়ত পৰ্যটকৰ বাবে শীঘ্ৰেই বৈধ হ’ব জুৱাখেল

শতাব্দ বিশেষ প্ৰতিনিধি, ২৫ এপ্ৰিলঃ জুৱাখেলক আইনগত ভাৱে বৈধ ৰূপ দিবলৈ এইবাৰ সিদ্ধান্ত লৈছে মেঘালয় চৰকাৰে। ৰাজ্যখনৰ কৰ বিভাগৰ মন্ত্ৰী জেমছ পি কে চাংমাই এই কথা ঘোষণা কৰি কৈছে যে, প্ৰধানকৈ ৰাজহ সংগ্ৰহৰ উদ্দেশ্যে পৰ্যটক সকলৰ বাবে মেঘালয়ত…

অকিনাৱা : দীৰ্ঘায়ুৰ ৰহস্যময় দ্বীপ!

দাদুল দেৱকৃষ্ণ বৰুৱা অকিনাৱা (Okinawa)। জাপানৰ পঞ্চম বৃহত্তম দ্বীপভূমি। আয়তনত সৰু। জনসংখ্যাও কম। কিন্তু প্রশান্ত মহাসাগাৰীয় এই দ্বীপভূমিতেই আছে মানুহৰ দীর্ঘ জীৱনৰ ৰহস্য। ইয়াতেই আছে পৃথিৱীৰ ভিতৰত সকলোতকৈ বেছি শতায়ুপ্ৰাপ্ত লোক। প্রতি ১…

সুখৰ সংজ্ঞা আৰু সুখ লাভৰ উপায়

বিজয় বৰি সুখ সুখ বুলি মানুহ বলিয়া নেদেখে সুখৰ মুখ সুখ বিচাৰোঁতে পায় সংসাৰত দুখৰ উপৰি দুখ। প্ৰতি গৰাকী মানুহেই জীৱনকালত সুখৰ সন্ধানত হাবাথুৰি খোৱা দেখা যায়। কিন্তু মানুহে বিচৰা এই সুখ সকলোৱে পাবলৈ সক্ষম হয়নে? কোৱা হয় সুখী হ’ব নজনাৰ…

খাৰুৱা তেলৰ আন্তৰ্জাতিক মূল্য অভাৱনীয় হাৰত বৃদ্ধি

শতাব্দ বিশেষ প্ৰতিনিধি, ২৪ এপ্ৰিলঃ পেট্ৰোলিয়াম জাত সামগ্ৰীৰ ব্যৱহাৰ আৰু আমদানিৰ ক্ষেত্ৰত বিশ্বৰ তৃতীয় বৃহৎ দেশ ভাৰতবৰ্ষই যোৱাটো বিত্তীয় বৰ্ষ( এপ্ৰিল, ২০২১ - মাৰ্চ, ২০২২)ত খাৰুৱা তেল আমদানিৰ বাবে ১১৯.২ বিলিয়ন আমেৰিকান ডলাৰ ব্যয় কৰিছে।…