Browsing Category

ট্ৰেণ্ডিং

তেজপুৰৰ ৰেষ্টুৰেণ্টৰ লিফ্টত শিশু-মহিলাক আৱদ্ধ কৰি মানসিক নিৰ্যাতন

শতাব্দ জিলা প্ৰতিনিধি তেজপুৰ,২৩এপ্ৰিল: আহাৰ গ্ৰহণ কৰিবলৈ অহা মহিলা-শিশুৱে অসুৰক্ষিত অনুভৱ কৰাৰ বিপৰীতে এই ক্ষেত্ৰত তেজপুৰৰ একাংশ ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষই সামান্যতম গুৰুত্ব নিদিয়ে । এই সন্দৰ্ভত ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰা সত্বেও আৰক্ষীয়ে…

ভাৰতবৰ্ষ অজেয় আৰু ভাৰতীয় সেনা অজেয় : ৰাজনাথ সিং

কলাক্ষেত্রত ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ বীৰ যোদ্ধাসকলক সন্মানিত কৰাৰ বাবে অসম চৰকাৰে আয়োজন কৰা বিশেষ অনুষ্ঠানত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্রী। ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত সাহসিকতা তথা আত্মবলিদানৰ উৎকৃষ্ট নিদৰ্শন দেখুওৱা…

নিশা নলবাৰীৰ মাজেৰে পাৰ হৈ গ’ল প্ৰচণ্ড ধুমুহা

শতাব্দ প্ৰতিনিধি, নলবাৰী, ২৩ এপ্ৰিলঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰীতো যোৱা নিশা অহা প্ৰচণ্ড ধুমুহাই জিলাখনৰ বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতিসাধন কৰে। যোৱা নিশা বাৰমান বজাত অহা এজাক প্ৰচণ্ড ধুমুহাই জিলাখনৰ বিশেষকৈ বালিকৰিয়া, চামতা, সাহপুৰ,…

ছাত্ৰীক সমৰ কলাৰে আত্মৰক্ষাৰ প্ৰশিক্ষণ লখিমপুৰ ডায়েটৰ

লখিমপুৰ, ২৩ এপ্ৰিলঃ  লখিমপুৰৰ আজাদস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত (ডায়েট) দুদিনীয়া কাৰ্যসূচীৰে প্ৰতিষ্ঠানখনৰ নাতিদূৰৰ গড়েহগা বাঁহপাতি উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু শ্ৰীমন্ত শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ পৰা দশমমান…

বিজ্ঞানীৰ নজৰত পৃথিৱীৰ এটা বিশেষ ‘ফুটা’

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ এপ্ৰিলঃ  পৃথিৱী কিদৰে সৃষ্টি হৈছিল সেই ৰহস্যৰ জঁট খুলিবলৈ আৰম্ভ কৰিছে বিজ্ঞানীয়ে। বিশ্বৰ মূল অংশত এটা ‘ফুটা’ পোৱা গৈছে, যিটোৱে ভবাই তুলিছে বিজ্ঞানীসকলক। কাৰণ সেই ঠাইৰ পৰা বাহিৰ হৈছে হিলিয়াম-৩। কোটি কোটি বছৰ আগেয়েই…

বিশ্ব গ্ৰন্থ দিৱস ( ২৩ এপ্ৰিল)

মুক্তাৰ আলী আজি বিশ্ব গ্ৰন্থ দিৱস। বিশ্ব গ্ৰন্থ দিৱসৰ ধাৰণাটো পোনতে স্পেইন লেখক ভিচেন্ত ক্লাভেল আন্দ্ৰেছ'ৰ মনলৈ আহিছিল। ১৬১৬ চনৰ ২৩ এপ্ৰিলত মৃত্যু হৈছিল স্পেইনৰ এজন বিখ্যাত লেখক মিগেল দে থের্ভান্তেচ। আন্দ্রেছ আছিল তেওঁৰ অন্ধ ভক্ত। নিজৰ…

মহাকাশৰ ‘মালিক’ !

দাদুল দেৱকৃষ্ণ বৰুৱাস্থল, জল আৰু আকাশত হোৱা নানা ধৰণৰ যুদ্ধ সম্পর্কে জানিলেও মহাকাশযুদ্ধ এতিয়াও ছায়েন্স ফিক্সন চলচ্চিত্র আৰু কিতাপৰ পাততহে দেখা যায়। ৰামায়ণ বৰ্ণিত মেঘনাদৰ যুদ্ধ কৌশলকো আকাশী যুদ্ধৰ শাৰীতহে ৰাখিব পাৰি। অৰ্থাৎ…

নিটি আয়োগৰ উপাধ্যক্ষ পদৰ পৰা ৰাজীৱ কুমাৰে পদত্যাগ কৰাৰ পাছত খ্যাতনামা অৰ্থনীতিবিদ সুমন বেৰী

শতাব্দ বিশেষ প্ৰতিনিধি, ২৩ এপ্ৰিলঃ ভাৰতবৰ্ষৰ অৰ্থনৈতিক ৰূপৰেখা প্ৰস্তুতকৰ্তা শীৰ্ষ সংস্থা নিটি আয়োগৰ উপাধ্যক্ষ পদৰ পৰা ৰাজীৱ কুমাৰে পদত্যাগ কৰাৰ পাছত খ্যাতনামা অৰ্থনীতিবিদ সুমন বেৰীক এই পদত স্থলাভিষিক্ত কৰা হৈছে।

আন্তৰাষ্ট্ৰীয় সাহায্যৰ আশাত শ্ৰীলংকাৰ বিত্ত মন্ত্ৰী আলি চাব্ৰিৰ চফৰ

শতাব্দ বিশেষ প্ৰতিনিধি, ২৩ এপ্ৰিলঃ আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণৰত শ্ৰীলংকাৰ বিত্ত মন্ত্ৰী আলি চাব্ৰিয়ে আশা প্ৰকাশ কৰিছে যে অহা চাৰি মাহৰ ভিতৰত দেশখনে বিশ্ব বেংকৰ পৰা ৩০০ ৰ পৰা ৬০০ নিযুত ডলাৰৰ ধন সাহায্য হিচাপে লাভ কৰিব। ঔষধকে ধৰি অন্যান্য…

পাকিস্তানৰ পৰা লাভ কৰা শিক্ষাগত অৰ্হতা ভাৰতত কোনো মূল্য নাই !

শতাব্দ বিশেষ প্ৰতিনিধি, ২৩ এপ্ৰিলঃ ভাৰতৰ শিক্ষা ক্ষেত্ৰৰ শীৰ্ষ দুটা সংস্থা বিশ্ববিদ্যালয় অনুদান আয়োগ আৰু অল ইণ্ডিয়া কাউন্সিল অৱ টেকনিকেল এডুকেশ্বনে যুটীয়া এক বিবৃতিত প্ৰকাশ কৰিছে যে পাকিস্তানৰ কোনো উচ্চ শিক্ষানুস্থানৰ পৰা আহৰণ কৰা…