Browsing Category
ট্ৰেণ্ডিং
অসমৰ কৃষকৰ খেতি পৰিদৰ্শন টাইৱানৰ কৃষি বিজ্ঞানীৰ
ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ এপ্ৰিলঃ দেশ তথা ৰাজ্যৰ ২০১৮ চনৰ শ্ৰেষ্ঠ কৃষক বঁটাৰে সন্মানিত মৰিগাঁও জিলাৰ দুৱনি পদুম পুখুৰীৰ সোণাৰাম বনিয়াৰ কৃষি ফাৰ্মত উপস্থিত হল টাইৱানৰ পৰা অহা World Vegetable Cantarৰ কৃষি বিজ্ঞানী Dr Paola Sotelo Cardona…
ভাষা প্ৰেম, জাতি প্ৰেম: অসম আৰু ছিক্কিম
ধ্ৰুৱজ্যোতি শইকীয়া, অসম
কিছুদিন জীৱনে বিশ্ৰাম ললে । আচলতে বিশ্ৰাম জীৱনৰ এক প্ৰয়োজনো, যিমানে ব্যস্ততা নথাকক কিয়, জীৱনক সেউজীয়া কৰি ধৰি ৰাখিবলৈয়ে সাৰ পানী ৰূপত বিশ্ৰামৰ আৱশ্যক হৈ পৰে । মোৰ বেলা বিশ্ৰাম যেনিবা প্ৰেস্ক্ৰাইবড্ ৰূপত আহিল ।…
ৰমজানৰ ৰোজাঃ চিন্তন-মনন আৰু বিজ্ঞান
মুক্তাৰ আলীসমগ্ৰ বিশ্বতে ইছলাম ধৰ্মাৱলম্বী লোকসকলে পবিত্ৰ ৰমজান উপলক্ষে ৰোজা পালন কৰি আছে। ৰোজা হল একপ্ৰকাৰ কঠোৰ ব্ৰত। সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তৰলৈ খাদ্য,পানী আদি একোৱেই গ্ৰহণ নকৰাকৈ থকাৰ নামেই ৰোজা। ৰোজা ভোকৰ তাড়ণা নুবুজা…
ইকাৰিয়া : মৃত্যু য’ত থমকি ৰয় !
দাদুল দেৱকৃষ্ণ বৰুৱাপৃথিৱীত এনে পাঁচটা অঞ্চল বা এলেকা আছে য'ত গড় আয়ুসতকৈ বেছিদিন বাচি থকা মানুহৰ সংখ্যা তুলনামূলকভাৱে আন ঠাইতকৈ বহু বেছি। Gianni Pes আৰু Michel Poulain-এ এনেধৰণৰ পাঁচটা নীল মণ্ডল বা Blue zones বিচাৰি…
বাণ থিয়েটাৰত শিল্পীৰ স্মৃতি সম্বলিত গ্ৰন্থ ‘মোৰ গান মোৰ প্ৰাণ’ উন্মোচন
’
এতিয়া গানতকৈ বাজানা বেছি, একাংশ গীতৰ কথাও তৰল- কীৰ্তিকমল ভূঞা
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৩ এপ্ৰিলঃ এগৰাকী কণ্ঠশিল্পীৰ জীৱনৰ বহু তিতা-মিঠা স্মৃতি আৰু জীৱনযোৰা সংগীত সাধনাৰ অপ্ৰকাশিত তথ্যৰে অসমীয়া আধুুনিক সংগীতৰ নিৰৱ সাধক দুগাৰ্ময়ী বৰাই…
ধাৰাবাহিক বৰষুণত বিধ্বস্ত ঐতিহাসিক দুৱৰণী আলি
শতাব্দ প্ৰতিনিধি, শিৱসাগৰ, ২৩ এপ্রিলঃ শিৱসাগৰ চহৰৰ সমীপৰ ঐতিহাসিক দূবৰণি আলিৰ মধ্যভাগ অর্থাৎ আমগুৰি গাঁৱৰ অংশটো ধাৰাবাহিক বৰষুণৰ ফলত সম্পূৰ্ণৰূপে বিধ্বস্ত ৰূপ লােৱাত হাজাৰ হাজাৰ পথচাৰীয়ে দুর্ভোগ ভুগিব লগাত পৰিছে। ধাৰাবাহিক বৰষুণত পথটো…
মাৰ্ঘেৰিটাৰ কেতেটঙত সামূহিক উৎসৱ ২০২২ উদৰ্যাপন
শতাব্দ প্রতিবেদক, মাৰ্ঘেৰিটা ,২৩ এপ্রিলঃ সমগ্ৰ অসমতে প্ৰতিবছৰে সৰ্ব শিক্ষা অভিযান মিছনে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ মাজত অনুষ্ঠিত কৰি আহিছে এক সামূহিক উৎসৱ। স্থানীয় লোকসকলক যাতে বিদ্যালয়ৰ লগত জড়িত কৰাব পাৰি এই উদ্দেশ্যে আগত ৰাখিয়েই এই উৎসৱ…
চাহ জনজাতিৰ ভুৱা প্ৰমাণ পত্ৰধাৰীক সকীয়নি
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৩ এপ্ৰিলঃ চাহ জনগোষ্ঠীৰ ভুৱা প্ৰমাণপত্ৰৰে সংৰক্ষিত পদত অধিষ্ঠিত হোৱা লোকসকলক তীব্ৰ সকীয়নি প্ৰদান কৰিছে চাহ জনজাতি জাতীয় সন্মিলনীৰ লখিমপুৰ জিলা সমিতিয়ে । আজি এক বিবৃতিৰ জৰিয়তে এই কথা সকীয়াই দিছে সভাপতি সঞ্জিত…
নলিনী বৰুৱাৰ কৰ্মৰাজিকলৈ নিৰ্মিত তথ্যচিত্ৰ প্ৰদৰ্শন
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৩ এপ্ৰিলঃ নিয়মীয়াকৈ খোজকঢ়া আৰু পৰিমিত খাদ্য গ্ৰহণ কৰাৰ ফলতেই ৯২ বছৰ বয়সতো তেজপুৰৰ দুৰন্ত তৰুণগৰাকীয়ে আজিও নিজেই গাড়ী চলাই অহাযোৱা কৰে আৰু আজিও কান্ধত কেমেৰাটো ওলমাই এখন ভাল আলোকচিত্ৰ গ্ৰহণৰ বাবে অনাই বনাই ঘুৰি…
গোলাঘাটত বিশ্ব গ্ৰন্থ দিৱস উদযাপন
শতাব্দ প্ৰতিনিধি, গোলাঘাট, ২৩ এপ্ৰিলঃ গোলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত আৰু গোলাঘাট জাতীয় বিদ্যালয়ৰ সহযোগত আজি বিশ্ব গ্ৰন্থ দিৱস উদযাপন কৰা হয়। এই উপলক্ষে গোলাঘাট জাতীয় বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত গোলাঘাট নগৰৰ বিভিন্ন…
