Browsing Category
ট্ৰেণ্ডিং
বিহুৰ মাজতে আলফাত যোগদান কৰিবলৈ যোৱা যুৱকক আটক
শতাব্দ প্ৰতিনিধি চৰাইদেউ, ১৬ এপ্ৰিল : বিহুৰ আনন্দৰ মাজতে নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনলৈ ধাৱমান অসমীয়া যুৱক। বিগত কেইটামান দিনত বহু কেইগৰাকী অসমীয়া যুৱক-যুৱতীয়ে সংগঠনটোত যোগদান কৰাৰ তথ্য পোহৰলৈ আহিছে ইতিমধ্যে। ইফালে নিষিদ্ধ…
সঘনে দিখৌ নদীৰ পানীৰ বৰণ সলনিঃ চাঞ্চল্য
শতাব্দ প্ৰতিনিধি, শিৱসাগৰ, ১৬ এপ্ৰিলঃ বতৰৰ অস্বাভাৱিক পৰিৱৰ্তন, বিগত এটা পষেক ধৰি অব্যাহত থকা বৰষুণৰ মাজতেই এইবাৰ দিখৌ নদীত পৰিলক্ষিত হৈছে এক অস্বাভাৱিক পৰিৱৰ্তন । নৈপৰীয়া জন জীৱনত অভ্যস্ত হৈ পৰা সাধাৰণ ৰাইজকো দিখৌ নদীৰ জলৰাশিৰ এই…
পহিলা বহাগত ঢোল পেঁপা গগনাৰে মুখৰ ইতিহাস প্ৰসিদ্ধ ৰংঘৰৰ বাকৰি
ৰংঘৰৰ পদুলিত প্ৰথমবাৰৰ বাবে দৌৰিলে গজৰাজৰ দলেঃ হাজাৰ হাজাৰ বিহু প্ৰেমীৰ উচাহত উঠলি উঠিল ৰংঘৰৰ বাকিৰঃ ৰংঘৰত বহি স্বৰ্গদেউৰ বংশধৰ আলোক নাৰায়ণ সিংহই চালে ৰংঘৰৰ বাকৰিৰ পৰম্পাৰগত বিহু, হুঁচৰিঃ ৰংঘৰৰ ৰণশিঙা শীৰ্ষক স্মৃৰ্তিগ্ৰন্থ উন্মোচন
শতাব্দ…
মাটি কিনি বাঘৰ বাবে গঢ়িছে অৰণ্য
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৬ এপ্ৰিলঃ ভাৰতীয় অসামৰিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া আদিত্য সিং আছিল দিল্লীৰ বাসিন্দা। পত্নী পুনমৰ সতে সুখৰ সংসাৰ। কিন্তু মহানগৰীৰ মায়া এৰি তেওঁলোক ১৯৯৮ চনত গুচি আহিল ৰাজস্থানৰ এক প্ৰত্যন্ত এলেকালৈ; বিখ্যাত…
বানৰ আনন্দ
মুক্তাৰ আলী
এইবাৰ চ'ততে বান হ'ল।নেৰানেপেৰা বৰষুণত উফন্দি উঠিল নৈ উপনৈ। সাধাৰণতে আগতীয়া বান হ'লে নৈপৰীয়া কৃষকসকলৰ দুৰৱস্থা হয়।পথাৰৰ ফচল তুলিব নোৱাৰি অনিচ্ছাস্বত্বেও উৎসৰ্গা কৰিব লগা হয় বাঢ়নী পানীক। জলচৰ প্ৰাণীবোৰৰ বহুদিনীয়া ভোক নিবাৰণ…
দ্বিতীয় পৃথিৱীৰ সন্ধানত চীন
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ এপ্ৰিল : জোনলৈ ৰবট প্ৰেৰণ কৰাৰ পিছত, মঙলত অৱতৰণৰ অন্তত নিজা মহাকাশ কেন্দ্ৰ নিৰ্মাণ কৰিবলৈ সমৰ্থ হোৱা চীনে এইবাৰ চকু দিছে সৌৰ জগতৰ বাহিৰলৈ। দ্বিতীয় এখন বিশ্বৰ অনুসন্ধান আৰম্ভ কৰিছে চুবুৰীয়া ৰাষ্ট্ৰ চীনে।…
ফুঁ দিলেই ধৰা পৰিব কৰ’না ৰোগী
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ এপ্ৰিল: RTPCR বা ৰেপিড এন্টিজেন পৰীক্ষা নহয়, শ্বাসৰ পৰাই বুজা যাব কৰ'না হৈছেনে নাই। পলকতে সম্পন্ন হ'ব পৰীক্ষণ। ক'ভিড-১৯ এতিয়া মোটামুটি Endemic পর্যায়ত। এনেদৰেই কৈছে বিজ্ঞানীসকলে। আৰু এই পর্যায় যিমানেই আগুৱাইছে,…
এশটকীয়া পেট্ৰ’ল বিক্ৰী হৈছে এটকাত
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ এপ্ৰিল : পাঁচখন ৰাজ্যৰ ভোট শেষ হোৱাৰ পিছতেই প্রত্যাশিতভাৱে দেশত ইন্ধনৰ মূল্য আকাশলংঘী হৈছে। টি-২০ ক্ৰিকেটৰ ৰান ৰেটৰ গতিত সলনি হৈছে পেট্র'ল-ডিজেলৰ ‘ৰেট-কার্ড’। দেশৰ অধিকাংশ চহৰতে পেট্র'লৰ দামে শতক পাৰ কৰিছে।…
ফাটবিহুৰ বাৰ্ষিক প্ৰকাশ বিহুৱানৰ বাবে লেখা আহ্বান
ঢকুৱাখনা ১৪ এপ্ৰিলঃ বৰ্ণময় অসমীয়া সংস্কৃতিৰ এক চহকী উপাদান ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাটবিহু। ক'ভিড অতিমাৰী সৃষ্ট প্ৰতিকূল বিগত দুটা বৰ্ষত ফাটবিহুৰ উদযাপন বাতিল কৰাৰ পিছত এইবাৰ অহা ১৩,১৪ আৰু ১৫ মে'ত ফাটবিহু উদযাপন কৰাৰ প্ৰস্তুতি অব্যাহত…
লতাশিলত গুৱাহাটী বিহু সন্মিলনীৰ বিহু আৰম্ভ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী, ১৪ এপ্ৰিলঃ অসমীয়া জাতিৰ বাবে আজি এটা অতি মংগলময় দিন। দুটা বছৰ ক'ভিডৰ বিভীষিকাৰ পাছত এইবাৰ ৰাইজে মুকলি মনৰে ব'হাগ বিহু উদযাপন কৰিব পাৰিছে। এই মন্তব্য মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ। আজি গৰু বিহুৰ দিনা…
