Browsing Category

অসম

মঙলদৈৰ “জেংৰাই” নাট্য দললৈ শ্ৰেষ্ঠ নাট্যদলৰ সন্মান

তেজপুৰৰ নৱজ্যোতি বৰা শ্ৰেষ্ঠ নাট্যকাৰ কলিয়াবৰৰ ঋত্তিক নাথ শ্ৰেষ্ঠ পৰিচালক শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ অৰ্জন বোকাখাতৰ প্ৰিয়াংশু প্ৰাঞ্জলৰ মঙলদৈৰ নীনামণি কলিতা শ্ৰেষ্ঠ অভিনেত্ৰীশতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২১ জুন : কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা স্মৃতি বিজড়িত তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ উদ্যোগত যোৱা ১৯ তাৰিখৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা সোঁৱৰণী সদৌ অসম একাংক নাট প্ৰতিযোগিতাত মঙলদৈৰ জেংৰাই নাট্য গোষ্ঠীয়ে নিবেদন কৰা "ডিগনিটি অৱ লেবাৰ" নাটকে শ্ৰেষ্ঠ নাট্য দলৰ সন্মান অৰ্জন কৰি স্বৰ্ণলতা…

লখিমপুৰত বাহৰ পাতি চি বি আইৰ অভিযান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২১ জুনঃ এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত তথা নকল সোণ, জাল নোটৰ ব্যৱসায় সন্দৰ্ভত লখিমপুৰত চি বি আইৰ অভিযান তীব্ৰতৰ হৈছে৷ চি বি আই দলে আজি লখিমপুৰ আৱৰ্ত ভৱনত বাহৰ পাতি তদন্ত অব্যাহত ৰাখিছে৷ কালি চি বি আই দলটোৱে নগাঁৱৰ পৰা আহি বঙালমৰাত অভিযান চলোৱাৰ পাছত সন্ধ্যা লখিমপুৰ আৱৰ্ত ভৱনত বাহৰ পাতে৷ আনহাতে আজি পুৱাৰে পৰা আৱৰ্ত ভৱনত লাভলি কাটিয়াৰৰ নেতৃত্বত তলব কৰে বিভিন্নজন লোকক৷ এইক্ষেত্ৰত প্ৰধানত লালুক থানাৰ চক্ৰ পৰিদৰ্শক ভি আই মালেশ্বৰ ঠিক আৰু বঙালমৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া…

কেশৱ চাউক টিকেন্দ্ৰজিৎ গগৈ স্মাৰক বঁটা প্ৰদান

ধেমাজি, ২০ জুন : সমগ্ৰ অসমৰ লগতে আজি ধেমাজিতো বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে বিষ্ণুৰাভা দিৱস পালন কৰে ৷ ধেমাজি জিলা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আৰু ধেমাজি বালিকা মহাবিদ্যালয়ৰ মহিলা কোষৰ সহযোগত ধেমাজি বালিকা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিষ্ণুৰাভা আৰু প্ৰেৰণা দিৱসত টিকেন্দ্ৰজিৎ গগৈ স্মৃতি বঁটা প্ৰদান কৰা হয় ৷ কাৰ্যসূচী অনুসৰি দুপৰীয়া ১১ বজাৰ পৰা আয়োজন কৰা অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্জ্বলন কৰে ধেমাজি বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক বৰগোহাঁই, বৰ্ষীয়ান সাংস্কৃতিক কৰ্মী তথা লোকশ্ৰী বিমলা গগৈ আৰু ৰিণি তামুলীয়ে ৷ ইয়াৰ পাছতে জিলা…

