Browsing Category

শিক্ষা

সাগৰৰ তলৰ ডিজিটেল মেপিঙৰ কাম চলি আছে

ইউৰোপৰ এক চতুৰ্থাংশৰ সমান মানচিত্ৰ তৈয়াৰ বিজ্ঞানীসকলে উন্মোচন কৰিছে সমুদ্ৰতলৰ ৰহস্য শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ জুলাই : পৃথিৱীৰ সাগৰ আৰু সমুদ্ৰতলৰ বিষয়ে আমি যিমান জ্ঞাত, তাতকৈ হয়তো অধিক জানো চন্দ্ৰ অথবা মংগল গ্ৰহৰ বিষয়ে। আমি মহাসাগৰতকৈ…

চেৰী আৰু নিখিলক তিনিচুকীয়া জিলা প্ৰশাসনৰ সম্বৰ্ধনা

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৮ জুন : উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত তিনিচুকীয়া জিলাৰ পৰা অসমৰ ভিতৰত কলা শাখাত প্ৰথম স্থান দখল কৰা তিনিচুকীয়াৰ ৱিমেনজ কলেজৰ ছাত্ৰী চেৰী গোহাঁই আৰু বাণিজ্য শাখাত তৃতীয় স্থান দখল কৰা  ডিগবৈৰ আৰ ডি জুনিয়ৰ…

 ১০০% উত্তীৰ্ণৰ হাৰেৰে বাণিজ্যত অসমৰ ভিতৰতে শীৰ্ষত মাজুলী জিলা

শতাব্দ প্ৰতিনিধি,মাজুলী,২৭জুন: আজি ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফলত মাজুলী জিলাৰ সামগ্ৰিক ফলাফল সন্তোষজনক বুলি ক'ব পাৰি। মাজুলীৰ মুঠ ১৩ টা উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা কেন্দ্ৰৰ তিনিও শাখাতে মুঠ অৱতীৰ্ণ পৰীক্ষাৰ্থী হৈছে ২,০৫১ গৰাকী।…

৫ দিন পূৰ্বে মৰমৰ আইতাকক হেৰুৱা তিনিচুকীয়াৰ চেৰী উজলিল কলা শাখাৰ প্ৰথম স্থানত

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৭ জুন : আজি ঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল অনুযায়ী তিনিচুকীয়াৰ স্বনামধন্য ৱিমেনজ কলেজৰ ছাত্ৰী চেৰী গোহাঁয়ে কলা শাখাত ৰাজ্যৰ ভিতৰত প্ৰথম স্থান লাভ কৰি সমগ্ৰ তিনিচুকীয়ালৈ গৌৰৱ কঢ়িয়াই আনিছে । কৃতি…

ডিব্ৰুগড়ৰ শিক্ষানুষ্ঠানৰ পৰা ৪ গৰাকী শিক্ষাৰ্থীৰ স্থান লাভ

মেট্ৰিকতো দ্বিতীয় স্থানপ্ৰাপ্ত ডিব্ৰুগড়ৰ অলংকৃতা গৌতম বৰুৱা বিজ্ঞানত দ্বিতীয় স্থান শতাব্দ প্ৰতিনিধি, ডিব্ৰুগড়, ২৭ জুনঃ আজি ঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত বিজ্ঞান শাখাত ৰাজ্যৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰিলে ডিব্ৰুগড়ৰ কৃতী ছাত্ৰী…

কাকৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ মেধাবী শিক্ষাৰ্থীক সম্বৰ্ধনা

উত্তৰ লখিমপুৰ, ২৫ জুনঃ আজি কাকৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত ২০২২ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা উদ্দেশ্যে এখনি সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। বিদ্যালয়খনৰ পৰিচালনা সমিতি…

কাৰ্যকৰী হৈ আছেনে শিশুৰ স্কুলবেগ সম্পৰ্কীয় নিৰ্দেশনা

পংকজ হাজৰিকা শিশুৰ শাৰিৰীক আৰু মানসিক স্বাস্থ্য তেওঁলোকে পিঠিত বহন কৰা স্কুল বেগটোৰ ওপৰত বহু নিৰ্ভৰ কৰে।অত্যধিক বোজা সম্পন্ন স্কুল বেগ কঢ়িওৱাৰ ফলত হাৰ্টৰ সমস্যা,ৰাজহাড়ৰ সমস্যাকে ধৰি বিভিন্ন সমস্যাৰ সন্মুখীন হয় শিশু সকল।মানসিক…

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ই-সেৱা পৰ্টেল মুকলি

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৭ জুনঃ বাৰটা বিভিন্ন সেৱাৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ই-সেৱা পৰ্টেল মুকলি কৰা হৈছে। উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সৈতে সম্পৰ্কিত ১২টা অনলাইন-সেৱা প্ৰদানৰ বাবে এই প'ৰ্টেল মুকলি কৰা হৈছে। আজি উচ্চতৰ মাধ্যমিক…

লখিমপুৰৰ ৫৯ খন চৰকাৰী বিদ্যালয়ত নাই এজনো ছাত্র-ছাত্রী

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১৬ জুনঃ ৰাজ্যৰ শিক্ষা ব্যৱস্থা উন্নত কৰাৰ বাবে চৰকাৰে ন ন পদক্ষেপ গ্ৰহণ কৰি অহাৰ সময়তে লখিমপুৰ জিলাত এতিয়াও বহু বিদ্যালয়ত এজনো ছাত্র-ছাত্রী অথবা এজনো শিক্ষক-শিক্ষয়িত্ৰী নথকা কাৰ্যই শিক্ষা বিভাগৰ স্বৰূপ উদঙাই…

প্ৰতিকূল বতৰৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে পিছুৱালে স্নাতকোত্তৰ পৰীক্ষা

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৫ জুনঃ প্ৰতিকূল বতৰৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয় আৰু ইয়াৰ অধীনৰ মহাবিদ্যায়সমূহৰ ১৬ জুনৰ পৰা ২০ জুনলৈ অনুষ্ঠিত হ’বলগীয়া স্নাতকোত্তৰ মহলাৰ পৰীক্ষা পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বিগত কিছুদিন ধৰি…