Browsing Category

শিক্ষা

লখিমপুৰৰ ৭ মেধাবী ছাত্ৰ-ছাত্ৰীক  জিলা প্ৰশাসনৰ সম্বৰ্ধনা

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ৮ জুন:  ৭ জুনত ঘোষিত হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফলত সমগ্ৰ অসমৰ ভিতৰতে প্ৰথম দহ জনৰ ভিতৰত স্থান অধিকাৰ কৰিবলৈ সক্ষম হোৱা লখিমপুৰ জিলাৰ ছাত্র-ছাত্ৰীসকলক আজি লখিমপুৰ জিলা প্ৰশাসনৰ তৰফৰ…

হাইমাদ্ৰাছাৰ ফলাফল:শীৰ্ষ স্থানৰে উজলিল তেজপুৰৰ আল কাউচাৰ একাডেমিৰ মুফাছিৰ

শতাব্দ প্ৰতিনিধি, তেজপুৰ,৭জুন: আজি ঘোষিত ২০২২ৰ হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল অনুসৰি তেজপুৰৰ মুফাছিৰ আল হাছানে ৰাজ্যৰ ভিতৰতে শীৰ্ষ স্থান অৰ্জন কৰিছে।সকলো বিষয়তে লেটাৰ নম্বৰ সহ মুফাছিৰে লাভ কৰিছে মুঠ ৫৫৬নম্বৰ।মুফাছিৰে অসমীয়াত ৮৭, ইংৰাজীত ৯৩,…

প্রথমস্থানসহ মুঠ ৭ গৰাকী শীৰ্ষৰ স্থানপ্ৰাপক লখিমপুৰৰ

প্রথমস্থান প্রাপক ৰক্তোৎপল হ'ব বিজ্ঞানী শতাব্দ প্ৰতিনিধি, লখিমপুৰ ৭ জুনঃ আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত লখিমপুৰ ছেইন্ট মেৰিজ হাইস্কুলৰ পৰা ৰক্তোৎপল শ‍ইকীয়াই অসমৰ ভিতৰত শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হয়। মেধাৱী ছাত্ৰজনে মুঠ ছশ…

দৰং মহাবিদ্যালয়ত “এন ইলাষ্ট্ৰেডেদ জিঅ’গ্ৰাফী অব আছাম” শীৰ্ষক গ্ৰন্থ উন্মোচন

শতাব্দ প্ৰতিনিধি তেজপুৰ,৬জুন: আজি দৰং মহাবিদ্যালয়ত ভূগোল বিষয়ৰ এখন বিস্তৃত কলেৱৰৰ গ্ৰন্থ উন্মোচন কৰা হয় । "এন ইলাষ্ট্ৰেডেদ জিঅ’গ্ৰাফী অব আছাম" নামৰ এই গ্ৰন্থখনত ৰাজ্যৰ ভৌগোলিক ক্ষেত্ৰৰ একুৰি দিশ সামৰি লোৱা হৈছে । ড° অশোক কুমাৰ বৰা আৰু ড°…

লখিমপুৰত সফলতাৰে গুণোৎসৱ -২০২২ সমাপ্ত

উত্তৰ লখিমপুৰ, ৪ জুনঃ তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ কাৰ্যসূচী আজি লখিমপুৰত সফলতাৰে সামৰণি পৰে।১জুনত জিলাখনৰ সকলো বিদ্যালয়তে স্ব-মূল্যায়ন অনুস্থিত হোৱাৰ লগতে ২,৩ আৰু ৪জুনত পৰ্যায় কমে বিদ্যালয় সমূহত বহিঃমূল্যায়কৰ দ্বাৰা মূল্যায়ন অনুস্থিত…

লখিমপুৰত ভাৰতীয় শিক্ষণ মণ্ডলৰ গোট গঠন

উত্তৰ লখিমপুৰ, ৩১ মেঃ যোৱা ৫০ বছৰতকৈ অধিককাল শিক্ষাক্ষেত্ৰত কাম কৰি অহা ভাৰতীয় শিক্ষণ মণ্ডলৰ এটি গোট অলপতে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা এখন সাধাৰণ সভাৰ জৰিয়তে গঠিত হয়। সৰস্বতী বন্দনাৰে আৰম্ভ হোৱা উক্ত বৈঠকত পৌৰোহিত্য কৰে…

 জগন্নাথ বৰুৱা মহাবিদ্যালয় পৰিদৰ্শন ৰাজ্যপাল মুখীৰ

শতাব্দ প্ৰতিনিধি, যোৰহাট ৩০ মে :  ৰাজ্যপাল প্ৰফেছাৰ জগদীশ মুখীয়ে আজি বিয়লি যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয় পৰিদৰ্শন কৰে । বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীত হোৱাৰ প্ৰাক ক্ষণত মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰমুখ্যে অধ্যাপকসকলৰ সৈতে এটা বিশেষ মত-বিনিময়ৰ…

অসম কৃষি বিশ্ববিদ্যালয়ত ৰাজ্যপাল জগদীশ মুখীৰ পাঁচদফীয়া বিশেষ আলোচনা : শিক্ষাৰ্থীৰে মত বিনিময়

শতাব্দ প্ৰতিনিধি, যোৰহাট, ৩০ মে  : অসমৰ ৰাজ্যপাল তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ আচাৰ্য প্ৰফেচাৰ জগদীশ মুখীয়ে আজি অসম কৃষি বিশ্ববিদ্যালয় পৰিদৰ্শন কৰি বিশ্ববিদ্যালয় পৰিয়ালৰ সৈতে পাঁচদফীয়া গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হোৱাৰ লগতে শিক্ষাৰ্থীৰ সৈতে মত…

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত চাইবাৰ একাউণ্ট হেক হোৱা-একাউন্ট হেকৰোধৰ কৌশল প্ৰদৰ্শন

শতাব্দ প্ৰতিনিধি ,লখিমপুৰ: ২৭ মে: লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আজি চাইবাৰ ছিকিউৰিটিৰ এক সজাগতা সভা অনুষ্ঠিত হৈ যায় । মহাবিদ্যালয়ৰ চাইবাৰ ছিকিউৰিটি কোষৰ উদ্যোগত আয়োজিত এই সজাগতা সভাত নতুন দিল্লীৰ গ্ৰাচিয়া টেকন'লজীৰ বিজু পেগু আৰু বৰুণ পাঠকে…

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ গৱেষণা পত্ৰিকা উন্মোচন

উত্তৰ লখিমপুৰ: ২৮মে: লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ গৱেষণা পত্ৰিকা লখিমপুৰ কমাৰ্চ কলেজ ৰিচাৰ্চ জাৰ্নেলৰ দুটা সংখ্যাৰ উন্মোচন কৰা হয়। সেই উদ্দেশ্য মহাবিদ্যালয়ৰ গৱেষণা কোষৰ উদ্যোগত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত লখিমপুৰ কমাৰ্চ কলেজ ৰিচাৰ্চ…