Browsing Category
ট্ৰেণ্ডিং
আপ-এ খোপনি পুতিল গুৱাহাটীত
গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত আম আদমী পাৰ্টীয়ে ৬০ খন আসনৰ ভিতৰত ৩৮ খনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। ঘোষিত ফলাফলত আপ-এ এখন আসন লাভ কৰাৰ লগতে ২৪ খন আসনত দ্বিতীয় স্থানত থাকে। নিৰ্বাচনটোত আপ এ সামগ্ৰিকভাবে ১৫ শতাংশ ভোট লাভ কৰে।
তেজপুৰত বিশ্ব ধৰিত্ৰী দিৱস উদযাপন
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৪এপ্ৰিল: ৰাজ্য তথা উত্তৰ পূৰ্বাঞ্চলৰ অগ্রণী মানসিক স্বাস্থ্য চিকিৎসা প্ৰতিষ্ঠান তেজপুৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত বিস্তৃত কার্যক্রমণিকাৰে উদযাপিত কৰা হয় বিশ্ব ধৰিত্ৰী দিৱস ।…
সীমিত সংখ্যক কৰ্মচাৰীৰে চলি আছে এপেক্স বেংক
শতাব্দ প্ৰতিনিধি তেজপুৰ ২৪ এপ্ৰিল: সীমিত সংখ্যক কৰ্মচাৰীৰ দ্বাৰা চলায় অহা এপেক্স বেংকত কৰ্মচাৰীৰ সংখ্যা বৃদ্ধি অবিহনে বেংক পৰিচালনা কৰা অসম্ভৱ। যথেষ্ট কষ্টৰে গ্ৰাহকক সেৱা আগবঢ়াই অহাৰ লগতে গ্ৰাহকসকলে যথেষ্ট সহযোগিতা আগবঢ়াই অহাৰ বাবে বেংক…
তেজপুৰত বিষুৱা উৎসৱ: স্মৃতি গ্ৰন্থ উন্মোচন
শতাব্দ প্ৰতিনিধি তেজপুৰ,২৪এপ্ৰিল: “এখন স্মৃতিগ্ৰন্থ পৰৱৰ্তী সময়ত এক ঐতিহাসিক সমল হৈ পৰে । অসমীয়া এক সংমিশ্ৰিত জাতি । অষ্ট্ৰিক,মংগোলীয় তথা আৰ্যসকল বিভিন্ন দিশৰ পৰা এসময়ত অসমলৈ আহিছিল । ইয়ালৈ এনেদৰেই বিভিন্ন সংস্কৃতিৰো আগমন ঘটিছিল । এই সকলো…
উত্তৰ মাৰ্ঘেৰিটা লেখিকা সংস্থাৰ তৃতীয় বাৰ্ষিক অধিবেশন সম্পন্ন
শতাব্দ প্রতিবেদক, মাৰ্ঘেৰিটা , ২৪ এপ্রিলঃ আজি দিনজোৰা কাৰ্যসূচীৰে উত্তৰ মাৰ্ঘেৰিটা লেখিকা সংস্থাৰ তৃতীয় বাৰ্ষিক অধিবেশনখন মাৰ্ঘেৰিটা উন্নয়ন খণ্ড সভাগৃহত অনুষ্ঠিত হয়। সংস্থাৰ সভানেত্রী টুনু গগৈ শইকীয়াৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত উদেশ্য…
বৈচিত্ৰ্যময় অসমৰ পাতত নাই চ্যুকাফাৰ নাম
শতাব্দ প্ৰতিনিধি, শিৱসাগৰ, ২৪ এপ্ৰিলঃ বৰ অসমৰ ভেটি গঢ়োতা স্বৰ্গদেউ চ্যাউলুং চ্যুকাফাৰ নাম ৰাজ্যৰ শিক্ষা বিভাগে প্ৰস্তুত কৰা বৈচিত্ৰ্যময় অসম নামৰ পুথিখনৰ এটা পৃষ্ঠাত অতি ৰহস্যজনক ভাৱে সৰ্ব প্ৰথমে উল্লেখ কৰাৰ পৰিৱৰ্তে বাদ দিয়াৰ ঘটনাই কালি…
ই-শ্রম কার্ড থাকিলে এতিয়াৰ পৰা লাভ কৰিব এহেজাৰ টকা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৪ এপ্ৰিলঃ কেন্দ্রীয় চৰকাৰৰ তৰফৰ পৰা দৰিদ্ৰ আৰু খাটি খোৱা মানুহৰ বাবে বিভিন্ন উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰিছে।তেনে এক প্ৰকল্প হ'ল ই-শ্রম কার্ড প্রকল্প। যিসকলে এই প্ৰকল্পত আবেদন কৰিছিল তেওঁলোকক প্ৰতিমাহে…
সোণাক্ষী সিনহাই হেৰুৱাব পিতৃৰ উত্তৰাধিকাৰ
বলিউডৰ মোহময়ী অভিনেত্রী সোনাক্ষী সিনহাৰ নাম জনপ্ৰিয়তাৰ তালিকাত হয়তো সদায়ে আছে আৰু থাকিব।সোনাক্ষীৰ দৰে ভাৰ্চেটাইল অভিনেত্রী বলিউড জগতত খুব কমই পোৱা যায়। কেৱল অভিনয় দক্ষতাৰপৰাই নহয় , নিজৰ ৰূপ লাৱণ্যৰ কৰিশ্মাৰেও দৰ্শকক মুগ্ধ কৰিব পৰাৰ…
বিশ্বনাথত বিজ্ঞান আৰু গণিতৰ প্ৰোৎসাহন কাৰ্যসূচীৰ শুভ উদ্বোধন
শতাব্দ প্ৰতিনিধি, বিশ্বনাথ ২৪ এপ্ৰিলঃ বিশ্বনাথ চাৰিআলিৰ হাটখোলাস্থিত আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষাকেন্দ্ৰত 'বিজ্ঞান আৰু গণিতৰ ব্যৱহাৰিক শিক্ষাৰ প্ৰোৎসাহন কাৰ্যসূচী'ৰ আজি শুভ-উদ্বোধন কৰে বিশিষ্ট বিজ্ঞান লেখক ক্ষীৰধৰ বৰুৱাই। পোনপ্ৰথমে…
সোমবাৰৰ পৰা দিল্লীত ‘ৰাইছিনা ডাইলগ’
শতাব্দ বিশেষ প্ৰতিনিধি, ২৪ এপ্ৰিলঃ সোমবাৰৰ পৰা নতুন দিল্লীত আৰম্ভ হ'ব সপ্তম 'ৰাইছিনা ডাইলগ'। ২০১৬ চনৰে পৰা প্ৰতি বছৰেই নতুন দিল্লীত অনুষ্ঠিত হৈ অহা এই সন্মিলনখন আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এখন অতি গুৰুত্বপূৰ্ণ বৈঠক। ভূ-ৰাজনৈতিক আৰু…
