Browsing Category

ট্ৰেণ্ডিং

ঢোল বজাই নাচি বাগি বিহু মাৰিলে অৰুণাচলৰ মুখ্যমন্ত্ৰীয়ে

চিজুছা :২২এপ্ৰিল: অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ বিহু নৃত্যই কালি আপ্লুত কৰিলে অসমীয়া ৰাইজক। অৰুণাচলত কৰ্মৰত অসমৰ লোকসকলে যোৱা নিশা ইটানগৰস্থিত মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ চৰকাৰী বাসভৱনলৈ গৈছিল হুঁচৰি গাবলৈ । হুঁচৰি গাবলৈ যোৱা…

নতুন ধৰণৰ বৰফৰ সম্ভেদ লাভ বিজ্ঞানীৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ এপ্ৰিলঃ উচ্চ চাপৰ মাধ্যমেৰে পানীৰ বিভিন্ন উপকৰণ পৰ্যালোচনা কৰি নতুন ধৰণৰ যিবিধ বৰফৰ সম্ভেদ বিজ্ঞানীয়ে লাভ কৰিছে,সেইবিধ বৰফ পৃথিৱীত থকাৰ সম্ভাৱনাই নাই ! আৱিষ্কাৰ কৰা হৈছে dubbed Ice-VIIt নামৰ বৰফৰ নতুন ৰূপ। নতুন…

আজি ৫২ সংখ্যক আন্তৰ্জাতিক ধৰিত্ৰী দিৱস

শতাব্দ বিশেষ প্ৰতিনিধি, ২২ এপ্ৰিলঃ  আজি ২২ এপ্ৰিল। সমগ্ৰ বিশ্বতে আজি উদযাপন কৰা হৈছে ৫২ তম আন্তৰ্জাতিক ধৰিত্ৰী দিৱস। মাতৃস্বৰূপা আমাৰ একমাত্ৰ ধৰাখনে সন্মুখীন হৈ অহা পাৰিপাৰ্শ্বিক সমস্যা সমূ্হৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰা আৰু ইয়াৰ সমাধানৰ বাবে…

খিলঞ্জীয়া মুছলমানৰ আৰ্থ-সামাজিক উত্তৰণ

কেইবাটাও বিষয় সামৰি গঠন কৰা উপ সমিতিসমূহে আজি জনতা ভৱনত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক দাখিল কৰে প্ৰতিবেদন। জনসংখ্যা নিয়ন্ত্ৰণ, শৈক্ষিক বিকাশ, স্বাস্থ্য, মহিলা সবলীকৰণ, দক্ষতা বৃদ্ধি আদি বিষয়ত প্ৰস্তুত কৰা হৈছে প্ৰতিবেদন। শতাব্দ…

দেশৰ শ্ৰেষ্ঠ তিনি জিলাৰ ভিতৰত নলবাৰী জিলা

নলবাৰীৰ পৰা চম্পক বৈশ্য, ২১ এপ্ৰিলঃ ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিছে নলবাৰী জিলা। ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানৰ কাৰ্যসূচীসমূহ সঠিকভাৱে ৰূপায়ন কৰাৰ ক্ষেত্ৰত জিলাখনে দেখুওৱা পাৰদৰ্শিতাৰ বাবে দেশৰ শ্ৰেষ্ঠ তিনিখন জিলাৰ ভিতৰত নলবাৰী জিলাই স্বীকৃতি…

ডাৱল চেঞ্চুৰি কৰা বিশ্বনাথ জিলাৰ প্ৰথমজন বেটছমেন

 বিশ্বনাথ, ২০এপ্ৰিলঃ অসম ক্ৰিকেট সংস্থাৰ অধীনৰ নুৰুদ্দিন আহমেদ ট্ৰফি চিনিয়ৰ আন্তঃ জিলা ক্ৰিকেট প্ৰতিযোগিতাত লখিমপুৰ জিলাৰ বিপক্ষে বিশ্বনাথ জিলাৰ সিদ্ধাৰ্থ শংকৰ বৰুৱাই আজি দ্বিশতক অৰ্জন কৰে। মঙ্গলদৈত অনুষ্ঠিত হোৱা ক্ৰিকেট প্ৰতিযোগিতাত আজি…

উভতিল বিলুপ্ত বুলি ভবা উদ্ভিদ প্ৰজাতি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৯ এপ্ৰিল : উভতি আহিব পাৰেনে বিলুপ্ত হৈ যোৱা বা বিলুপ্ত বুলি ভবা উদ্ভিদ প্ৰজাতি? হয়, এটা জটিল প্ৰশ্ন। এই জটিল প্ৰশ্নটোৰ উত্তৰ কিন্তু একেবাৰে সহজ। হয়, পাৰে। প্ৰকৃতিৰ ইচ্ছাত উভতি আহিব পাৰে নিঃশ্চিহ্ন হৈ যোৱা প্ৰজাতি…

সোতৰ বছৰীয়া ‘এনাষ্টেচিয়া’ক লৈ ক্ৰ’য়েছিয়াত হৈ চৈ

দাদুল দেৱকৃষ্ণ বৰুৱা নাম এনাষ্টেচিয়া। বয়স ১৭ বছৰ। সোতৰ বছৰীয়া এনাষ্টেচিয়াক লৈয়েই এখন দেশত লাগিছে হৈ চৈ। ১২ হাজাৰ মানুহ থিয় দিছে এনাষ্টেচিয়াৰ কাষত। এয়া অৱশ্যে কোনো সোতৰ বছৰীয়া সুন্দৰী যুৱতীৰ কাহিনী নহয়। এজনী মেকুৰীৰ কাহিনীহে। সোতৰ…

বায়খো উৎসৱত জুইৰ সৈতে নাচিছে বায়ব্ৰাই

গোৱালপাৰা, ১৭ এপ্ৰিল:-গোৱালপাৰা জিলাৰ এক নং বৰঝৰা নদীয়াপাৰা গাঁৱৰ নলঙ্গা পাহাৰত থকা বায়খো মন্দিৰৰ প্ৰাঙ্গণত আজি সন্ধিয়াৰ পৰা আৰম্ভ হৈছে ৰাভা জাতীয় উৎসৱ বায়খো পূজা । কৃষি ভিত্তিক এই উৎসৱত ৰাভাসকলে জুইৰ সৈতে খেলা-নৃত্য কৰে। বায়খো দেৱীক…

জাপানত অভিলেখ হাৰত জনসংখ্যা হ্ৰাস পাইছে

শতাব্দ বিশেষ প্ৰতিনিধি,১৭ এপ্ৰিলঃ অভিলেখ হাৰত জনসংখ্যা হ্ৰাস পাইছে জাপানত। জাপানৰ আভ্যন্তৰীণ পৰিক্ৰমা বিভাগৰ পৰিসংখ্যা গোটে প্ৰকাশ কৰা অনুসৰি যোৱা বছৰটোৰ তুলনাত এই বছৰত জাপানৰ জনসংখ্যা ৬,৪৪,০০০ হ্ৰাস পাইছে। বৰ্তমান দেশখনৰ জনসংখ্যা হৈছে…