Browsing Category

পলকতে

‘ডেলিভাৰি বয়’ক আৰক্ষীয়ে কি কিনি দিলে…

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩ মে' : এটা মানৱীয় ঘটনা। ঘটনাটো মধ্য প্ৰদেশ, ইন্দোৰৰ। এজন ২২ বছৰীয়া 'ডেলিভাৰি বয়'ক ইন্দোৰৰ কেইবাজনো আৰক্ষী লগ লাগি কিনি দিলে এখন মটৰ চাইকেল। ৰাতিৰ ভাগত খাদ্যবস্তু গ্ৰাহকক 'ডেলিভাৰ' কৰিবৰ বাবে চাইকেলেৰে অহা-যোৱা…

গুৱাহাটীত সপত্নীক ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ

চাৰিদিনীয়া অসম আৰু মিজোৰাম ভ্ৰমণসূচী লৈ গুৱাহাটীত উপস্থিত দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। নিশাটো গুৱাহাটীত কটাই বুধবাৰে তামুলপুৰত বড়ো সাহিত্য সভাৰ অধিবেশনত ভাগ ল’ব দেশৰ ৰাষ্ট্ৰপতি গৰাকীয়ে।শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩ মে' :…

শুৱালকুছি আৰু পলাশবাৰীৰ মাজৰ চাৰিলেনযুক্ত দলঙৰ বাবে ৩,১৯৭ কোটি টকাৰ অনুমোদন

শুৱালকুছি আৰু পলাশবাৰীৰ মাজৰ চাৰিলেনযুক্ত দলঙৰ বাবে ৩,১৯৭ কোটি টকাৰ অনুমোদন। আসাম ইনলেণ্ড ৱাটাৰ ৱেজ কোম্পানী লিমিটেড গঠন। গুৱাহাটীৰ নদীঘাটৰ আন্তঃগাঠনি উন্নত কৰাৰ বাবে ২৮৯.৪৫ কোটি টকাৰ অনুমোদন। নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলৰ…

জি.এ.ই.এফ. আৰু শিল্পীসেৱাৰ উদ্যোগত “ৰঙালী উৎসৱ” উদযাপন

গুৱাহাটী, ৩ মে’ ২০২২ : গোলকীয় অসমীয়া উদ্যমিতা মঞ্চ (GAEF, https://www.facebook.com/groups/440248043822192) উদ্যোগত আৰু শিল্পীসেৱা(www.shilpisewa.com)ৰ সহযোগত ১ মে’ ২০২২  তাৰিখে "ৰঙালী উৎসৱ" অনলাইন মাধ্যম  জুম আৰু ফেচবুক লাইভত উদযাপন কৰা…

ক’ভিডৰ বেয়া সময় এতিয়াও দেখা নাই পৃথিৱীয়ে !

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩ মে' : ক'ভিড-১৯ক লৈ আৰু বৃহৎ আশঙ্কাৰ কথা শুনালে মাইক্র'চফ্টৰ মুৰব্বী আৰু বিলিয়নাৰ বিল গেইটছে। ২০১৫ চনতো গেইটছে ভৱিষ্যদ্বাণী কৰিছিল যে, পৃথিৱীত শীঘ্রেই ঘনীভূত হ'ব এক মহামাৰী, আৰু তাৰ বাবে প্রস্তুত নহয় পৃথিৱীবাসী।…

তেলত ডুবাই খোৱাৰ দিন ওকলিল !

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩ মে' : প্রবল স্বাস্থ্য সচেতন আৰু নির্দিষ্ট কিছু অঞ্চলৰ বাসিন্দাসকলক বাদ দিলে তেলত ভজা খাদ্য বেছি প্রিয় ভাৰতীয়সকলৰ। অসমীয়াই তাহানিৰ 'টেঙা টুকুচাৰে' খোৱাৰ জুতি-বুধি এৰি তেলত ডুবাই খোৱাৰ এক অপকাৰী নতুন অভ্যাস গঢ়ি…

মাংস খাবলৈ কমালেই বন্ধ হ’ব পাৰিপাৰ্শ্বিক বেমেজালি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩ মে' : গোলকীয় উষ্ণায়ন (Global Warming) আৰু জলবায়ুৰ পৰিৱর্তন (Climate Change) হ্ৰাস কৰিবলৈ গছপুলি ৰোপণৰ পৰামৰ্শ সকলো সময়তে বিভিন্নজনে দি অহা আমি শুনিছোঁ। লগতে ফ্রীজ, এয়াৰ কণ্ডিচনাৰ, পেট্র'ল আৰু ডিজেল চালিত গাড়ীৰ…

আগন্তুক ২৭ বছৰত শেষ হ’ব বিশ্বৰ খাদ্যভাণ্ডাৰ !

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩ মে' : বিশ্ববাসীৰ বাবে বৰ বেয়া খবৰ শুনাইছে বিশেষজ্ঞসকলে। The World Count নামৰ এটা সংস্থাৰ হিচাপে কৈছে, আগন্তুক ২৭ বছৰৰ ভিতৰতেই পৃথিৱীৰ খাদ্যৰ ভাণ্ডাৰ শেষ হৈ যাব ! কার্যতঃ মৰামৰি আৰম্ভ হ'ব পেয় জলৰ ভাগ বতৰাক…

ভাৰতৰ বিমান বন্দৰত আৰম্ভ হৈছে টেক্সিব’ট সেৱা

শতাব্দ বিশেষ প্ৰতিনিধি, ৩ মে' : অসামৰিক বিমান পৰিৱহণৰ ক্ষেত্ৰত ইন্ধন ৰেহাই, কাৰ্বন নিৰ্গমন হ্ৰাসকে ধৰি কেইবাটাও কাৰণৰ বাবে বিমান বন্দৰ সমূহত এতিয়া টেক্সিব'ট (TaxiBot) নামৰ এটা নতুন পদ্ধতিৰ সংযোজন ঘটিছে। 'টেক্সিব'ট' হৈছে বিমান এখন টানি অনা…

তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ প্ৰাক্তন সভাপতি ৰাজেন বৰুৱাৰ দেহাৱসান

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২ মে’ : তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ প্ৰাক্তন সভাপতি, বৰ্ষীয়ান ৰাজনীতিক তথা একালৰ খণ্ড উন্নয়ন বিষয়া ৰাজেন বৰুৱাৰ আজি বিয়লি চিকিৎসাধীন অৱস্থাত ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি হয় ।…