লখিমপুৰত চিবিএছইৰ অধীনত ইংৰাজী মাধ্যমৰ চৰকাৰী বিদ্যালয় উদ্বোধন মন্ত্ৰী অতুল বৰাৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২০জুনঃ লক্ষীমপুৰৰ ঘিলামৰাত আজি এখন আদৰ্শ বিদ্যালয় কৃষি, পশুপালন আৰু পশুচিকিৎসা বিভাগৰ মন্ত্ৰী তথা লক্ষীমপুৰৰ অভিভাৱক মন্ত্ৰী অতুল বৰাই উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানটি কলাগুৰু বিষ্ণুপ্রসাদ ৰাভাৰ প্ৰতি স্মৃতি তৰ্পনেৰে শুভ আৰম্ভনি কৰা হয়। মন্ত্ৰী গৰাকীয়ে ৰাভা দিৱস উপলক্ষে গণশিল্পী গৰাকীৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ লগতে পুষ্পাঞ্জলি তৰ্পন কৰি তেওঁৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। ঘিলামৰাত চিবিএচইৰ অন্তৰ্গত প্ৰথমখন ইংৰাজী মাধ্যমৰ আদৰ্শ বিদ্যালয়ৰ শুভাৰম্ভ কৰি মন্ত্ৰী গৰাকীয়ে…

সচেতন নাগৰিক সমাজৰ প্ৰতিষ্ঠা দিৱসত লখিমপুৰৰ সমস্যা আৰু সমাধানৰ উপায় শীৰ্ষক আলোচনা চক্ৰ

উত্তৰ লখিমপুৰ ২০ জুন: লখিমপুৰ সচেতন নাগৰিক সমাজৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি লখিমপুৰ বাণিজ্য মহাবিদ্যালয় প্ৰাঙ্গণত ১৯ জুনত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। কাৰ্যসূচী অনুসৰি আগবেলা পাব্লিক বাছ ষ্টেণ্ড, আদৰ্শ হোটেলৰ দাঁতিত বৃক্ষ ৰোপন কৰে। পাছবেলা বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পনৰ পাছত লখিমপুৰ সচেতন নাগৰিক সমাজৰ সভাপতি বিদ্যাধৰ গোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত আলোচনা চক্ৰখনিত আদৰণি অভিভাষণ আগবঢ়াই আঁত ধৰে অসম বহু ভাষিক কবি সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি ৰূপজ্যোতি দত্ত কোচে। "লখিমপুৰ নগৰৰ সমস্যাৰাজি আৰু সামাধানৰ উপায়"…

পি এম এ ৱাই গৃহ নিৰ্মাণত কেলেংকাৰিঃ লক্ষীমপুৰত পঞ্চায়ত সচিবসহ তিনিজনক গ্ৰেপ্তাৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২০ জুনঃ লক্ষীমপুৰ জিলাৰ কৰুণাবাৰী উন্নয়ন খণ্ডৰ অধীনৰ ডিক্ৰং পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত সংঘটিত কেলেংকাৰি সন্দৰ্ভত বিহপুৰীয়া আৰক্ষীয়ে পঞ্চায়তৰ সচিবসহ তিনিজনক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা কাৰ্যই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ডিক্ৰং গাঁঁও পঞ্চায়তত প্ৰধান মন্ত্ৰী আৱাস গৃহ নিৰ্মাণত বৃহৎ কেলেংকাৰি সংঘটিত হোৱা সন্দৰ্ভত কৰুণাবাৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া গৰাকীয়ে যোৱা ৩ জুনত বিহপুৰীয়া আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে৷ উক্ত এজাহাৰৰ ভিত্তিত বিহপুৰীয়া…

লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত কলাগুৰু বিষ্ণুৰাভা দিৱস উদ্‌যাপন

উত্তৰ লক্ষীমপুৰ, ২০ জুনঃ লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত আজি কলাগুৰু বিষ্ণুৰাভা দিৱস উদ্‌যাপন কৰা হয়। অনুষ্ঠানটিত কলাগুৰু জনাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন কৰে অধ্যক্ষ ড০ লোহিত হাজৰিকাই । মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে পুস্পাঞ্জলি অৰ্পণ কৰে। অধ্যক্ষৰ সভাপতিত্বত অনুষ্ঠিত মূল সভাখনিৰ উদ্দেশ্য ব্যাখ্যা কৰে অধ্যাপিকা মৃদুস্মিতা হাজৰিকাই। নিৰ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়াই অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক তিলক চন্দ্ৰ ডেকাই। তেখেতে কলাগুৰু জনাৰ বিশাল কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰি বৰ্তমান সময়ত বিষ্ণুৰাভা অধ্যয়নৰ…

