Browsing Category
ট্ৰেণ্ডিং
পৃথিবীত আছে ২০০০০০০০০০০০০০০০০০০০০০০০০ পৰুৱা!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২১ ছেপ্টেম্বৰ : ৰসগোল্লা খোৱাৰ পিছত প্লেটখন ৰসেৰে লেপি থৈ এঘণ্টামান ৰাখিলে ক্ৰমান্বয়ে পৰুৱাই ঢাকি পেলাব। সেই পৰুৱাবোৰ গণনা কৰিব বিচাৰিলে ঠগ খাব লাগিব। এইবাৰ কিন্তু গৱেষকৰ এটা দলে সমগ্ৰ বিশ্বৰ পৰুৱাসমূহ গণনা কৰাৰ…
ধেমাজিত মইনা পাৰিজাতৰ ৰাজ্যিক সমাৰোহ
শতাব্দ প্ৰতিনিধি, ধেমাজি, ২১ ছেপ্টেম্বৰ : সদৌ অসম মইনা পাৰিজাতৰ সপ্তদশ দ্বি-বার্ষিক ৰাজ্যিক শিশু সমাৰোহখনি আগন্তুক ২০২৩ চনৰ ৩০, ৩১ মার্চ আৰু ১,২ এপ্রিলত চাৰিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে ধেমাজি মহাবিদ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত হ’ব। সমাৰোহ…
ডিম্বাশয়ৰ কৰ্কট ৰোগ নিৰাময়ৰ পথত
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২১ ছেপ্টেম্বৰ : কৰ্কট ৰোগৰ বিষয়ে সবিশেষ জানিবলৈ গ'লে এতিয়াও প্ৰায় কিংকৰ্তব্যবিমূঢ় হৈ পৰিবলগীয়া হয়। শৰীৰৰ প্ৰতিটো ঠাইতে কৰ্কট ৰোগৰ চৰিত্ৰ বেলেগ বেলেগ। ফলত ব্যৱহাৰো বেলেগ। একে ধৰণৰ কৰ্কট ৰোগত আক্ৰান্ত কিছুমানৰ…
এদিনত আছিল ১৯ ঘণ্টা!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২১ ছেপ্টেম্বৰ : কিছু বিলিয়ন বছৰৰ আগতে পৃথিৱীত এটা দিনৰ দৈৰ্ঘ্য আছিল ১৯ ঘণ্টা। কিন্তু এতিয়া এটা দিন হ’ল ২৪ ঘণ্টাৰ। এদিনৰ দৈৰ্ঘ্যই ইমান সময় কেনেকৈ বৃদ্ধি কৰিলে? বিজ্ঞানীসকলে ইয়াৰ কাৰণ বিচাৰিছে— ইয়াৰ কাৰণ কি? ইয়াক…
ৰেচন কাৰ্ড থকা পৰিয়ালে পাঁচ লাখ টকাকৈ বছৰি বিনামূলীয়া চিকিৎসা সাহায্য লাভ কৰিব– তেজপুৰত…
শতাব্দ প্ৰতিনিধি তেজপুৰ ২০ছেপ্টেম্বৰ: তেজপুৰত ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ কেন্দ্ৰীয়ভাবে আজি শুভাৰম্ভ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷ তেজপুৰ কলেজিয়েট হাইস্কুল খেলপথাৰত দিনৰ ১১ বজাত আৰম্ভ হয় এই অনুষ্ঠানৰ৷ এই…
তেজপুৰত আত্মবলিদান দিৱস পালন
শতাব্দ প্ৰতিনিধি তেজপুৰ,২০ছেপ্টেম্বৰ: দেশৰ স্বাধীনতা আন্দোলনৰ অমৰ ছহিদ কনকলতা বৰুৱাৰ আত্মবলিদান দিৱস উপলক্ষে আজি সমগ্ৰ ৰাজ্যৰ লগতে তেজপুৰতো ছাত্ৰ সংগঠন ডি এছ অ'ৰ শোণিতপুৰ জিলা কমিটিৰ উদ্যোগত তেজপুৰৰ আদালত পাচঁ আলিত আত্মবলিদান দিৱস পালন কৰা…
লখিমপুৰ নগৰৰ দিশে ধাৱমান সোৱণশিৰিঃ শ শ পুৰুষ-মহিলাৰ উত্তাল প্ৰতিবাদ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২০ ছেপ্টেম্বৰঃ সোৱণশিৰিৰ গৰা খহনীয়া প্ৰতিৰোধ কৰক, নৰেন্দ্ৰ মোডী হায় হায়, বিজেপি গ’ বেক, মুখ্যমন্ত্ৰীৰ কাম নাই, অসম চৰকাৰ হায় হায়, আমাৰ দাবী মানিবই লাগিব আদি বিভিন্ন ধবনিৰে কালি প্ৰতিবাদকাৰীয়ে উত্তাল কৰি তোলে…
তেজপুৰত অবৈধ বালি খনন:যন্ত্ৰ জব্দ
শতাব্দ প্ৰতিনিধি তেজপুৰ ,২০ছেপ্টেম্বৰ: তেজপুৰত অবৈধভাবে বালিখননৰ বিষয়ে প্ৰতিক্ৰিয়া তথা চৰ্চা অব্যাহত থকাৰ মাজতে আজি বিয়লি বনবিভাগে এনে অবৈধ বালি খননৰ বিৰুদ্ধে এক অভিযান চলাই এটা যন্ত্ৰ জব্দ কৰে৷ উল্লেখযোগ্য যে,তেজপুৰৰ মৰাভৰলীত এই পাম্পৰ…
তেজপুৰত অনাথ আশ্ৰমৰ নামত ধন সংগ্ৰহ প্ৰৱঞ্চকৰ
শতাব্দ প্ৰতিনিধি,তেজপুৰ,২০ছেপ্টেম্বৰ: তেজপুৰ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলত এইবাৰ অনাথ আশ্ৰমৰ নাম লৈ তিনি মহিলাই আৰম্ভ কৰিছে প্ৰৱঞ্চনাৰে ধন সংগ্ৰহ৷ উল্লেখযোগ্য যে,অচিনাক্ত তিনি মহিলাৰ এনে অপকাণ্ডৰ বিষয়ে ইতিমধ্যে সামাজিক মাধ্যমত বহুসংখ্যক…
