Browsing Category
পলকতে
ৰাজ্যৰ বজাৰত ই জেদ ধ্ৰুৱ নামৰ ক’লা জিকা উপলব্ধ
শতাব্দ প্ৰতিনিধি তেজপুৰ,২মে’: ৰাজ্যখনৰ একাংশ পৰিশ্ৰমী লোকে কৃষিকাৰ্যত জড়িত থাকি এইক্ষেত্ৰত সফলতাৰ এক নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে । যোৱা সময়চোৱাত সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে সাধাৰণ জাতৰ বন্ধাকবি ফুলকবিৰ লগতে ভেলেন্টিনা,কেৰ'টিনা আৰু ব্ৰ'কলী…
দণ্ডাধীশ তদন্ত ঘোষণা তিনিচুকীয়া জিলা প্ৰশাসনৰ : ৪ মে’ত সাক্ষ্য গ্ৰহণ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২ মে’ : পৰ্ন ভিডিঅ’ক কেন্দ্ৰ কৰি শেহতীয়াকৈ উত্তাল হৈ আছে দেশ, বিদেশৰ ৰাজনীতি । এফালে সংসদৰ মজিয়াত মবাইলত দুবাৰকৈ পৰ্ন ভিডিঅ’ চাই ব্ৰিটেইনৰ এজন সাংসদে পদত্যাগ কৰাৰ বাতৰিয়ে ব্যাপক চৰ্চা লাভ কৰিছে । আনফালে…
CIA-ৰ টেক চীফ হ’ল ভাৰতীয় মূলৰ নন্দ মুলচান্দানি
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ মে' : মার্কিন গুপ্তচৰ সংস্থা চেন্ট্রেল ইন্টেলিজেন্স এজেন্সিৰ (CIA) প্রথম প্রযুক্তি কর্মকর্তা (চীফ টেক অফিচাৰ) হ'ল ভাৰতীয় বংশোদ্ভূত নন্দ মুলচান্দানি। মুলচান্দানিয়ে দিল্লীৰ ব্লু বেলছ স্কুল ইন্টাৰনেচনেলত পঢ়া শুনা…
ভেকচিন ল’বলৈ বাধ্য কৰিব নোৱাৰি
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ মে' : কৰ'না ভাইৰাছ প্রতিৰোধৰ ক্ষেত্ৰত সকলোতকৈ কাৰ্যকৰী হাথিয়াৰ হিচাপে ভেকচিনৰ বাদে গত্যন্তৰ নাই বুলি কৈ অহা হৈছে। তথাপি বহুতেই কৰ'নাৰ টীকা লোৱাৰ বিষয়ত অনীহা প্ৰকাশ কৰা দেখা গৈছে বিগত প্রায় এবছৰ ধৰি। এসময়ত টীকাৰ…
ঐতিহ্যমণ্ডিত জোনাই প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস পালন
জোনাই, ২ মে' : ঐতিহ্যমণ্ডিত জোনাই প্ৰেছ ক্লাৱৰ গৌৰৱোজ্জ্বল ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি বিয়লি ঙাচাৰচুক উকোমত গাম্ভীৰ্যপূৰ্ণ পৰিবেশত উদযাপনৰ কৰা হয়। প্ৰথমতে জোনাই প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠাৰ পৰা আৰম্ভ কৰি এক গৰিমাময় মৰ্যাদা প্ৰদান কৰা জোনাই…
লখিমপুৰ বাণিজ্য মহাবিদ্যালয় বক্তৃতানুষ্ঠান
লখিমপুৰ: ২ মে: লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ হিচাপ বিদ্যা বিভাগৰ উদ্যোগত আজি বিত্তীয় অন্তৰ্ভুক্তিৰ বিষয়ত এক বক্তৃতা অনুষ্ঠান আয়োজন কৰা হয়। সেই উদ্দেশ্যে আয়োজিত এক কাৰ্যসূচী উদ্বোধন কৰে অধ্যক্ষ ড° লোহিত হাজৰিকাই। হিচাপ বিদ্যা বিভাগৰ…
শ্ৰেষ্ঠ সাতখন নাটকৰ মাজত অসম ভিত্তিত নাট প্ৰতিযোগিতাৰ আয়োজন
।
গহপুৰ, ২মে' : ছয়দুৱাৰ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত গহপুৰৰ ঘাঁহিগাঁৱত প্ৰথম বৰ্ষৰ বাবে আয়োজন কৰিছে সদৌ অসম ভিত্তিত একাংকিকা নাট প্ৰতিযোগিতা। ঘাঁহিগাঁৱৰ শ্ৰীমন্ত শঙ্কৰদেৱ নাট্য ভৱন আৰু সুধাকন্ঠ ড° ভুপেন হাজৰিকা ৰঙ্গমঞ্চত অহা ২৮ মে'ত…
ভাৰতক ৰঙা চকু দেখুওৱা পশ্চিমীয়া দেশৰ দুমুখীয়া স্বাৰ্থপৰ চৰিত্ৰ খোল খালে
শতাব্দ বিশেষ প্ৰতিনিধি, ২ মে': ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পাছতেই আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি ইউৰোপীয় দেশসমূহে ৰাছিয়াৰ বিৰুদ্ধে অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰাৰ মাজতেই ভাৰতবৰ্ষই ৰাছিয়াৰ পৰা খাৰুৱা তেল আমদানি কৰাত ৰঙা চকু দেখুওৱা দেশসমূহে…
শিৱসাগৰত যোগ উৎসৱ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২ মেঃ ঐতিহ্যমণ্ডিত শিৱসাগৰৰ পৱিত্ৰ ধাম শিৱদৌল প্ৰাংগণত ভাৰত চৰকাৰৰ উদ্যোগত আৰু অসম চৰকাৰৰ সহযোগত আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে আজি আয়োজিত যোগ উৎসৱত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় পোতাশ্ৰয়, জাহাজ…
তেজপুৰত প্ৰয়াত সাংবাদিক প্ৰনৱ সিংহক স্মৰণ : স্মাৰক বঁটা প্ৰদান লোকশিল্পী দিনাৰাম বড়োক
শতাব্দ প্ৰতিনিধি তেজপুৰ,১মে’: ৰাজ্যৰ এগৰাকী বিশিষ্ট সাংবাদিক তথা সমাজ সংগঠক তথা শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰনৱ সিংহৰ অষ্টম মৃত্যু তিথি শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাকক্ষত আজি দিনৰ ১১বজাত অনুষ্ঠিত কৰা হয়। সভাতে…