তেজপুৰত অভিনন্দন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,২০জুনঃ ইন্দ্ৰধনুছ চ’চিয়েল ৱেলফেয়াৰ চ’ছাইটিৰ সৌজন্যত তেজপুৰত আজি হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৰাজ্যখনৰ ভিতৰতে শীৰ্ষস্হান প্ৰাপ্ত আৰু ডিষ্টিংচন প্ৰাপ্ত মেধাবী ছাত্ৰছাত্ৰী সকলক অভিনন্দন জনোৱা হয়৷ অনুষ্ঠানত বিধায়ক পৃথ্বীৰাজ ৰাভা, তেজপুৰ বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত পৰীক্ষা নিয়ন্ত্ৰক ড° ভূৱনেশ্বৰ চহৰীয়া, আই আই টি ৰ সঞ্চালক প্ৰাঞ্জল শইকীয়া তেজপুৰ নগৰ উন্নয়ন কৰ্তৃপক্ষৰ সভাপতি বিৰাজ নাথ, চিকিৎসক এছ কে ৱাজি উপস্হিত থাকে ৷ অনুষ্ঠানটি পৰিচালনা কৰে ছ’চইটিৰ সভাপতি জিতু মহন্তই আৰু পৰিচালনা কৰে সাধাৰণ…

লক্ষীমপুৰত বিভিন্ন স্থানত ৰাভা দিৱস উদ্‌যাপন

শতাব্দ ষ্টাফ ৰিপ’টাৰ, লখিমপুৰ, ২০ জুনঃ আজি সমগ্ৰ ৰাজ্যৰ লগতে লক্ষীমপুৰ জিলাতো বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে ৰাভা দিৱসটি বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে উদযাপন কৰে৷ জিলাখনৰ অ পি ডি মহাবিদ্যালয়ৰ লিটাৰেৰী আৰু গ্ৰামা ক্লাবৰ উদ্যোগত অসমীয়া বিভাগ আৰু তেলাহী কমলাবাৰীয়া শাখা সাহিত্য সভাৰ উদ্যোগত দিৱসটি উদযাপন কৰা হয়৷ মহাবিদ্যালয়খনত দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায় তেলাহী শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লোহিত খাউণ্ডে৷ অনুষ্ঠানটিৰ উদ্বোধনী ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ সুৰেশ দত্তই৷ অনুষ্ঠানটোত…

লখিমপুৰৰ বিস্তৃত গো উন্নয়ন প্ৰকল্পত নাইট্ৰজেন গেছৰ  ভঁৰাল গোট উদ্বোধন মন্ত্ৰী অতুল বৰাৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২০ জুনঃ দুগ্ধ উৎপাদনত আমাৰ ৰাজ্যখনক আত্মনিৰ্ভৰশীল কৰাৰ বাবে কৃত্ৰিম প্ৰজননৰ জৰিয়তে গাইগৰুৰ সংখ্যা বৃদ্ধিত পশুপালন বিভাগে বিশেষ গুৰুত্ব আৰোপ কৰিছে। আজি লখিমপুৰ জিলাৰ চৰাইমৰীয়াস্থিত "বিস্তৃত গো উন্নয়ন প্ৰকল্প (ICDP) কাৰ্যালয়"ৰ চৌহদত Frozen Semen Straw নষ্ট নোহোৱাকৈ মজুত কৰি ৰখাৰ বাবে প্ৰয়োজনীয় নাইট্ৰজেন গেছৰ এটি ভঁৰাল গোটৰ শুভ উদ্বোধন কৰাৰ লগতে গোধনৰ কৃত্ৰিম প্ৰজননৰ বাবে প্ৰয়োজনীয় "Sexed Sorted Semen"ৰ আনুষ্ঠানিক বিতৰণ কাৰ্যসূচী শুভাৰম্ভণি কৰে মন্ত্ৰী অতুল বৰাই। যোৱা ১৩ জুনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব…