Browsing Category

পলকতে

ঠেঙ্গাল কছাৰী স্বায়ত্ত শাসিত পৰিষদ – পৌৰসভা নিৰ্বাচনৰ বিজয়ী প্ৰাৰ্থীক অভিন্দন

শতাব্দ প্ৰতিনিধি, যোৰহাট, ৩০ এপ্ৰিলঃ ভাৰতীয় জনতা পাৰ্টীৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত আজি কেন্দুগুৰিৰ জিলা কাৰ্যালয়ত সদ্য নিৰ্বাচিত ঠেঙ্গাল কছাৰী স্বায়ত্ত শাসিত পৰিষদ আৰু পৌৰসভা নিৰ্বাচনত যোৰহাট জিলাৰ অন্তৰ্গত যোৰহাট, তিতাবৰ, টীয়কৰ বিজয়ী…

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দ্বাৰা লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ বাৰ্তালোচনী উন্মোচন

উত্তৰ লখিমপুৰ, ৩০ এপ্ৰিলঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° লীলা কান্ত নাথে আজি লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ ত্ৰিমাসিক বাৰ্তালোচনী এল্ কম নিউজৰ বৰ্তমানৰ সংখ্যা আৰু সংকলিত সংখ্যা উন্মোচন কৰে। সেই উদ্দেশ্যে মহাবিদ্যালয়ৰ আলোচনা গৃহত এটি…

অইলৰ ‘প্ৰজেক্ট স্বাৱলম্বন’ : দেশে বিদেশে সংস্থাপিত বহুজন

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩০ এপ্ৰিলঃ যোৱা দুটা বছৰে ক'ভিডপিষ্ট পৰিৱেশৰ লগতে অন্যান্য কাৰণত নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে । মুম্বাইৰ 'চেন্টাৰ ফ'ৰ মনিটৰিং ইণ্ডিয়ান ইক’নমি প্ৰাইভেট লিমিটেড' নামৰ প্ৰতিষ্ঠানটোৰ তথ্য অনুসৰি লাখ লাখ…

ডায়েট লখিমপুৰৰ শিক্ষক-প্ৰশিক্ষাৰ্থীৰ সৌজন্যত শিশুমেলা

উত্তৰ লখিমপুৰ, ৩০ এপ্ৰিলঃ  যোৱা ২৬ এপ্ৰিল তাৰিখৰ পৰা উত্তৰ লখিমপুৰস্থিত সোৱণশিৰি সেৱাশ্ৰম এম. ই. স্কুলত আৰম্ভ হোৱা আজাদস্থিত ডায়েট লখিমপুৰৰ ডিএলএড পাঠ্যক্ৰমৰ তৃতীয় ষান্মাসিক শিক্ষক- প্ৰশিক্ষাৰ্থীসকলৰ '"স্কুল ইন্টাৰ্ণশ্বিপ প্ৰগ্ৰেম ২০২২" ৰ…

শিশু পুত্ৰক বুকুত বান্ধি ই ৰিক্সা চলাই দুই সন্তানসহ সংসাৰ চলাইছে চাৰিদুৱাৰৰ কাবেৰী বৰাই

শতাব্দ প্ৰতিনিধি তেজপুৰ ,২৯এপ্ৰিলঃ শোণিতপুৰৰ এগৰাকী দুটি সন্তানৰ মাতৃয়ে স্বামীৰ বিয়োগৰ পাছত ই ৰিক্সা চলাই নিজা পৰিয়ালটোৰ দায়িত্ব পালন কৰা ঘটনাই এক দৃষ্টান্ত দাঙি ধৰিছে । কৰ্ম বিমুখিতাই একাংশ লোকক গ্ৰাস কৰা ৰাজ্যখনৰ অসম-অৰুণাচল সীমান্তৱৰ্তী…

দৰং আকাংক্ষিত জিলা প্ৰকল্পৰ পৰ্যালোচনা

শতাব্দ প্ৰতিনিধি মঙ্গলদৈ ২৯ এপ্রিলঃ  দৰং জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি অনুষ্ঠিত এক সভাত ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগ(SITA)ৰ সহ উপাধ্যক্ষ ৰমেন ডেকাই দৰং আকাংক্ষিত জিলা প্ৰকল্পৰ পৰ্যালোচনা কৰে | জিলাখনত ৰূপায়িত হৈ থকা…

নৱনিৰ্মিত ৭ কৰ্কট চিকিৎসালয়ত অপিডি সেৱা মুকলি

দিছপুৰ, ২৯ এপ্ৰিলঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা ৰাজ্যৰ সাতোখন নৱনিৰ্মিত কৰ্কট চিকিৎসালয়তে আজিৰে পৰা বহিঃ সেৱা বিভাগ মুকলি কৰা হয়। ডিব্ৰুগড়, বৰপেটা, যোৰহাট, লখিমপুৰ, দৰং, তেজপুৰ আৰু কোকৰাঝাৰৰ কৰ্কট…

লখিমপুৰত কাৰ্যবাহী অভিযন্তাৰ বদলিৰ দাবীত মুখ্যমন্ত্ৰী-জলসম্পদ মন্ত্ৰীলৈ দুই সংগঠনৰ স্মাৰক পত্ৰ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৯ এপ্ৰিলঃ লখিমপুৰৰ জলসম্পদ সংমণ্ডলত দুৰ্নীতিৰ অভিযোগ তুলি আজি দুটাকৈ সংগঠনে লখিমপুৰ জলসম্পদ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাজনৰ বদলিৰ দাবী জনাই মুখ্যমন্ত্ৰী আৰু জলসম্পদমন্ত্ৰীলৈ একোখনকৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। সদৌ অসম…

শোণিতপুৰৰ মিছামাৰীৰ সেনা চৌহদত খাদ্যৰ ভঁৰাল ভাঙিলে বন্যহস্তীয়ে

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৯ এপ্ৰিলঃ সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা চাৰিটা বনৰীয়া হাতীয়ে সমীপৱৰ্তী অঞ্চলত যোৱা কেবাদিনো ধৰি  উপদ্ৰৱ চলাই আহিছে। উল্লেখযোগ্য যে,চাৰিওটা মখনা হাতীৰ ভিতৰত তিনিটা একেলগে আৰু আন এটা…

তেজপুৰত ড্ৰাগছ সহ যুৱক আটক

শতাব্দ প্ৰতিনিধি তেজপুৰ,২৯ এপ্ৰিলঃ তেজপুৰৰ বৰঘাট আৰক্ষী চকী অন্তৰ্গত যোৰগড়ত আজি স্থানীয় আৰক্ষীয়ে চলোৱা এক অভিযানত আমিনুল হক(২৫)নামৰ এজন যুৱকক ড্ৰাগছ সহ কৰায়ত্ত কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি,অঞ্চলটোত নুৰ ইছলামৰ পুত্ৰ আমিনুলে…