Browsing Category
পলকতে
তেজপুৰ কৰ্কট কেন্দ্ৰত আৰম্ভ বৰ্হি বিভাগৰ চিকিৎসা সেৱা
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৯ এপ্ৰিলঃ শোণিতপুৰ জিলাৰ ঠেলামৰাৰ বৰডুবিৰ এজন ৪২ বছৰীয়া ককৰ্ট ৰোগত আক্ৰান্ত কৃষকে আজি তেজপুৰ কেন্সাৰ কেন্দ্ৰত চিকিৎসকক নিজ ৰোগ সন্দৰ্ভত সাক্ষাত কৰাৰ অন্তত চেণ্টাৰটোৰ পৰা ওলাই আহি অসম চৰকাৰ আৰু টাটা ট্ৰাষ্ট্ৰৰ…
শিৱসাগৰ সন্মিলিত ৰঙালী বিহু সন্মিলনৰ ৰূপালী জয়ন্তীৰ উদ্বোধনী অনুষ্ঠানত ডিজিপি ভাস্কৰ জ্যোতি মহন্ত
শিৱসাগৰ সন্মিলিত ৰঙালী বিহু সন্মিলনৰ ৰূপালী জয়ন্তীৰ উদ্বোধনী অনুষ্ঠানত ডিজিপি ভাস্কৰ জ্যোতি মহন্ত
অৱশেষত আত্মসমৰ্পণ সত্ৰ আৰু সত্ৰাধিকাৰক সামাজিক মাধ্যমত অশালীন মন্তব্য কৰা নয়নজ্যোতিৰ
শতাব্দ প্ৰতিনিধি,মাজুলী,২৯ এপ্ৰিলঃ সামাজিক মাধ্যমত মাজুলীৰ সত্ৰাধিকাৰৰ ওপৰত অশালীন মন্তব্যৰে ফে'চবুকত পোষ্ট দিয়াক লৈ মাজুলীত প্ৰতিক্ৰিয়া অব্যাহত আছিল।সত্ৰ আৰু সত্ৰাধিকাৰৰ ওপৰত সামাজিক মাধ্যমত অশালীন মন্তব্য কৰা নয়নজ্যোতি বৰুৱাৰ ওপৰত…
ইউনাইটেড কিংডমত উপস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ ১৫ শিক্ষাৰ্থী
শতাব্দ প্ৰতিনিধি, যোৰহাট, ২৯ এপ্ৰিলঃ ইউৰোপীয় দেশসমূহৰ কৃষি আৰু অনুষংগিক ক্ষেত্ৰৰ পৰ্যবেক্ষণৰ জৰিয়তে বিশেষ শিক্ষা গ্ৰহণৰ বাবে যোৱা অসম কৃষি বিশ্ববিদ্যালয়ৰ ১৫ জনীয়া শিক্ষাৰ্থীৰ দল আজি বিদেশত উপস্থিত হৈছে । অসম কৃষি বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয়…
এছিয়ান বেডমিন্টন চেম্পিয়নশ্বিপৰ ছেমিত পিভি সিন্ধু
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ এপ্ৰিলঃ বেডমিন্টনৰ এছিয়ান চেম্পিয়নশ্বিপৰ অন্তিম চাৰিত উপনীত হৈছে ভাৰতীয় শ্বাটলাৰ পিভি সিন্ধু। দুবাৰৰ অলিম্পিক পদকজয়ী সিন্ধু সাত বছৰৰ পিছত এই প্রতিযোগিতাৰ ছেমিফাইনেলত উঠিছে। ২০১৫ চনৰ পৰা চেষ্টা কৰিও তেওঁ এই…
৪৩ বছৰ পিছত আহিল নগা সংগ্ৰামীৰ শৱদেহ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ এপ্ৰিলঃ মৃত্যুৰ সুদীৰ্ঘ ৪৩ বছৰৰ পিছত নিজ জন্মস্থানলৈ আহিল এজন নগা স্বাধীনতা সংগ্রামীৰ শৱদেহ। ভাৰতলৈ তেওঁৰ শৱদেহ অহাৰ পিছতেই নাগালেণ্ডৰ সৰু গাঁও থিপুজুমিত (Thipüzumi) কালি দেখা গ'ল শেষ শ্রদ্ধা জনোৱাৰ উদ্দেশ্যে…
দুই বিশ্বযুদ্ধ আৰু দুই মহামাৰীৰ সাক্ষী ফৰাচী নান
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ এপ্ৰিলঃ এগৰাকী ফৰাচী সন্নাস্যী। নাম ছিষ্টাৰ আন্দ্রে (Sister Andre)। যোৱা ২৫ এপ্ৰিল সোমবাৰে তেওঁ বিশ্বৰ সকলোতকৈ বয়স্ক জীৱিত ব্যক্তিৰ খিতাপ পাইছে। নাম তুলিছে গিনিছ বুক অব ৱর্ল্ড ৰেকর্ডছত। বর্তমান তেওঁৰ বয়স ১১৮…
শিক্ষাবিদ-বিশিষ্ট সাহিত্যিক দণ্ডেশ্বৰ শইকীয়াৰ দেহাৱসান
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৮ এপ্ৰিলঃ কেন্দ্ৰীয় চৰকাৰৰ মাধ্যমিক শিক্ষা পৰিষদৰ অৱসৰপ্ৰাপ্ত সঞ্চালক, বিশিষ্ট লেখক, প্ৰকাশক তথা অসমৰ চাহ খেতিৰ ইতিবৃত্তকে ধৰি বাগিছা বিষয়ত বহু উল্লেখযোগ্য গ্ৰন্থৰ প্ৰণেতা দণ্ডেশ্বৰ শইকীয়াৰ আজি বিয়লি…
