Browsing Category
শিক্ষা
মাজুলীৰ গড়মূৰ শংকৰদেৱ বিদ্যা নিকেতনত দশম স্থান প্ৰাপ্ত অনুৰাগ বৰা সহ ২২ গৰাকী ছাত্র ছাত্ৰীক…
শতাব্দ প্ৰতিনিধি,মাজুলী,১৫জুন: মাজুলীৰ গড়মূৰ শংকৰদেৱ বিদ্যা নিকেতনত আজি এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়।পুৱা বন্দনাৰ পাছতেই এটা কালাংশৰ পাঠদান অনুষ্ঠিত হোৱাৰ পাছত ১০-৩০ বজাৰৰ পৰা অভিনন্দন অনুষ্ঠানটি নিকেতনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়।দশম…
লখিমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ত কৰ্মশালা অনুষ্ঠিত
উত্তৰ লখিমপুৰ, ১৪ জুনঃ লখিমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ত যোৱা ১১ আৰু ১২ জুনত মহাবিদ্যালয়খনৰ ৰসায়ন বিজ্ঞান বিভাগ ,I.Q.A.C আৰু ধেমাজি জিলাৰ জনস্বাস্থ্য ও কাৰিকৰী বিভাগৰ উদ্যোগত এখন কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাখনিত সমল ব্যক্তি…
দৰংমহাবিদ্যালয়ত “শৈক্ষিক আৰু প্ৰশাসনিক পৰীক্ষণ” শীৰ্ষক গুৰুত্বপূৰ্ণ কৰ্মশালা
এখন শৈক্ষিক অনুষ্ঠানৰ প্ৰশাসক গৰাকী সজাগ আৰু সতৰ্ক হ'লে সকলো সফলতা লাভ কৰিব পাৰে- ড° মৃদুল কুমাৰ হাজৰিকা, প্ৰাক্তন উপাচাৰ্য
নিজৰ দুৰ্বলতা সমূহ নিৰূপণ কৰিবলৈ শৈক্ষিক আৰু প্ৰশাসনিক পৰীক্ষণৰ প্ৰয়োজন - ড° যোগেন চন্দ্র কলিতা, অধ্যাপক,…
তেজপুৰ বিশ্ববিদ্যালয়ৰ বিপদাপন্ন ভাষা কেন্দ্ৰত চাৰিখনকৈ গুৰুত্বপূৰ্ণ গ্ৰন্থ উন্মোচন
শতাব্দ প্ৰতিনিধি তেজপুৰ,১৪ জুন, তেজপুৰ বিশ্ববিদ্যালয়ত আজি চাৰিখনকৈ গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে আসন গ্ৰহণ কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, অধ্যাপক বিনোদ কুমাৰ জৈনে। সন্মানীয় অতিথি হিচাপে…
দিব্যাংগসকলৰ বাবে থকা আঁচনিসমূহ নিয়াৰিকৈ ৰূপায়ণৰ নিৰ্দেশ মন্ত্রীৰ
সামাজিক ন্যায় আৰু সবলীকৰণৰ দায়িত্ব লৈ বিভাগীয় কামৰ বুজ ল'লে মন্ত্ৰী পীযুষ হাজৰিকাই। অনুসূচীত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ জলপানি তথা আন সুবিধাসমূহৰ বিষয়ে বুজ ল'লে মন্ত্রীগৰাকীয়ে। ৰাষ্ট্ৰীয় লোকসেৱা আয়োগৰ প্ৰাথমিক পৰীক্ষাত…
“বৰগীত”ত সৰ্বোচ্চ নম্বৰ লাভ কৰা যোৰহাটৰ তনুশ্ৰী দত্তলৈ “অসম গ্ৰাম্য শিৰোৰত্ন…
শতাব্দ প্ৰতিনিধি, যোৰহাট, ১৩ জুন : পশ্চিম কাৰ্বি আংলংস্থিত অসম গৰিয়সী পুথি সংৰক্ষণ আৰু সংস্কৃতি বিকাশ মঞ্চই প্ৰতিবছৰে অসমৰ বিভিন্ন সাংস্কৃতিক ক্ষেত্ৰত কৃতিত্ব অৰ্জন কৰা কলা কুশলীক "অসম গ্ৰাম্য শিৰোৰত্ন বটা" প্ৰদান কৰি আহিছে। নগাঁৱৰ কামপুৰত…
লখিমপুৰ শিক্ষাখণ্ডত ৫জন দিব্যাঙ্গ ছাত্ৰ-ছাত্ৰী সু-খ্যাতিৰে উত্তীৰ্ণ
উত্তৰ লখিমপুৰ, ১০ জুনঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত দিব্যাঙ্গতাক নেওচি সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে লখিমপুৰ শিক্ষা খণ্ডৰ ৫জনকৈ দিব্যাঙ্গ ছাত্ৰ-ছাত্ৰীয়ে।সৰ্বশিক্ষা অভিযান মিছন লখিমপুৰ শিক্ষা খণ্ডৰ সৰ্বাত্মক শিক্ষা বিভাগৰ জৰিয়তে সাধাৰণ…
এজন ছাত্রৰ মানৱ সম্পদ গঢ়াৰ সপোন
বিমল বৰগোহাঁই
বহু জল্পনা-কল্পনাৰ অন্তত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল যোৱা সাত জুন, ২০২২ তাৰিখে ঘোষণা কৰিলে। এইবাৰৰ ফলাফল আগৰ বছৰৰ তুলনাত বৰ সন্তোষজনক নহয়। ক'ৰনা অতিমাৰীৰ বাবে যোৱা বছৰ পৰীক্ষা অনুষ্ঠিত নহল। মাত্ৰ বিদ্যালয় সমূহে…
লখিমপুৰৰ ৭ মেধাবী ছাত্ৰ-ছাত্ৰীক জিলা প্ৰশাসনৰ সম্বৰ্ধনা
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ৮ জুন: ৭ জুনত ঘোষিত হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফলত সমগ্ৰ অসমৰ ভিতৰতে প্ৰথম দহ জনৰ ভিতৰত স্থান অধিকাৰ কৰিবলৈ সক্ষম হোৱা লখিমপুৰ জিলাৰ ছাত্র-ছাত্ৰীসকলক আজি লখিমপুৰ জিলা প্ৰশাসনৰ তৰফৰ…
হাইমাদ্ৰাছাৰ ফলাফল:শীৰ্ষ স্থানৰে উজলিল তেজপুৰৰ আল কাউচাৰ একাডেমিৰ মুফাছিৰ
শতাব্দ প্ৰতিনিধি, তেজপুৰ,৭জুন: আজি ঘোষিত ২০২২ৰ হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল অনুসৰি তেজপুৰৰ মুফাছিৰ আল হাছানে ৰাজ্যৰ ভিতৰতে শীৰ্ষ স্থান অৰ্জন কৰিছে।সকলো বিষয়তে লেটাৰ নম্বৰ সহ মুফাছিৰে লাভ কৰিছে মুঠ ৫৫৬নম্বৰ।মুফাছিৰে অসমীয়াত ৮৭, ইংৰাজীত ৯৩,…
