Browsing Category

পলকতে

নিৰ্মাণৰত যোৰহাট-মাজুলী সংযোগী দলঙৰ দুটাকৈ খুটাত মেলিছে বৃহৎ ফাট

যোৰহাট-মাজুলী সংযোগী দলং নিৰ্মাণস্থলীৰ পৰা পৰাণজ্যোতি বৰা,মাজুলী,১ মে':  যোৰহাট-মাজুলী সংযোগী দলং যোৱা বৰ্ষৰ ২৯ নৱেম্বৰত শুভাৰম্ভ কৰিছিল। ২০২৬ ৰ বিধান সভা নিৰ্বাচনৰ আগেয়ে দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ উভয় চৰকাৰে লক্ষ্য স্থিৰ কৰাত বৰ্তমান…

গহপুৰত সদৌ অসম সূত সন্মিলনৰ ৫৩ তম ত্ৰি-বাৰ্ষিক অধিবেশনৰ সামৰণি

শতাব্দ প্ৰতিবেদক, গহপুৰৰ,১মে: গহপুৰ মহকুমাৰ গোপালপুৰত কালিৰে পৰা আৰম্ভ হোৱা সদৌ অসম সূত সন্মিলনৰ ৫৩ সংখ্যক ত্ৰি-বাৰ্ষিক অধিবেশনৰ আজি সামৰণি পৰে।গহপুৰ জিলা সূত সন্মিলনৰ আতিথ্যত অনুষ্ঠিত অধিবেশনৰ আজি পুৱা ৯ বজাত সন্মিলনৰ পতাকা উত্তোলন কৰে…

ক’ভিডক লৈ নতুন এছ অ’পিৰ প্ৰয়োজন নাই : মুখ্যমন্ত্ৰী শৰ্মা

শতাব্দ প্ৰতিনিধি চৰাইদেউ, ১ মে' : নিজৰ পত্নী, সন্তান তথা বৃদ্ধ পিতৃ-মাতৃক ঘৰত এৰি থৈ আলফাত যোগদান কৰা মানুহক আলফা স্বাধীনে নিজে বাৰণ কৰিব লাগে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। নিজৰ ভৱিষ্যতৰ লগতে ঘৰ-পৰিয়ালৰ সদস্যসকলক…

লখিমপুৰত ড্ৰাগছৰ বেপাৰত নমাইছে শিশুক

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১ মে : লখিমপুৰ জিলাৰ বিহপুৰীয়া আৰু বান্দৰদেৱা আৰক্ষীৰ ড্ৰাগছ বিৰোধী এক অভিযানত এটি শিশুসহ শিশুটিৰ পিতৃ-মাতৃক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা ৪০ টা কন্টেইনাৰ সহ ৫.০৪ গ্ৰাম সন্দেহজনক…

অৰুণাচল প্ৰদেশ আৰু অসমৰ নিৰ্বাচিত চাহ খেতিয়কক লৈ অসম কৃষি বিশ্ববিদ্যালয়ত পাঁচদিনীয়া  প্ৰশিক্ষণ

শতাব্দ প্ৰতিনিধি,যোৰহাট, ১ মেঃ  অসম আৰু অৰুণাচল প্ৰদেশৰ চিংফৌ জনগোষ্ঠীৰ নিৰ্বাচিত চাহ খেতিয়কসকলক লৈ অসম কৃষি বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰা পাঁচদিনীয়া বিশেষ চাহ আৰু জৈৱিক চাহ উৎপাদনৰ প্ৰশিক্ষণ শিবিৰৰ আজি সামৰণি পৰে। মূলত উত্তৰ পূৱ ভাৰতৰ…

কেন্দ্ৰীয় মন্ত্ৰী, ডিচিৰ উপস্থিতিত চলি থকা অনুষ্ঠানত স্ক্ৰীণত ভাঁহি উঠিল অশ্লীল চিনেমাৰ দৃশ্যাংশ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩০ এপ্ৰিলঃ আজি তিনিচুকীয়াত মিথানল মিহলি পেট্ৰলৰ (এম ১৫) উদ্বোধনী অনুষ্ঠানত সংঘটিত এক অপ্ৰত্যাশিত ঘটনাই সকলোকে চৰম লাজত পেলায় । ঘটনাটো সংঘটিত হয় কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজ্যৰ শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ,…

তেজপুৰত বিশ্ব পশুপালন দিৱস উদযাপন

শতাব্দ প্ৰতিনিধি তেজপুৰ,৩০এপ্ৰিলঃ “বিশ্বৰ  বিভিন্ন প্ৰান্তত থকা চাৰি পাঁচ হেজাৰ বছৰ প্ৰাচীন গুহাবোৰত আদিম মানবে অঁকা জীৱ-জন্ত আৰু গছ গছনিৰ ছবি দেখা পোৱা যায়।এই কথাই প্ৰতিপন্ন কৰে যে মানুহৰ সম্পৰ্ক জীৱ-জন্তৰ স’তে তাহানিৰ পৰাই…

তেজপুৰত অমৃত সৰোবৰ জোখমাখ কৰিবলৈ যোৱা পঞ্চায়তকৰ্মী কোনোমতেহে ৰক্ষা পৰিল

শতাব্দ প্ৰতিনিধি তেজপুৰ,৩০এপ্ৰিলঃ তেজপুৰৰ ভালুকঝাৰণি অঞ্চলত চৰকাৰী আঁচনিৰ অধীনত পুখুৰীৰ বাবে প্ৰয়োজনীয় মাটি চিহ্নিত কৰিবলৈ যোৱা দুজন পঞ্চায়ত কৰ্মীক শতাধিক লোকে আক্ৰমণ কৰিবলৈ উদ্যত হোৱাৰ এক ঘটনা পোহৰলৈ আহিছে । উল্লেখযোগ্য যে, শোণিতপুৰৰ…

তেজপুৰত ঐশ্বৰ্য কাকতিৰ ‘ঐশ্বৰ্য্যবিচিত্ৰা’ শীৰ্ষক গ্ৰন্থ উন্মোচন

শতাব্দ প্ৰতিনিধি তেজপুৰ, ৩০ এপ্ৰিলঃ এতিয়া গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত কৰা হয় । গ্ৰন্থমেলা আয়োজনেৰে কোটি কোটি টকাৰ বিক্ৰীৰ অভিলেখ সৃষ্টি কৰা হয় । কিন্তু এতিয়া আগৰদৰে কোনেও গ্ৰন্থবোৰ নপঢ়ে বা পঢ়িলেও সম্পূৰ্ণকৈ নপঢ়ে । অসমীয়া জাতি আৰু ভাষা…