Browsing Category
ট্ৰেণ্ডিং
চীন, পাকিস্তান আৰু ম্যানমাৰ সীমান্তত ৬৪ টা পথ আৰু ১০৩ খন দলং নিৰ্মাণ কৰিব
শতাব্দ বিশেষ প্ৰতিনিধি, ২৩ এপ্ৰিলঃ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পথ যোগাযোগ উন্নত কৰিবৰ বাবে ভাৰত চৰকাৰে ৩১,০০০ কোটি টকা বিনিয়োগ কৰিব। India@75 Strategic Roads Package নামৰ প্ৰকল্পৰ অধীনত চৰকাৰে চীন, পাকিস্তান আৰু ম্যানমাৰ সীমান্তত ৬৪ টা পথ আৰু…
চাইবাৰ অপৰাধৰ বলি হ’লে ডায়েল কৰক ১৯৩০
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২২ এপ্ৰিল :চাইবাৰ অপৰাধৰ বলি হ’লে ডায়েল কৰক ১৯৩০এ টি এম অথবা বেংকৰ পৰা ধনৰ হৰলুকিৰ দৰে ঘটনা সংঘটিত হ’লে অথবা আন চাইবাৰ অপৰাধৰ কবলত পৰিলে ২৪ ঘণ্টাৰ ভিতৰত ১৯৩০ নম্বৰত অভিযোগ দাখিল কৰিবলৈ…
শিৱসাগৰ অ এন জি চি অসম সম্পদ বসন্ত উৎসৱৰ শোভাযাত্ৰাৰ দৃশ্য
শিৱসাগৰ অ এন জি চি অসম সম্পদ বসন্ত উৎসৱৰ শোভাযাত্ৰাৰ দৃশ্য
পৰম্পৰাগত খেল ধেমালিৰে উখল মাখল লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু
লখিমপুৰ, ২২ এপ্ৰিল: জাতি-ধৰ্ম-বৰ্ণ-নিৰ্বিশেষে লখিমপুৰবাসীৰ সহযোগিতাৰে উদ্যাপন কৰা ৬৪ সংখ্যক লখিমপুৰ কেন্দ্রীয় ৰঙালী বিহু সন্মিলনৰ আজি দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী কুইজ প্ৰতিযোগিতাৰে আৰম্ভ হয়। সাহিত্য উপ সমিতিৰ প্ৰধান সম্পাদক পংকজ…
ৰাজ্যত প্ৰথমবাৰৰ বাবে কৃষকে মৎস্য-পশুপালন- দুগ্ধ উৎপাদনৰ বাবে লাভ কৰিব কে চি চি ঋণ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২২ এপ্ৰিলঃ চৰকাৰে কে চি চি ঋণ পাব লগা হিতাধিকাৰীসকলক সহজে কিষাণ ক্ৰেডিট কাৰ্ড প্ৰদানেৰে কে চি চি ঋণ প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰিছে। কৃষকসকলে ইয়াৰ বাবে এখন প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব আৰু সময়ত কে চি চি ঋণ প্ৰদানৰ…
শংকৰদেৱৰ মেনেজমেন্ট বিষয়ৰ প্ৰথম গৱেষক ড° সমুদ্ৰগুপ্ত কাশ্যপক বটদ্ৰৱা থানত সম্বৰ্ধনা
শংকৰদেৱৰ মেনেজমেন্ট বিষয়ৰ প্ৰথম গৱেষণা কৰা ড° সমুদ্ৰগুপ্ত কাশ্যপক বটদ্ৰৱা থানত সম্বৰ্ধনা। সম্বৰ্ধনা গ্ৰহণ কৰি ড৹ কাশ্যপ কয়- অসমৰ যুগপুৰুষ শঙ্কৰদেৱৰ নেতৃত্ব আৰু সামাজিক উদ্ভাৱনসমূহৰ অধিক চৰ্চাৰ প্ৰয়োজন আছে।
যোৰহাটৰ পদুমনিত ধৰিত্ৰী দিৱস পালন
শতাব্দ প্ৰতিনিধি, যোৰহাট ,২২মাৰ্চ : পূব যোৰহাটৰ চটাইস্থিত বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ উদ্যোগত আৰু বেচৰকাৰী সংস্থা দোকমোকালিৰ সহযোগত আজি দিনজোৰা কাৰ্যসূচীৰে ধৰিত্ৰী দিৱস পালন কৰা হয়।পদুমনি মাজগাৱৰ নামঘৰৰ প্ৰাংগনত অনুষ্ঠিত সভাখনত বৰ্ষাৰণ্য…
মাজুলীৰ সত্ৰানুষ্ঠানত সমীৰ ৰয়ৰ অৰ্কিড ৰোপন
শতাব্দ প্ৰতিনিধি, যোৰহাট, ২২ এপ্ৰিল : আজি বিশ্ব ধৰিত্ৰী দিৱস। এই ধৰিত্ৰী দিৱসৰ লগত সংগতি ৰাখি যোৰহাটৰ স্বেচ্ছাসেৱী অনুষ্ঠান দা ইভেণ্টৰ উদ্যোগত পৰিৱেশকৰ্মী সমীৰ ৰয়ৰ একক প্ৰচেষ্টাত মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰ আৰু আউনিআটী সত্ৰৰ বাকৰিত থকা…
চৰাইদেউ জিলাত ক্রেতা আৰু বিক্রেতাৰ মিলন সমাৰোহ অনুষ্ঠিত
চৰাইদেউ, ২২ এপ্ৰিল: চৰাইদেউ জিলাৰ কৃষি বিভাগ তথা অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰ (APART) -ৰ অধীনত আত্মা (ATMA), চৰাইদেউৰ উদ্যোগত আজি সোণাৰি আঞ্চলিক পঞ্চায়তৰ বহুমুখী ভৱনত এখনি ক্রেতা আৰু বিক্রেতাৰ মিলন সমাৰোহ, ২০২১-২২ অনুষ্ঠিত কৰা হয়।…
নতুন প্ৰযুক্তিৰ যন্ত্ৰ পিগীফ্লাক্স উদ্ভাৱন
শতাব্দ প্ৰতিনিধি, যোৰহাট, ২২ এপ্ৰিল : অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ থলুৱা গাহৰি পালকৰ বাবে অধিক লাভজনক হোৱাৰ দিশৰ প্ৰত্যাহ্বান সমুহ নাইকীয়া কৰি থলুৱা গাহৰি পালকসকলৰ বাবে আশাৰ বতৰা কঢ়িয়াইছে অসম কৃষি বিশ্ববিদ্যালয়ে। গাহৰি পালকসকলক সকাহ দিবলৈ…
