Browsing Category
শিক্ষা
২৮০ গৰাকী বিশেষভাৱে সক্ষম প্ৰাৰ্থীক শিক্ষকৰ নিযুক্তি পত্ৰ প্ৰদান
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১২ জুলাইঃ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত আজি প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক পদৰ বাবে ২৮০গৰাকী বিশেষভাৱে সক্ষম প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। এই উপলক্ষ্যে লোক নিৰ্মাণ বিভাগৰ দিছপুৰস্থিত…
গুৱাহাটী দৃষ্টিহীন উচ্চ মাধ্যমিক বিদ্যালয়ত মন্ত্ৰী পিযুষ হাজৰিকা
গুৱাহাটী,১১ জুলাইঃ সোমবাৰে গুৱাহাটী দৃষ্টিহীন উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হয় মন্ত্ৰী পিযুষ হাজৰিকা। বিদ্যালয়খনত উপস্থিত হৈ মন্ত্ৰী হাজৰিকাই অসমৰ বিভিন্ন স্থানৰ প্ৰায় ৯৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাগ্ৰহণ কৰি থকা বিদ্যালয়খনৰ শ্ৰেণী…
What Next After 10th and 12th শীৰ্ষক কেৰিয়াৰ কৰ্মশালা সম্পন্ন
গুৱাহাটী, ১১ জুলাই : ডেভেলপমেণ্ট ডিজিটেলি গ্রুপ (Development Digitally Group) নামৰ ৱাটচআপ গোটৰ উদ্যোগত ১০ জুলাই তাৰিখে সন্ধিয়া ৮ বজাত "What Next After 10th and 12th" শীৰ্ষক এখন বিনামূলীয়া অনলাইন কেৰিয়াৰ কৰ্মশালা অনুষ্ঠিত হয় । ৱাটচআপ…
‘ডাবল ইঞ্জিন’ৰ ৰাজ্যত শিক্ষাৰ মান নিম্নতম স্তৰত
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১১ জুলাই : ‘ডাবল ইঞ্জিন’ চৰকাৰৰ সফলতাৰ দাবী যে বিফল, সেয়া প্ৰমাণ কৰিছে হ’ল স্বয়ং কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিবেদনে। শেহতীয়াকৈ বিগত সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বিজেপিৰ সৰু-বৰ নেতাসকলে ‘ডাবল ইঞ্জিন’…
বিদ্যালয় একত্ৰিকৰণ,বন্ধ আৰু সংস্থাপনৰ সংকট
পংকজ হাজৰিকা
অসম চৰকাৰৰ শিক্ষা বিভাগে বিভিন্ন সময়ত বিভিন্ন আঁচনি ৰূপায়ন কৰি আহিছে। সমান্তৰালকৈ চৰকাৰী বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ পৰিমাণ দ্ৰুত গতিত কমিব লাগিছে।কিছু বিদ্যালয় এনে পৰ্যায় পাইছেগৈ যে কাৰোবাৰ এজনো ছাত্ৰ-ছাত্ৰী নাই,কাৰোবাৰ আকৌ…
কীৰ্তিমান ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা ধেমাজিৰ খুৱলীয়া গাঁও উন্নয়ন সমিতিৰ
শতাব্দ প্ৰতিনিধি, ধেমাজি, ১০ জুলাই : ধেমাজি নগৰৰ নিকটৱৰ্তী এখন ঐতিহ্যপূৰ্ণ গাঁও খুৱলীয়া। গাঁওখনৰ ঐক্য-সম্প্ৰীতি আৰু বিগত বছৰৰ ধাৰাবাহিকতা ৰক্ষা কৰি এইবছৰো অনুষ্ঠিত কৰে এক অভিনন্দন অনুষ্ঠান।সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ…
৩৩ মাহ পঢ়াব নোৱাৰি বিবেক দংশনঃ অধ্যাপকে ঘূৰাই দিলে ২৪ লাখ টকাৰ দৰমহা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ জুলাই : কৰ’নাৰ বাবে দীৰ্ঘদিন ধৰি বন্ধ আছিল বিদ্যালয়, মহাবিদ্যালয়, শিক্ষানুষ্ঠান। প্ৰায় তিনি বছৰ ধৰি ছাত্ৰ-ছাত্ৰীক পাঠদান নকৰাকৈয়ে মাহৰ পিছত মাহ ধৰি দৰমহা লাভ কৰি আহিছে শিক্ষক-শিক্ষয়িত্ৰীসকলে। বিহাৰৰ মুজাফৰপুৰৰ…
মেট্ৰিকৰ ৰিজাল্ট বেয়া কিয়ঃ তিনিচুকীয়াত প্ৰশাসনৰ পৰ্য্যালোচনা সভা
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৬ জুলাই : তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত শিক্ষা বিভাগৰ দায়িত্বপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত সুশান্ত দত্তৰ উপস্থিতিত জিলাখনৰ ৩৯ খন বিদ্যালয়ৰ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল সন্দৰ্ভত…
উজনি অসম দৃষ্টিহীন ছাত্ৰ সন্থাৰ সমস্যাৰাজিৰ বুজ ল’লে মন্ত্ৰী পীযুষ হাজৰিকাই
জনতা ভৱনত উজনি অসম দৃষ্টিহীন ছাত্ৰ সন্থাৰ প্ৰতিনিধিবৰ্গৰে আলোচনা মন্ত্রী পীযুষ হাজৰিকাৰ। ৰাজ্য চৰকাৰৰ এক লাখ পদত নিযুক্তি প্ৰক্ৰিয়াৰ অন্তৰ্গত দিব্যাংগসকলৰ বাবে সংৰক্ষিত পদত যোগ্য প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰাৰ আশ্বাস। সন্থাৰ দ্বাৰা…
যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ মাৰিয়ানালৈ ফিল্ডছ মেডেল
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ জুলাই : ইউক্ৰেইনৰ মেৰিনা ভ্যাজ’ভস্কাই বিশ্বৰ দ্বিতীয়গৰাকী মহিলা হিচাপে ফিল্ডছ মেডেল লাভ কৰে। তেওঁ এই পদকটো ৰাছিয়া-ইউক্ৰেইন যুদ্ধত প্ৰাণ হেৰুওৱা ইউক্ৰেইনৰ জনসাধাৰণলৈ উছৰ্গা কৰিছে। ফিল্ডছ মেডেলক গণিতৰ নোবেল বঁটা…
