Browsing Category

শিক্ষা

“মেকানিকেল ইঞ্জিনিয়াৰিঙৰ পিছত কেৰিয়াৰৰ পথ (Career Paths after Mechanical Engineering)” 

গুৱাহাটী,২৭ মে’ : অসম ডনব’স্ক’ বিশ্ববিদ্যালয়ৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ উদ্যোগত “মেকানিকেল ইঞ্জিনিয়াৰিঙৰ পিছত কেৰিয়াৰৰ পথ (Career Paths after Mechanical Engineering)” শীৰ্ষক এখন আলোচনা চক্ৰ ২৭ মে’ তাৰিখে অনুষ্ঠিত হয় । আলোচনা চক্ৰখনত…

ছাত্ৰ-ছাত্ৰীলৈ মহাকাশ বিজ্ঞানৰ এমহীয়া বিনামূলীয়া অনলাইন পাঠ্যক্ৰম

শতাব্দ বিশেষ প্ৰতিনিধি, ২৭ মে' : ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই দহ বছৰৰ উৰ্ধৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে বিনামূলীয়াকৈ মহাকাশ বিজ্ঞানৰ এটা হস্ৰম্যাদী পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ লৈছে। অন-লাইন যোগে অনুষ্ঠিত হ'বলগীয়া এই পাঠ্যক্ৰম অহা ৬ জুনৰ পৰা আৰম্ভ…

অসম কৃষি বিশ্ববিদ্যালয়লৈ ৰাষ্ট্ৰীয় সন্মান 

শতাব্দ প্ৰতিনিধি,যোৰহাট,২৬ মে : কৃষি শিক্ষা, গৱেষণা আৰু সম্প্ৰসাৰণৰ দিশত প্ৰণালীবদ্ধভাৱে আগবঢ়োৱা উৎকৃষ্ট সেৱাৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়লৈ ৰাষ্ট্ৰীয় কৃষি শিক্ষা মূল্যায়ন বৰ্ডে এ গ্ৰেড প্ৰদান কৰিছে । ৰাষ্ট্ৰীয় কৃষি শিক্ষা মূল্যায়ন বৰ্ডৰ…

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত পাঁচবিধ নতুন সংযোজিত পাঠ্যক্ৰমৰ অন্তৰ্ভুক্তি 

উত্তৰ লখিমপুৰ: ২৫ মে: লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আজি পাঁচবিধ নতুন সংযোজিত পাঠ্যক্ৰমৰ অন্তৰ্ভু্ক্তি কৰা হয়। মহাবিদ্যাল্যৰ আভ্যন্তৰীণ মাপ নিৰূপক কোষৰ উদ্যোগত সেই উদ্দেশ্যে আয়োজিত এক কাৰ্য্যসূচী উদ্বোধন কৰে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ…

অসম ডনব’স্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত কেৰিয়াৰ সজাগতা সভা

গুৱাহাটী,২৫ মে’ : গুৱাহাটী আজাৰাস্থিত চন্দ্রপ্রভা বড়া উচ্চ মাধ্যমিক বিদ্যালয়ত অসম ডনব’স্ক’ বিশ্ববিদ্যালয়ৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ উদ্যোগত ২৫ মে' তাৰিখ দিনৰ ১২.৩০ বজাত এখন কেৰিয়াৰ সজাগতা সভা অনুষ্ঠিত হয় । সভাখনত সমল ব্যক্তি হিচাপে…

গুণোৎসৱ ২০২২ : তিনিচুকীয়াত মূল্যায়নকাৰী ৰূপে বিদ্যালয়ত উপস্থিত মন্ত্ৰী, বিধায়ক, উপায়ুক্ত

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৪ মে’ : তিনিচুকীয়া জিলাত আজিৰ পৰা আৰম্ভ হৈছে দ্বিতীয় পৰ্য্যায়ৰ গুণোৎসৱ ২০২২ । আজিৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হবলগীয়া গুণোৎসৱত মুঠ ১,৩৯৮ খন বিদ্যালয়ৰ মূল্যাংকন কৰা হব । ইয়াৰে ১,২৭৬ খন চৰকাৰী তথা প্ৰাদেশিকৃত…

লক্ষাধিক শিক্ষাৰ্থী দৌৰিছে চৰকাৰী বিদ্যালয়লৈ, ক’ত ?

শতাব্দ বিশেষ প্ৰতিনিধি, ২০ মে' : জুন মাহৰ পৰা আৰম্ভ হ'বলগীয়া নতুন শিক্ষাবৰ্ষত নামভৰ্তিৰ বাবে গুজৰাটৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় সমূহত এতিয়া উথপথপ পৰিৱেশ। বহুতো বিদ্যালয়ত নামভৰ্তিৰ বাবে অপেক্ষা তালিকা প্ৰস্তুত কৰিবলগীয়া অৱস্থা হৈছে।…

লখিমপুৰৰ এল.টি.কে. মহাবিদ্যালয়ত অসম গণিত শিক্ষায়তনৰ ৩৬ তম্ দ্বি-বার্ষিক অধিৱেশন

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ৪ মেঃ অসম গণিত শিক্ষায়তনৰ ৩৬ তম্ দ্বি-বার্ষিক অধিবেশনখনি এল.টি.কে মহাবিদ্যালয়ৰ নন্দৰাম দাস ক্ষেত্ৰত অনুষ্ঠিত হৈ যায়। এই অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে অসম গণিত শিক্ষায়তনৰ সভাপতি ড°…

 মুখ্যমন্ত্ৰীয়ে ৰজাৰ দৰে কওক– দহবছৰৰ পিছত ৰাজ্যত বন্ধ হৈ পৰিব সকলো ব্যক্তিগত খণ্ডৰ বিদ্যালয়

    মুক্তামণি ভূমিফুকনবৰ্তমান ৰাজ্যৰ মুখ্যমন্ত্ৰীজন একালৰ এজন দক্ষ শিক্ষামন্ত্ৰী। তেখেতে শিক্ষা বিভাগটোৰ ওপৰত কৰা বক্তব্যটো উলাই কৰিব নোৱাৰি। নিশ্চিতভাৱে তেখেতে ইয়াৰ অন্তৰ্নিহিত কাৰণসমূহ বুজি পাইছে যাৰ পৰিপ্ৰেক্ষিতত এনে…