Browsing Category

পলকতে

অসমত আজিৰে পৰা  ৯০ মেগাৱাট সৌৰশক্তি উৎপাদন আৰম্ভ

শতাব্দ বিশেষ প্ৰতিনিধি, ২ মে': ভাৰতৰ এটা আগশাৰীৰ নৱীকৰণীয় শক্তি উৎপাদন প্ৰতিষ্ঠান 'এজিঅ'ৰ পাৱাৰ' এ অসমত ৯০ মেগাৱাটৰ সৌৰশক্তি উৎপাদন প্ৰকল্প এটাৰ পৰা সম্পূৰ্ণ বিদ্যুৎ শক্তি উৎপাদনৰ কাম আজিৰে পৰা আৰম্ভ কৰিছে। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ…

অত্যাধুনিক ব্যৱস্থাৰে পক্ষী হত্যা কৰা চিকাৰীক গ্ৰেপ্তাৰঃ জেললৈ প্ৰেৰণ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২ মেঃ বন্যজীৱ তথা চৰাইৰ সুৰক্ষাৰ বাবে সমগ্ৰ বিশ্বতে প্ৰকৃতিপ্ৰেমীয়ে একত্রিত হৈ যুঁজ দি থকাৰ সময়তে কিছুমান বিবেকহীন মানুহৰ পৰিৱেশ বিনষ্ট কৰা কৰ্ম কাণ্ডই প্ৰকৃতিপ্ৰেমীৰ চকু কপালত উঠাইছে। নিতৌ ন ন উপায় অৱলম্বন কৰি…

বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক তামুলপুৰ অধিৱেশন আৰম্ভ

শতাব্দ প্ৰতিনিধি, তামুলপুৰ , ২ মে :এক উদুলি মুদুলি পৰিবেশৰ মাজেৰে আজিৰে পৰা আৰম্ভ হৈছে বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক তামুলপুৰ অধিবেশন। তামুলপুৰ জিলাৰ কচুবাৰীস্থিত গৌজন পথাৰত এতিয়া বলিছে উচাহৰ ঢল । সকলোৰে মাজত পাৰ ভঙা উচাহ । সীমাহীন আশা,…

লখিমপুৰত ভূমিদাত্ৰী সৰবৰাহী মহিলাৰ মৃত্যু

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২ মেঃ লখিমপুৰ জিলাৰ চমুৱা গাঁও নিবাসী ধৰ্মপ্ৰাণা মহিলা বকুলী দত্তৰ (৮৫) যোৱা নিশা ১১.২০ বজাত নিজ বাসভৱনত দেহাৱসান ঘটে। বাৰ্ধক্যজনিত কাৰণত মৃত্যু হোৱা বকুলী দত্তই পূৰ্বাঞ্চল শাখা সাহিত্য সভাৰ বাবে এডোখৰ ভূমি দান…

লখিমপুৰৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকক উপায়ুক্তৰ ধমকঃ অনুকম্পামূলক নিযুক্তিত উৎকোচ গ্ৰহণ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২ মেঃ লখিমপুৰ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত উৎকোচ গ্ৰহণৰ ক্ষেত্ৰত পূৰ্বে বাতৰিৰ শিৰোনাম দখল কৰি অহা কাৰ্যালয়টোৰ জ্যেষ্ঠ সহায়ক পোনাৰাম বনিয়াৰ নাম পুনৰ চৰ্চালৈ আহিছে। এইবাৰ এইজন জ্যেষ্ঠ সহায়কৰ কু-কাণ্ডৰ…

অসম কৃষি বিশ্ববিদ্যালয়ত তথ্য জনাৰ অধিকাৰ আইনৰ উচ্চস্তৰীয় কৰ্মশালা

শতাব্দ প্ৰতিনিধি,যোৰহাট ,২ মে : অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত আজি যোৰহাটস্থ মূল চৌহদত তথ্য জনাৰ অধিকাৰ আইনৰ ওপৰত এখন বিশেষ কৰ্মশালা অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাৰ সঞ্চালনাত অনুষ্ঠিত এই কৰ্মশালাত ৰাজ্যিক তথ্য…

৫০০ কোটি টকীয়া লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত চিৰাল ফাট : প্রতিক্রিয়া

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২ মেঃ লখিমপুৰত প্ৰায় দুমাহ পূর্বে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰা লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত এতিয়া বৃহৎ বৃহৎ ফাট মেলিছে। ৫০০ কোটি টকাৰ ব্যয় সাপেক্ষে গৌতম কনষ্ট্রাকচনে নিৰ্মাণ কৰি…

অগপৰ গোলাঘাট জিলা পৰিষদৰ নতুন সভাপতি ড° নৃপেন বৰুৱা

শতাব্দ প্ৰতিনিধি, গোলাঘাট, ২ মেঃ অসম গণ পৰিষদ দলৰ জন্মলগ্নৰে পৰা জড়িত এগৰাকী অন্যতম নেতা, দলৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি, অৱসৰপ্ৰাপ্ত অধ্যাপক ড° নৃপেন বৰুৱাক অগপৰ গোলাঘাট জিলা পৰিষদৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হৈছে। অসম গণ পৰিষদৰ সভাপতি…

 লখিমপুৰৰ  কেঞ্চাৰ কেন্দ্ৰত বৃদ্ধি পাইছে ৰোগীঃ হেল্প লাইন মুকলি

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২ মেঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যোৱা ২৮ এপ্ৰিলত ডিব্ৰুগড়ৰ পৰা ভাৰ্চুৱেলি মুকলি কৰা ৰাজ্যৰ ৭খন কেঞ্চাৰ চিকিৎসা কেন্দ্ৰৰ লগতে লখিমপুৰ কেন্সাৰ কেন্দ্ৰটোৱে এতিয়া উত্তৰ অসমত কেঞ্চাৰ ৰোগীৰ বাবে আশাৰ বতৰা…